ISHAN NEWS – Always One Step Ahead of Time…

POK ঘূৰাই অনা আৰু UCC কাৰ্যকৰী কৰিবলৈ বিজেপিক ৪০০ৰো অধিক আসনৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী শৰ্মা

ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ অভিন্ন দেৱানী বিধি কাৰ্যকৰী, মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে) পুনৰ ঘূৰাই অনাৰ বাবে বিজেপি মিত্ৰজোঁটে এইবাৰৰ লোকসভা নিৰ্বাচনত ৪০০ ৰো অধিক আসন জয়ী হোৱাৰ প্ৰয়োজন।

ক্ৰিকেটত বিদায় জনোৱাৰ ঘোষণা জেমছ এণ্ডাৰছনৰ; এই দলটোৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট

ইংলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনে শনিবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১০ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত ইংলেণ্ডৰ হৈ অন্তিমবাৰৰ বাবে খেলপথাৰত নামিব এণ্ডাৰছনে। ৪১ বছৰীয়া বেগী

বানৰ সংহাৰী ৰূপ; এই পৰ্যন্ত ৩০০ৰো অধিক লোকৰ মৃত্যু! বৃহৎ আৰ্থিক লোকচান

প্ৰকৃতিৰ ৰোষত আফগানিস্তান। দেশখনত হঠাতে অহা বানৰ ফলত অতি কমেও ৩০০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ উত্তৰ প্ৰান্ত। শুকুৰবাৰে বাঘলান প্ৰদেশত বানপানীয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰাৰ লগতে এই অঞ্চলটোত কমেও ৫০

এখন মেচৰ বাবে নিষেধাজ্ঞা ঋষভ পন্তক; দিল্লী কেপিটেলছৰ শিৱিৰত হাহাকাৰ!

অত্যন্ত গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে দিল্লী কেপিটেলছত মোক্ষম আঘাত। শ্ল’ অভাৰ ৰেট পেনাল্টিৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লীৰ অধিনায়ক ঋষভ পন্তক। এই কঠোৰ পদক্ষেপৰ বাবে তেওঁ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব নোৱাৰিব।

অলিম্পিকৰ পূৰ্বে নীৰজে মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ পদক

৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম বা স্পৰ্শ কৰাত পুনৰবাৰ ব্যৰ্থ হ’ল অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰা। ৯০ মিটাৰৰ লক্ষ্য লৈ ট্ৰেকত নামিছিল যদিও ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; শীৰ্ষ নেতাসহ ৬ জন মাওবাদীৰ মৃত্যুৰ খবৰ

শুকুৰবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰৰ পীড়িয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ৬ জন মাওবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে। বনাঞ্চলত আত্মগোপন কৰি থকা মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ নেতাক ঘেৰাও কৰি ৰাখিছে

কেজৰিৱালক জামিন প্ৰদান কৰি কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

বিগত ৫১ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন। আজি উচ্চতম ন্যায়ালয়ে ২১ দিনৰ বাবে জামিন প্ৰদান কৰে কেজৰিৱালক। ২১ মাৰ্চত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ

‘যেতিয়ালৈকে জীয়াই আছো, তেতিয়ালৈকে ধৰ্মৰ ভিত্তিত SC-ST-OBCৰ সংৰক্ষণ হ’ব নিদিওঁ’: প্ৰধানমন্ত্ৰী…

নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংৰক্ষণ আৰু সংবিধান সন্দৰ্ভত কংগ্ৰেছ দলে মিথ্যাচাৰৰ প্ৰশ্ৰয় লোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধৰ্মৰ ভিত্তিত সংৰক্ষণ বাবাচাহেব

বিশ্বকাপৰ পূৰ্বে অৱসৰ ঘোষণা নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনৰ

নিউজিলেণ্ডৰ বেটছমেন কলিন মুনৰোৱে ১২৩খন আন্তঃৰাষ্ট্ৰীয় মেচৰ কেৰিয়াৰক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে। ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত স্থান লাভ নকৰাৰ পিছতে ৩৭ বছৰীয়া মুনৰোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা

‘পূব ভাৰতৰ লোকসকল দেখাত চাইনীজ……..’, বিতৰ্কৰ পিছতেই পদত্যাগ ছেম পিট্ৰ’ডাৰ

বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে ভাৰতীয় অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ছেম পিট্ৰ’ডাই। এই তথ্য ৰাজহুৱা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। তেওঁ এক্সত লিখিছে-