এইবাৰ হাতত কোৰ-বেলচা লৈ নাওবৈচা সমষ্টিৰ ফুলবাৰীৰ এটি পথ মেৰামতিত নামিল এদল মহিলা। ISHAN NEWS
এইবাৰ হাতত কোৰ-বেলচা লৈ নাওবৈচা সমষ্টিৰ ফুলবাৰীৰ এটি পথ মেৰামতিত নামিল এদল মহিলা। আশাত বন্দী এই সকল ভুক্ত ভুগি, কেৱল মাত্ৰ চাই আৰু গুচি যায় বিষয়া কৰ্মচাৰী।
বোকা পানী গচকি যাব লাগে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী । নিতৌ বহুলোকে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফূলবাৰীৰ বেটবাৰী-ধেমাঘৰ সংযোগী পথটো।বহুবাৰ উৰ্ধতম কতৃপক্ষক জনোৱাৰ পাছতো কোনো সু-ফল নোপোৱাত উপায়ন্তৰ হৈ ৰাইজে কষ্টৰ ধন খৰচ কৰি পথটো মেৰামতি কৰিব লগা হৈছে গাওঁবাসীয়ে। বিধায়ক ভৰত নৰহৰ ওপৰত ক্ষোভ উজাৰিলে ৰাইজে।
লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহক চিনি নাপায় সমষ্টিৰ ৰাইজে। আজিলৈকে দেখিয়েই পোৱা নাই সমষ্টিবাসীয়ে ।