টেক্স নিদিয়াকৈ থাকিলে নিজৰহে বাৰ্ডেন বাঢ়িব
📌”টেক্স নিদিয়াকৈ থাকিলে নিজৰহে বাৰ্ডেন বাঢ়িব”
📌”সুৰাপান কৰি গাড়ী চলোৱা চালক লগে লগে গ্ৰেপ্তাৰ হ’ব “
📌হেলমেট আছে, পিন্ধিব নাজানে, মূৰৰ ওপৰত হেলমেট পিন্ধা বাইক চালকক শিকাই দিলে সহকাৰী আয়ুক্তই।
📌খানাপাৰাত পৰিৱহণ বিভাগৰ অভিযান, এখনৰ পিছত এখন লাইচেঞ্চ জব্দ ।