ISHAN NEWS – Always One Step Ahead of Time…

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত নিৰ্দলীয় প্রাৰ্থীৰ জয়জয়কাৰ

0 707

আজি ফলাফল ওলাল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ।
ছাত্র একতাসভাৰ সভাপতি পদত : হিমাংশু কুমাৰ দাস
উপসভাপতি পদত : অক্ষয়তা দাস
সাধাৰণ সম্পাদকৰ পদত : জাভেদ আখটাৰ
সহকাৰী সাধাৰণ সম্পাদকৰ পদত : গাৰ্গী শৰ্মা
তৰ্ক বিভাগৰ সম্পাদকৰ পদত : অংকিতা শৰ্মা বৰদলৈ
ছাত্র জিৰণি কোঠাৰ সম্পাদকৰ পদত : মমৰেজ আলী
ক্রিকেট বিভাগৰ সম্পাদক : কৰণ শৰ্মা
ফুটবলৰ সম্পাদক : ফংকন গয়াৰী
কটনিয়ানৰ সম্পাদকৰ পদত : সৃজনা শৰ্মা
সাংস্কৃতিক বিভাগৰ সম্পাদকৰ পদত : আৰিনজিতা বৰা
লঘু ক্রীড়া বিভাগৰ সম্পাদকৰ পদত : মাপানী লামগো
সংগীত বিভাগৰ সম্পাদকৰ পদত :আকাংক্ষা দাস
এথলীট বিভাগৰ সম্পাদকৰ পদত : লক্ষীপ্ৰভা ৰ জয়লাভ
কটন বিশ্ববিদ্যালয়ৰ মুঠ ১৬ টা পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ৭ টা পদত নিৰ্দলীয়, ৫ টা পদত অসম ছাত্র পৰিষদৰ প্রাৰ্থী আৰু ৪টা পদত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্রাৰ্থীৰ জয়লাভ ।

Leave A Reply

Your email address will not be published.