ISHAN NEWS – Always One Step Ahead of Time…

নলবাৰীৰ বগুৰীহাটীত ৬০ লাখ টকাৰ উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

নৱগঠিত টিহু সমষ্টিৰ বগুৰিহাটীত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুটাকৈ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰে ৷ ২৩-২৪ বৰ্ষৰ আনটাইট ফাণ্ডৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বাগুৰীহাটী

অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস পালন ।

বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিবস পালন । ইয়াৰ উপলক্ষে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভা কক্ষত জিলা সমিতিৰ সংবাদ মেল সম্বোধন কৰি  চৰকাৰক

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সজাগতা সভা।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ও মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সহযোগত আজি ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি আজি মৈৰাবাৰী প্ৰেছ ক্লাব প্রেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।মাতৃ আৰু শিশুৰ সুস্থতাৰ বাবে গৰ্ভধাৰণৰ সঠিক

নাজিৰাত চৰকাৰী যোগান বিভাগৰ  সুলভ মূল্যৰ বিপনীৰ (কন্ট্ৰ’ল ) এজেন্টৰ সংবাদমেল সম্বোধন।‌

নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আওঁতাত অহা ৭ খন‌ সমবায়ৰ অধীনত সৰ্বমুঠ ৩৫৩খন বিপনীয়ে নাজিৰা, শিমলুগুৰি,লাকুৱা, গেলেকী,নামতি,নমাটি, গড়গাঁও,চূণপোৰাকে আদি কৰি সমগ্ৰ অঞ্চলৰ ৰাইজক সামগ্ৰী আদায় দি আহিছে। কিন্তু, অতি দুখৰ

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি দিয়াৰ ক্ষমতা আছে প্ৰধানমন্ত্ৰী মোদীৰ! আমেৰিকাৰ স্বীকাৰোক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাব পাৰিব। মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়তে এই কথা প্ৰকাশ কৰিছে আমেৰিকাই। তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৮ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে

বাছৰ সৈতে গাখীৰভৰ্তি টেংকাৰৰ খুন্দা। প্ৰাণ হেৰুৱালে ১৮ গৰাকী বাছযাত্ৰীয়ে

বাছৰ সৈতে গাখীৰভৰ্তি টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ১৮ গৰাকী বাছযাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ উন্নাৱৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ দুৰ্ঘটনা। মৃতসকলৰ ভিতৰত ১৪ জন পুৰুষ, ৩ গৰাকী মহিলা আৰু এটি শিশু আছে। এই দুৰ্ঘটনাত ৩০ জনতকৈ অধিক লোক আহত

অসম আৰক্ষী, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ । ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি পক্ৰিয়া । অৰ্থাত APSCৰ আৰ্হিৰে চাকৰিৰ প্ৰাৰ্থীয়ে দিব লাগিব

ৰাজ্যত আৰু ভয়াবহ হ’ব বান পৰিস্থিতি!

বৰ্তমানেও ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি।বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ।শিশু,বৃদ্ধ সহ প্ৰাণ গ’ল বহুজনৰ।পশুধন,শস্যৰো বিস্তৰ ক্ষতি সাধন।তাৰ মাজতে পুনৰ ৰাজ্যত বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা।আগন্তুক ২৪ ঘণ্টাত অসম তথা মেঘালয়ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ

ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলনীৰ শিখৰত অংশ লোৱাৰ উদ্দেশ্য ৰাছিয়াৰ দিশে ৰাওনা  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ উৰা মাৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে ৮ আৰু ৯ জুলাইৰ ভ্ৰমণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি

হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

মণিপুৰত উপস্থিত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰিও বান বিধ্বস্ত অ‌ঞ্চলসমুহৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ গৰাকীয়ে। সোমবাৰে পুৱাৰ ভাগতে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান