ISHAN NEWS – Always One Step Ahead of Time…

প্ৰাক্তন ১৯-অনূৰ্ধ্ব ক্ৰিকেটাৰে ঋষভ পণ্টৰ পৰা লুটিলে ১.৬৩ কোটি টকা

বিলাসী জীৱন যাপনৰ প্ৰতি আকৰ্ষিত এজন যুৱক। নিজকে আই পি এল ক্ৰিকেটাৰ বুলি পৰিচয় দি পুৰা মৃনাংক সিং নামৰ যুৱকজনে নিজৰ চখ পূৰণৰ বাবে ক্ৰিকেট খেলপথাৰ এৰি প্ৰতাৰণাক নিজৰ নতুন খেলৰ পেচা কৰি লৈছে। লাভ কৰা তথ্য অনুসৰি, মৃনাংক সিঙে বহু ডাঙৰ-ডাঙৰ

ভয়ংকৰ দুৰ্ঘটনা; ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিল বাছ, ১৩ যাত্ৰীৰ মৃত্যু

মধ্যপ্ৰদেশৰ গুনা জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিছিল বাছখন। যাৰ ফলত অগ্নিদগ্ধ হৈ

১৪ বছৰে কেৱল ৰুটি আৰু নিমখ, জলকীয়া খাই জীয়াই থকা এগৰাকী যুৱতী… ishan news

অসমৰ এগৰাকী যুৱতী নাম তাইৰ মাৰীয়ম। বছৰ বছৰ ধৰি বহিঃৰাজ্যত নানা অকথ্য নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল। facebook.com/602768131977958 অৱশেষত ১৪ বছৰ সুদীৰ্ঘ কালৰ অন্তত পঞ্চাৱৰ জলন্ধৰৰ পৰা উদ্ধাৰ কৰা হ'ল অসমৰ যুৱতী মাৰীয়মক। যোৱা ২২

বৰষুণ-বানপানীয়ে লৈছে বিধ্বংসী ৰূপ; এতিয়ালৈকে ২২ গৰাকী লোকৰ মৃত্যু । ishan news…

বানপানী আৰু বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আফ্ৰিকাৰ দেশ কংগোত। বান আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষতি হৈছে মানুহৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি। এই ভয়াবহ দুৰ্যোগত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪০০ৰো অধিক নিৰুদ্দেশ হোৱা লোকৰ

‘মুছলিম লীগ জম্মু-কাশ্মীৰ’ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ । ishan news…

বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মুছলিম লীগ জম্মু-কাশ্মীৰক নিষিদ্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা পোষ্টত লিখিছে যে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে এই সংগঠনটো ইউএপিএৰ

নাহৰফুটুকীৰ সন্ত্ৰাস; ঘৰৰ চোতালৰ পৰা উঠাই লৈ গ’ল ৪ বছৰীয়া শিশুক । ishan news

উত্তৰাখণ্ডত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ডেৰাডুনৰ সমীপৰ চিংগলী গাঁৱত মঙলবাৰে সন্ধিয়া এটি শিশুক নিজৰ ঘৰৰ চোতালৰ পৰা এটা নাহৰফুটুকীয়ে ডাঙি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক

বিজ্ঞাপনৰ নুবুজা সাঁথৰ

সুশীল পাটোৱাৰী ফোন- 7002118673 বিশ্বাস কৰা হয় যে যীশু খ্ৰীষ্টৰ জন্মৰ ৩ হাজাৰ বছৰ পূৰ্বে ইজিপ্তত হেনো প্ৰথম বিজ্ঞাপন ব্যৱহাৰ হৈছিল। ১৫-১৬ শতিকাত মুদ্ৰন যন্ত্ৰৰ বিকাশৰ লগে লগে বিজ্ঞাপনৰ প্ৰসাৰ হৈছিল। বৰ্তমান সময়ত ৰাজনৈতিক সভাৰ