ISHAN NEWS – Always One Step Ahead of Time…

 ‘কিং খান’ নে প্ৰভাস কোন সফল হ’ল বক্স অফিচত?

চিত্ৰগৃহলৈ আহিল শ্বাহৰুখ খান অভিনীত তৃতীয় খন ছবি । পাঠান আৰু জৱানৰ পাছত মুক্তি পোৱা ডাংকি ছবিখনে যিদৰে সফলতা লাভ কৰিব বুলি ভবা হৈছিল সেইয়া নহল । শ্বাহৰুখৰ লগতে পৰিচালক ৰাজকুমাৰ হিৰাণীৰ বাবে ডাংকিয়ে লাভ কৰিছিল বিশেষ চৰ্চা । কিয়নো,থ্ৰী

৩০০ৰো অধিক ভাৰতীয় যাত্ৰীভৰ্তি বিমান আৱদ্ধ কৰিলে ফ্ৰান্সে। ভয়ংকৰ বিপদৰ পৰা প্ৰাণৰক্ষা শতাধিক…

ভয়ংকৰ বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল শ শ ভাৰতীয়ৰ। শুক্ৰবাৰে ফ্ৰান্স আৰক্ষীয়ে আৱদ্ধ কৰিলে ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা এখন বিমান। এই বিমানখনত ৩০০ তকৈও অধিক ভাৰতীয় যাত্ৰী আছিল। বিমানখনৰ জৰিয়তে ভাৰতীয়সকলক সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ

এফালে অশান্তি আনফালে পত্নীৰ প্ৰাক্তন প্ৰেমিক ছলমানক আলিংগন অভিষেকৰ

বিগ বি পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিচ্ছেদৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বলিউডত । ঐশ্বৰ্য ৰায় বচ্চনৰ জন্মদিন বচ্চন পৰিয়ালে মহা ধুমধামেৰে পাতি আহিছিল কিন্ত্ত এইবাৰ ঐশ্বৰ্যৰ জন্মদিনত একো আয়োজন নকৰিলে বচ্ছন

ক্ৰিকেটত সংযোজন ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প।

সলনি হৈছে ক্ৰিকেট।এইবাৰ ক্ৰিকেটত প্ৰৱেশ ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প। অষ্ট্ৰেলিয়াৰ টি-২০ ‘বিগ বেছ লীগ’ত জিলিকি উঠিছে নতুন ৰঙীন ষ্টাম্প। ইলেক্ট্ৰা ষ্টাম্পছ (ELECTRA STUMPS ) হিচাপে পৰিচিত এই ষ্টাম্পৰ বিশেষত্ব হ’ল প্ৰতিটো

নতুন বছৰক আদৰণি জনাবলৈ যাওতে সাৱধান হওক ।

২০২৩ ক বিদায় দি ২০২৪ ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন । পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰণি জনাবলৈ যাওতে আপুনি সাৱধান হওক। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নতুন বছৰক আদৰণি জনায় আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাসকল অধিক সাৱধান হব লাগিব,

২০২৪ৰ গণৰাজ্য দিৱসৰ অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন!

২০২৪ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ সম্ভাৱনা আছে ।ভাৰত চৰকাৰে গণৰাজ্য দিৱসৰ অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো

দাম কমিল চিলিণ্ডাৰৰ। ক’ত কিমান দাম? ishan news

নৱবৰ্ষৰ পূৰ্বে সাধৰণ জনতালৈ মোদী চৰকাৰৰ উপহাৰ৷ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷ আজিৰে পৰা ৩৯.৫০ টকাকৈ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷ নৱেম্বৰত ৫৭ টকাকৈ

পেলনীয়া বাঁহ-বেতৰ সামগ্ৰীৰে ঘৰতে সাজি উলিয়ালে দমকল। ishan news…

শাৰীৰিকভাৱে বিশেষ অক্ষম যুৱক দ্বীপজ্যোতি নাথৰ হাতৰ চমক। দ্বীপজ্যোতি নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ ঘৰুৱা সামগ্ৰী। দ্বীপজ্যোতি নাথৰ শোৱনী কোঠাত ভৰি পৰিছে ইটোৰ পিছত সিটো প্ৰয়োজনীয় সামগ্ৰী। https://fb.watch/p4Mc4_qTUS/