ISHAN NEWS – Always One Step Ahead of Time…

স্থগিত দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ সপোন… ISHAN NEWS

১৭ ডিচেম্বৰত দিহানামেৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি কেইদিনমানলৈ স্থগিত। অসমৰ বিভিন্ন জিলাৰ গঠনমূলক সভাপতি-সম্পাদিকাসকল একগোট গৈ ১৬ তাৰিখে যিখিনি খুতিনাথি আছিল সেইখিনি সমাধান কৰি তেওঁলোকৰ প্ৰস্তাৱ লৈ মুখ্যমন্ত্ৰী ওচৰত সকলো মহিলাই আলোচনা

অসম-নাগালেণ্ড সংযোগী দলঙৰ পৰা নদীত পৰিল বাহন।… ISHAN NEWS

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তত অঘটন । সীমান্তৰ নামতোলাস্থিত অসম-নাগালেণ্ড সংযোগী দলঙৰ পৰা নদীত পৰিল বাহন। বাহনখনৰ নম্বৰ AP-02-TE-4623 । নগালেণ্ডৰ টিজিতস্থিত গ্ৰীণ প্লাই ফেক্টৰীলৈ যাওঁতে ঘটিল এই অঘটন। সোণাৰিৰ সীমান্তত থকা দুয়োখন

এজনৰ পিছত আনজন…. ১৫ গৰাকী সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন

দেশৰ নতুন সংসদ ভৱনত চলি আছে শীতকালীন অধিৱেশন। এই সময়ছোৱাত সংসদৰ নিয়ম উলংঘনৰ বাবে মুঠ ১৫ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। এই সাংসদসকলৰ ভিতৰত ১৪ জন লোকসভাৰ আৰু ১ জন সাংসদ ৰাজ্যসভাৰ। নিলম্বিত সাংসদসকলে শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণা; কোনে পালে দায়িত্ব?

আই পি এল আৰম্ভ হোৱাৰ চাৰি মাহৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে অধিনায়কৰ নাম ঘোষণা কৰে। শ্ৰেয়াছ আয়েৰে আঘাতৰ বাবে বিগত ছিজনত খেলিব নোৱাৰাৰ বাবে যোৱা দলৰ অধিনায়ক নিযুক্তি দিয়া হৈছিল নীতিশ ৰানাক। কিন্তু, আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ

শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

শ্ৰীকৃষ্ণ জন্মভূমি গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত।এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন জনায়।শ্ৰীকৃষ্ণ জন্মভূমি আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদৰ গোচৰ সন্দৰ্ভত হিন্দু পক্ষই এলাহাবাদ

লাডাখ আমাৰ অংশ, ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাটো ভুল : চীনৰ মন্তব্য

কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্ত সন্দৰ্ভত চীনৰ আন এক প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। ভাৰত চৰকাৰ তথা উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত চীনে মানি নলয় বুলি কৈছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতৰ

আপুনিও হব পাৰে ভাৰ্চুৱেল কিডনেপিঙৰ বলি। কেনেকৈ নিজকে ৰক্ষা কৰিব

চাইবাৰ ফ্ৰডৰ কথা আপুনি শুনিছে। চাইবাৰ অপৰাধীৰ কৱলত পৰি বহুলোকে হেৰুৱাবলগীয়া হৈছে সৰ্বস্ব। চাইবাৰ অপৰাধৰ লগে লগে দেশত বৃদ্ধি পাইছে ভাৰ্চুৱেল কিডনেপিঙ স্কেম। শেহতীয়াকৈ দিল্লীত সংঘটিত হৈছে ভাৰ্চুৱেল কিডনেপিঙৰ ঘটনা। চাইবাৰ অপৰাধীয়ে কৌশলেৰে

হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৫০ গৰাকী ৰোগীক উদ্ধাৰ, বহু ৰোগী আৱদ্ধ

বৃহস্পতিবাৰে বিশাখাপট্টনমৰ ইণ্ডুছ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত হাস্পতালৰ ভিতৰত ৰোগীৰ লগতে আন বহু লোক আৱদ্ধ হৈ থকা বুলিও প্ৰাৰম্ভিক খবৰ আহিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন বাহন

প্ৰকৃতিৰ ৰুষ্ট ৰূপ… ISHAN NEWS

প্ৰকৃতিয়ে যেন ৰুষ্ট ৰূপ ধাৰণ কৰিছে । আঘোণৰ বৰষুণ আৰু শিলাবৃষ্টিয়ে তচ-নচ কৰিলে চহা কৃষকৰ সোণালী সপোন । https://fb.watch/oWu0xwiz-R/ প্ৰকৃতিয়ে যেন ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে । কালি আবেলি অহা এজাক প্ৰচণ্ড শিলা বৃষ্টিয়ে মৰাণৰ খোৱাঙৰ লগতে

এই নান্দনিক দৃশ্য বোকাখাত ধনশিৰি মুখৰ। ISHAN NEWS…

বোকাখাতত সৰিয়হ ফুলে খেতিপথাৰ হালধীয়া কৰি তুলিছে। সৰিয়ঁহ ফুলৰ অস্বাদনে খেতিপথাৰ হালধীয়া কৰি তুলিছে। খেতিপথাৰলৈ গ'লে এনে লাগে যেন হালধীয়া বৰণৰ এখন বিশাল চাদৰ। এই সুন্দৰ পৰিবেশৰ মাজত নিজকে এৰি দি বিভোৰ হৈ পৰিব আপুনি। এই