ISHAN NEWS – Always One Step Ahead of Time…

প্ৰতিশোধৰ মানসিকতাৰে আজি ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনী

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন মেচৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। প্ৰতিশোধৰ মানসিকতাৰে আজি হাইভল্টেজ মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে খেপথাৰত নামিব ৰোহিত বাহিনী। উল্লেখ্য যে, ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত। আজি সেই

নেপালত বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; মৃত্যুক সাৱটিলে ১৪ জন লোকে

প্ৰকৃতিৰ ৰোষত পুনৰবাৰ নেপাল। প্ৰকৃতিয়ে চলোৱা তাণ্ডৱত প্ৰতি বছৰে আৰ্থিকভাৱে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ অহা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ। ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত দেশখনত

অকল ৰিয়ানেই নহয়, জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত আছে আন এজন অসমীয়া

৭৭ বছৰীয়া দীঘলীয়া প্ৰতিক্ষাৰ অন্তত অৱশেষত নিজৰ প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত দেখুওৱা উজ্বল প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ উৎফুল্লিত অসমবাসী। ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান

বিপদত আছাদুদ্দিন ওৱেছি! হেৰুৱাব পাৰে সাংসদ পদ

বিপদত হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাউদ্দিন ওৱেছি! সাংসদগৰাকীয়ে হেৰুৱাব পাৰে সাংসদ পদ। যোৱা মঙলবাৰে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত "জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন‘ শ্লোগান দিছিল সাংসদগৰাকীয়ে। জয় পেলেষ্টাইন

সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ পূৰ্বে আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল

বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালক পুৱা তিহাৰ জেইলৰ পৰা আনি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা

কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুৱালে ১০ জনে

কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। প্ৰতিবাদৰ জুয়ে দহিছে কেনিয়া। কৰ বৃদ্ধিৰ বিত্তীয় বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে উত্তেজিত হৈ পৰে জনতা। ইয়াৰ পিছতেই ৰাজপথলৈ ওলাই আহি হিংসাত্মক প্ৰতিবাদ

সাংসদ ওৱেইছিৰ জয় পেলেষ্টাইন শ্লোগানক লৈ উত্তপ্ত লোকসভা

বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ সূচনা কৰিলে নতুন বিতৰ্কৰ। আজি লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আছাদুদ্দিনে জয় পেলেষ্টাইনৰ শ্লোগান দিয়াক লৈ

কোকৰাঝাৰত ড্ৰাগছ আসক্ত পুত্ৰই মাতৃৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোকৰাঝাৰ চহৰৰ হাথিমাথাত ড্ৰাগছ আসক্ত পুত্ৰই নিজ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে। জানিবপৰা অনুসৰি, ড্ৰাগছ ল’বলৈ টকা

সলনি হ’ব কেৰালাৰ নাম! বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত

সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম ‘কেৰালাম’লৈ সলনি কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায়। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ নাম সলনি কৰিবলৈ বিধানসভাই এই প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰ পূৰ্বে

সমালোচনাক চেৰ পেলাই ভাৰতীয় দলত ৰিয়ান পৰাগ।৭ টা দশকৰ অন্তত ইণ্ডিয়া টীমত অসম সন্তান।

BCCI ৰ এটা ঘোষণা।তাৰ পাছতেই দেশজুৰি চৰ্চা অসম সন্তান ৰিয়ান পৰাগক লৈ।৭৭ বছৰৰ অন্তত ভাৰতীয় দলত এগৰাকী অসম সন্তানৰ স্থানক লৈ অসমবাসী গৌৰৱান্বিত।জিম্বাৱ’ৱে ভ্ৰমণৰ ভাৰতীয় দলত স্থান লাভ খেলুৱৈগৰাকীৰ। নেটিজেনৰ মাজতো ব্যাপক চৰ্চা।একাংশই অৱশ্যে