ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

কেজৰিৱালক জামিন প্ৰদান কৰি কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

বিগত ৫১ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন। আজি উচ্চতম ন্যায়ালয়ে ২১ দিনৰ বাবে জামিন প্ৰদান কৰে কেজৰিৱালক। ২১ মাৰ্চত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ

‘যেতিয়ালৈকে জীয়াই আছো, তেতিয়ালৈকে ধৰ্মৰ ভিত্তিত SC-ST-OBCৰ সংৰক্ষণ হ’ব নিদিওঁ’: প্ৰধানমন্ত্ৰী…

নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংৰক্ষণ আৰু সংবিধান সন্দৰ্ভত কংগ্ৰেছ দলে মিথ্যাচাৰৰ প্ৰশ্ৰয় লোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধৰ্মৰ ভিত্তিত সংৰক্ষণ বাবাচাহেব

‘পূব ভাৰতৰ লোকসকল দেখাত চাইনীজ……..’, বিতৰ্কৰ পিছতেই পদত্যাগ ছেম পিট্ৰ’ডাৰ

বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে ভাৰতীয় অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ছেম পিট্ৰ’ডাই। এই তথ্য ৰাজহুৱা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। তেওঁ এক্সত লিখিছে-

নিৰ্বাচন খেলিবলৈ ধনৰ অভাৱ; দলীয় টিকট ঘূৰাই দিলে এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীয়ে

লোকসভা নিৰ্বাচনৰ মাজতো সমস্যাই লগ এৰা নাই কংগ্ৰেছৰ। এইবাৰ ধনৰ অভাৱত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা ঘটনাটো ওড়িষাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে ধনৰ অভাৱ বুলি মন্তব্য কৰি তেওঁ নিজৰ প্ৰাৰ্থিত্ব

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ

দেশত চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ সম্ভাৱনীয়তা বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে। আজি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে অহা ৭

৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা কে চন্দ্ৰশেখৰ ৰাওক

ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ কে চন্দ্ৰশেখৰ ৰাওক কংগ্ৰেছৰ বিৰুদ্ধে দিয়া “আপত্তিজনক” মন্তব্যৰ বাবে বুধবাৰে নিৰ্বাচন আয়োগে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰকাৰ্য চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰে। ৫ এপ্ৰিলত ছিৰচিলাত অনুষ্ঠিত সংবাদমেলত ৰাওৰ মন্তব্য আদৰ্শ

তৃণমূলৰ দুটা গোটৰ মাজত প্ৰচণ্ড সংঘাত; এজন কৰ্মীৰ মৃত্যু

পশ্চিমবংগৰ কলকাতাৰ বাগুইআটী অঞ্চলত তৃণমূল কংগ্ৰেছৰ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হয়। শনিবাৰে নিশা অৰ্জুনপুৰ পশ্চিম পাৰাত সংঘটিত হয় এই সংঘৰ্ষ। দুয়োটা গোটৰ মাজত হোৱা শিলগুটি নিক্ষেপৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। লগে

জেইলৰ ভিতৰত কেনে আছে অৰবিন্দ কেজৰিৱাল? চিকিৎসকে জনালে সবিশেষ…

আদালতৰ নিৰ্দেশত গঠন হোৱা পাঁচজনীয়া মেডিকেল ব’ৰ্ডে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইনচুলিনৰ কম মাত্ৰা অব্যাহত ৰাখিবলৈ কয়। ব’ৰ্ডৰ পৰ্যালোচনাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। আদালতৰ নিৰ্দেশত গঠন হোৱা ব’ৰ্ডত আছে এজন এণ্ডক্ৰাইন’লজিষ্ট

‘এওঁলোকৰ বাবেই মই জে’লৰ পৰা মুক্ত হ’লো।‘ নিৰ্বাচনৰ সময়তে BJP ত ইউটিউবাৰৰ যোগদান

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে বিজেপিত যোগ দিলে বিহাৰৰ জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে। বিজেপিত যোগ দিয়ে মনীষ কাশ্যপে কয় যে- বিজেপি সাংসদ মনোজ তিৱাৰীয়ে মোক দিল্লীলৈ লৈ আহিছে। এওঁলোকৰ বাবে মই জে'লৰ পৰা মুক্ত হ'লো। এতিয়াৰে পৰা

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু টিকট বঞ্চিত বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ হাথৰছ লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজবীৰ দিলেৰৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু ঘটিছে।। আলিগড়ৰ বৰুণ চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। সাংসদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাতে শোকস্তব্ধ