ISHAN NEWS – Always One Step Ahead of Time…

গৰমৰ বাবেই  পৃথিৱীৰ পৰা বিলুপ্ত হ’ব কেইবাটাও প্ৰজাতিৰ জীৱ । ISHAN NEWS…

পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। কাৰ্বন ডাই অক্সাইড বঢ়াৰ ফলত ক্ৰমাত বাঢ়িছে পৃথিৱীৰ উষ্ণতা। ২০২২ চনৰ ভিতৰত পৃথিৱীৰ উষ্ণতা ১.২৬ ডিগ্ৰী চেলছিয়াছ হয়। ২০৩০ চনৰ মাজভাগলৈকে এই সংখ্যাই ১.৫ ডিগ্ৰী

দেশৰ শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায় ।জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্ত বৈধ ।

আজি দেশৰ শীৰ্ষ আদালতে জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিষয়ে শুনানি গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে।উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তক বৈধ বুলি

নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী সমাজকৰ্মী নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে । ইৰাণৰ সমাজকৰ্মী নাৰ্গিছীৰ সন্তান আলী ৰহমানী আৰু কিয়ানা ৰহমানীয়ে মাতৃৰ হৈ বঁটা গ্ৰহণ কৰে

নামাজ পঢ়িবলৈ অতিৰিক্ত সময় নাপাব ৰাজ্যসভাত ।

ৰাজ্যসভাত নামাজ পঢ়িবলৈ অতিৰিক্ত ৩০ মিনিট সময় নাপাব সাংসদ সকলে । ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ  এক ডাঙৰ সিদ্ধান্ত । সংসদৰ কাৰ্যসূচী চলি থকাৰ সময়ত লাভ কৰা অতিৰিক্ত আধা ঘণ্টাৰ বিৰতিৰ নিয়ম এতিয়াৰ পৰা সমাপ্ত । ৰাজ্যসভাত শুক্ৰবাৰৰ দিনটোত

শ্বহীদ দিৱস উদযাপন। ishan news…

আজি ১০ ডিচেম্বৰ । আছুৰ শ্বহীদ দিৱস । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আঞ্চলিক আছুৰ কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰা হয় । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়ে পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ পৰিয়ালৰ সদস্য ডা৹

BSP-ৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা মায়াৱতীৰ । ishan news…

বহুজন সমাজবাদী পাৰ্টী চমুকৈ বি এছ পি দলৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰে মায়াৱতীয়ে। দেওবাৰে লক্ষ্ণৌত অনুষ্ঠিত বিএছপিৰ বৈঠকৰ পাছতে মায়াৱতীয়ে আনুষ্ঠানিকভাৱে ভতিজা আকাশ আনন্দক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। কিন্তু উত্তৰ প্ৰদেশ আৰু

বিষ্ণুদেৱ সায় হ’ব  ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী। কোন এই বিষ্ণুদেৱ সায় ? ishan news…

ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চলি আছিল জল্পনা-কল্পনা। সকলো চিন্তা-চৰ্চাৰ অৱসান ঘটনাই অৱশেষত ঘোষণা হ'ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম। বিষ্ণুদেৱ সায় হ’ব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী।

ৰোহিত শৰ্মা নে হাৰ্ডিক পাণ্ডিয়া ? টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক কোন ? ISHAN NEWS…

টি-২০ বিশ্বকাপত অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব নে ? তাক লৈ নাই কোনো নিশ্চয়তা । টি-২০ বিশ্বকাপত ৰোহিত শৰ্মা অধিনায়ক হব নে নাই তাক লৈ BCCI ৰ সচিব জয় শ্বাহে কৰিছে বিশেষ মন্তব্য । জয় শ্বাহৰ মন্তব্যই ৰোহিত শৰ্মাৰ হাজাৰ

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ishan news

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তলত পৰিল বিলাসী বাহন। সোণাপুৰৰ বায়ুসেনা চাউনীৰ পৰা মহানগৰ অভিমুখী আছিল 23BH0789H নম্বৰৰ টাটা পাঞ্চ বাহনখন। দুই পুৰুষ, দুই মহিলা আৰু এটি শিশুসহ বাহনখনত আছিল মুঠ