ISHAN NEWS – Always One Step Ahead of Time…

শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, শিশুসহ ৮ জনৰ মৃত্যু

শনিবাৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। গভীৰ নিশা এখন চাৰিচকীয়া বাহনে ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত অগ্নিকাণ্ডত এটি শিশুসহ ৮ জন যাত্ৰীৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, বৰেলীত চেণ্ট্ৰেল লকড গাড়ীত আৱদ্ধ হৈ ৭ জন

মহিলা প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী আনকেপড খেলুৱৈ; ২ কোটি টকাত ক্ৰয়

এইবাৰৰ মহিলা প্ৰিমিয়াৰ লীগৰ নিলামত নতুন অভিলেখ সৃষ্টি হৈছে। লীগৰ চমু ইতিহাসৰ আটাইতকৈ দামী আনকেপড (ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব নকৰা) খেলুৱৈ গৰাকীৰ নাম পোহৰলৈ আহিছে। এই খেলুৱৈগৰাকীৰ নাম হৈছে কাশৱী গৌতম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত

বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জন লোকে

শুকুৰবাৰে উত্তৰ কানাড়া জিলাৰ বান্দলাৰ সমীপৰ ছিৰছিত বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৫জন লোক নিহত হয়। ছিৰচিৰ এখন বিয়াত অংশ ল’বলৈ গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা লোককেইজন। আৰক্ষীয়ে জনোৱা মতে, দক্ষিণ কানাড়া জিলাৰ

লালৰিনপুই কোন? লালডুহোমা কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীৰ সবিশেষ… ISHAN NEWS

জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল হৰি বাবু কাম্ভমপতিয়ে লালডুহোমাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। সাতগৰাকী কেবিনেট পদবী আৰু চাৰিগৰাকী ৰাজ্যিক মন্ত্ৰীকে ধৰি

আদিত্য এল-১-ৰ বৃহৎ সফলতা। সূৰ্যৰ সম্পূৰ্ণ ডিস্ক ইমেজ মুকলি কৰিলে ইছৰোৱে   

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সৌৰ অভিযান আদিত্য এল-১-এ বৃহৎ সফলতা লাভ কৰিছে। মহাকাশযানখনে এইবাৰ কেমেৰাত বন্দী কৰিলে সূৰ্য্যক ।যিটো আগতে সম্ভৱ হোৱা নাছিল। আদিত্যই সূৰ্যৰ সম্পূৰ্ণ ডিস্ক ইমেজ বন্দী কৰিবলৈ সক্ষম হৈছে ।প্ৰকৃততে

চিকিৎসা ক্ষেত্ৰলৈ আহিব বিপ্লৱ।

অসুখ হোৱাৰ আগতেই গম পাব ৰোগৰ সম্ভাৱনা থকা শৰীৰৰ অংগ সমূহৰ তথ্য । আপোনাৰ বয়স বঢ়াৰ লগে লগে আপোনাৰ শৰীৰৰ অংগ সমূহৰ বয়স কিমান হৈছে সেইটো আপুনি এতিয়াৰ পৰা সহজেই জানিব পাৰিব । এটেপাল ৰক্ত পৰীক্ষা কৰিলেই আপুনি গম পাব আপোনাৰ শৰীৰৰ কোনটো

মমবাতি প্ৰস্তুত কৰা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১০ জন আহত

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্পৰী চিঞ্চৱাড অঞ্চলত শুকুৰবাৰে মমবাতি প্ৰস্তুত কৰা এটা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়। পিম্পৰী-চিঞ্চৱাড পৌৰ নিগমৰ আয়ুক্ত শেখৰ সিঙে জনোৱা মতে,

এনেবোৰ লক্ষণ দেখিলে সাৱধান হওঁক! NCRB-এ দিছে উদ্বেগজনক তথ্য

কৰণা মহামাৰীৰ পাছত  হঠাত্ বৃদ্ধি হৈছে আকস্মিক মৃত্যুৰ সংখ্যা।  গান গাই থকা , নাচি থকা, জিম কৰি থকা সময়তে বহুলোকে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা খবৰে দখল কৰি আহিছে সংবাদমাধ্যম। শেহতীয়াকৈ আকস্মিক মৃত্যু সন্দৰ্ভত National crime records

১৮ ফেব্ৰুৱাৰী,১৯৮৩ চনত নেলীত কি হৈছিল ? “নেলীৰ কথা” জানিবলৈ আহক ছবিগৃহলৈ

ন্যায়-অন্যায়ৰ দোমোজাত থকা অসমৰ ইতিহাসৰ কলা অধ্যায়ক সাঙুৰি নিৰ্মিত পৰিচালক পাৰ্থজিৎ বৰুৱাৰ "নেলীৰ কথা"ই মুক্তি লাভ কৰিলে ছবিগৃহত । ৮ ডিচেম্বৰত ৰাজ্যৰ ১৭ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিলে ছবিখনে । ১৯৮৩ চনৰ সংবেদনশীল সময়ৰ জীৱন্ত কাহিনী

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিব নেকি শুভমন গীলে ?

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰাৰ সোণালী সুযোগ শুভমন গীলৰ হাতত। ২০২৩ বৰ্ষতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পাৰে শুভমন গীলে। কিন্তু কেনেকৈ ? বিশ্বকাপৰ পাছত বিদেশত প্ৰথমটো শৃংখলা দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব ভাৰতে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমে