ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপত বিৰাট কোহলীক এক বিশেষ ৰূপত চাব বিচাৰিছে গাংগুলীয়ে; পূৰণ হ’বনে ‘দাদা’ৰ ইচ্ছা?

২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হৈছে বিৰাট কোহলী। অৱশ্যে আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অনুশীলন মেচখনত তেওঁ অংশ ল’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই। উল্লেখ্য যে, গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ

৭২টকাকৈ কমিল ৰন্ধন গেছৰ দাম। অসমৰ কোন জিলাত LPG-ৰ কিমান দাম?

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে গ্ৰাহকলৈ সকাহ। পহিলা জুনতে হ্ৰাস পালে ৰন্ধন গেছৰ দাম। ৭২ টকা পৰ্যন্ত হ্ৰাস হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম ৬৯.৫০ টকা , কলকাতাত ৭২ টকা, মুম্বাইত ৬৯.৫০ টকা আৰু চেন্নাইত ৭০.৫০

ভাৰতৰ ৰাফেলৰ ভয়ত চীনে ছিকিমৰ সমীপত মোতায়েন কৰিলে জে-২০ যুদ্ধ বিমান 

ভাৰতৰ সীমান্তৰ সমীপত চীনে মোতায়েন কৰিছে অতি উন্নত ষ্টিল্থ যুদ্ধ বিমান জে-২০। উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে মাত্ৰ দুদিন পূৰ্বে চীনে তিব্বতৰ শ্বিগাটছে বিমানঘাটিত জে-২০ যুদ্ধ বিমান মোতায়েন কৰিছে। চীনে জে-২০ মোতায়েন কৰা বিমান ঘাটিটো

নিৰ্বাচনী কৰ্তব্যলৈ যোৱা ৯ জন লোকৰ মৃত্যু, কেইবাজনৰো অৱস্থা সংকটজনক

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত নিৰ্বাচনী কৰ্তব্যৰত ৯ জন কৰ্মচাৰীৰ মৃত্যু হয়। তীব্ৰ গৰম আৰু হিট ৱেভৰ বাবে নিৰ্বাচনী কৰ্তব্যত থকা ৬ গৰাকী হোমগাৰ্ড, এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, এগৰাকী কনচলিডেচন অফিচাৰ আৰু ১ গৰাকী স্বাস্থ্য

গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষৰ মালা আৰু কপালত তিলক…… ধ্যানত মগ্ন প্ৰধানমন্ত্ৰীৰ কেইখনমান…

গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষ মালা আৰু কপালত তিলক... বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া দীঘলীয়া ধ্যান-ধাৰণাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু ছবি পোহৰলৈ আহিছে। বৃহস্পতিবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যান-ধাৰণা আৰম্ভ

বৰপেটাত কৰুণ ঘটনা! মছজিদৰ কাষৰ গাঁতত পৰি দুই শিশুৰ মৃত্যু

বৰপেটাৰোডৰ বালাভিঠা গাঁৱত সংঘটিত হৈছে এটা অতি শোকাৱহ ঘটনা। মছজিদৰ কাষত খন্দা এটা গাঁতত পৰি দুটি শিশুৱে কৰুণ মৃত্যুক সাৱটি লৈছে। মৃত শিশু দুটি ৰহমান আলী নামৰ লোকজনৰ ৫ বছৰীয়া পুত্ৰ আব্দুল হাবিব আৰু জীয়াৰুল ইছলামৰ ৬ বছৰীয়া পুত্ৰ আবুল হক

পুনৰবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা ছেত্ৰীৰ

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। প্ৰতিভাৱান ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেটৰ তিনিওটা ফৰ্মেট অৰ্থাত এদিনীয়া, টি-২০ আৰু টেষ্ট দলত স্থান লাভ কৰিছে। মুম্বাইত

৩০০০ অশ্লীল ভিডিঅ’ত জড়িত যৌন কেলেংকাৰী গোচৰৰ অভিযুক্ত নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্নাক গ্ৰেপ্তাৰ।

অৱশেষত গ্ৰেপ্তাৰ হ’ল যৌন কেলেংকাৰী গোচৰত অভিযুক্ত জেডিএছৰ নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্না। ৩৫ দিনৰ পিছত জাৰ্মানীৰ বাৰ্লিনৰ পৰা উভতি আহি মাজ নিশা ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয়। যৌন কেলেংকাৰী ঘটনা পোহৰলৈ অহাৰ লগে

ধ্যানত বহিল প্ৰধানমন্ত্ৰী মোদী। ৪৫ ঘণ্টীয়া ধ্যানত কি কৰিব, কি খাব?

নিৰ্বাচনী ফলাফলৰ পূৰ্বে ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কালি সন্ধিয়া ৬ বাজি ৪৫ মিনিটত তামিলনাডুৰ বিখ্যাত বিবেকানন্দ ৰক মেম'ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দই বহি ধ্যান কৰা শিলাস্মাৰকতে

থাকিবলৈ ঘৰ নাই, খাবলৈ পানী নাই! কিন্তু দেখা পাব টি-২০ বিশ্বকাপত

মনত সাহস, উৎসাহ আৰু দৃঢ়তা থাকিলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আমাৰ সকলোৰে জীৱনত অভাৱ-অভিযোগ আছে, কিন্তু যিসকলে নিজৰ সমস্যাক আওকান কৰি আগবাঢ়িব পাৰে তেন্তে সেই ব্যক্তিজন নিশ্চয় এদিন ইতিহাস সৃষ্টি কৰি আনৰ বাবে