ISHAN NEWS – Always One Step Ahead of Time…

প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা, চম্পাই ছোৰেনে ৰক্ষা কৰিব পাৰিবনে নিজৰ ভেটি ?

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা । ‘কোলহান টাইগাৰ’ হিচাপে পৰিচিত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ চম্পাই ছোৰেন(Champai Soren)ৰ ওপৰত নিবদ্ধ হৈছে দৃষ্টি ।  

সুস্থ শৰীৰৰ বাবে জগিং কৰা নে খোজকঢ়া বেছি উপকাৰী ?

সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনটোৰ বাবে ব্যায়াম আৰু খোজ কঢ়াটো অতি প্ৰয়োজনীয় । এটা সুস্থ শৰীৰৰ বাবে আমি প্ৰতিদিনে পুৱা ব্যায়াম আৰু খোজ কাঢ়িব লাগে । কিন্তু ইয়াৰ ভিতৰত কোনটো বেছিকৈ উপকাৰী ? ১০ মিনিটৰ একে ঠাইত ৰৈ জগিং নে ৪৫ মিনিট সময়

বাঘে মানুহক নহয়, মানুহেহে কৰিলে বাঘক কৰিলে আক্ৰমণ

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ এটা শিহৰণকাৰী ঘটনা । এইবাৰ বাঘৰ সলনি ওলাইছে মানুহৰুপী দানৱ । নিশংসভাৱে প্ৰহাৰ কৰা হ’ল এটা ঢেঁকীয়াপটীয়া বাঘক । এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ শিলাঘাটত । যিটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । উল্লেখ্য যে বিগত

দৈনিক ৪৯টাকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! দিল্লীৰ প্ৰদূষণ পাইছেগৈ এই পৰ্যায়

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰঃ দৈনিক ৪৯খনকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! সৰ্বাধিক প্ৰদূষিত চহৰ ঢাকাতকৈ ৫গুনে অধিক বিষাক্ত হৈ পৰিছে দিল্লী। যাৰ ফলত গেছ চেম্বাৰলৈ পৰিণত হৈছে । কোৱা হৈছে যে এই পৰিৱেশ দিল্লীৰ প্ৰতিগৰাকী লোকে দৈনিক ৪৯ টা

বাঘে লগ এৰা নাই কলিয়াবৰক, বনৰজাৰ মুক্ত বিচৰণ হৈ পৰিছে সাধাৰণ ঘটনা !

কলিয়াবৰ, ১৯ নৱেম্বৰঃ কলিয়াবৰত এতিয়াও অন্ত পৰা নাই বাঘৰ ন্ত্ৰাস ৷ বনৰজাৰ মুক্ত বিচৰণ যেন এতিয়া কলিয়াবৰত সাধাৰণ ঘটনা হৈ পৰিছে । দীৰ্ঘদিনৰ পৰা নিয়মীয়াকৈ কলিয়াবৰত বিচৰণ কৰি ফুৰিছে কেবাটাও বাঘে ৷ সোমবাৰে কলিয়াবৰত পুনৰ বাঘে চলালে

বিশাল-চুমী-দীপাংকৰেই নহয়, ১০০ কোটিৰ প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ আন এজনো

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ১০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী কৰি দিল্লীত গ্ৰেপ্তাৰ হ’ল ফাং চেনজিন । ৪৩.৫ লাখ টকা বিনিয়োগ কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় চীনৰ নাগৰিকগৰাকীক । দিল্লীৰ উপ-আৰক্ষী

৯০ মিনিট স্তব্ধ হৈ থাকিল হৃদপিণ্ড, তাৰ পিছত…

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ডেৰঘণ্টা স্তব্ধ হৈ পৰিছিল হৃদপিণ্ড । তাৰ পিছতো বিশেষজ্ঞ চিকিৎসকৰ দলে জীয়াই তুলিছে ভাৰতীয় সেনাৰ জোৱানগৰাকীক । এই সফলতা ওড়িশাৰ এইমছ ভূৱনেশ্বৰৰ । eCPRৰ জৰিয়তে এই সফলতা লাভ কৰি ওড়িশাৰ চিকিৎসা

অগ্নিত দগ্ধ হৈ বিদায় মাগিলে ১০টি সদ্যোজাতই, মৃত্যুৰে যুঁজিছে আন কেবাটিও কণমানিয়ে

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ  উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক ভয়ংকৰ শিহৰণকাৰী ঘটনা ৷ দাওদাওকৈ জ্বলি উঠিল এখন চিকি९সালয়ৰ এটা এন আই চি ইউৰ কোঠা ৷ এফালৰ পৰা জ্বলি গ’ল কোঠাটো ৷ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে চিকি९সালয়খনত  ৷ কান্দোনত

দোমোজাত শ শ পৰীক্ষাৰ্থী, পল্টন বজাৰ ৰে’লৱে ষ্টেছনত হাহাকাৰ

গুৱাহাটী, ১৪ নৱেম্বৰঃ  গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেছনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ৰে'লসেৱা বাতিলৰ পিছৰ পৰাই নিবনুৱাসকলৰ মাজত লাগিছে হাহাকাৰ ৷ উল্লেখ্য যে ১৫ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা ৷ ইতিমধ্যে

বেছি ধুনীয়া হ’বলৈ গৈ মৃত্যুক সাৱটিলে এইগৰাকী যুৱতীয়ে

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নিজকে বেছি ধুনীয়া কৰিবলৈ উঠি-পৰি লাগিছিল যুৱতীগৰাকী । তাৰ বাবে বুজন পৰিমাণৰ ঋণো লৈছিল যুৱতীগৰাকীয়ে । ইমানেই নিজৰ চেহেৰাটো সলনি কৰিবলৈ চেষ্টা কৰিছিল যে এদিনতে কৰিছিল ৬টা অস্ত্ৰোপচাৰ । কিন্তু তাৰ পিছতে নিজকে জীয়াই