ISHAN NEWS – Always One Step Ahead of Time…

‘নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ধোনী-শচীন’,….. মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ৩০০০ৰো অধিক…

ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে লাভ কৰিছে ৩০০০ৰো অধিক আবেদন। এই পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২৭ মে’। টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত বৰ্তমানৰ মুখ্য প্ৰশিক্ষক

ৰেমালৰ প্ৰভাৱ! ভূমিস্খলনৰ ফলত ১৫ জন লোকৰ মৃত্যু; এতিয়াও আৱদ্ধ বহু লোক

মঙলবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ একাধিক স্থানত হোৱা ভূমিস্খলনত অতি কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এটা শিলৰ কুৱেৰী ভাঙি পৰাৰ ফলত একেলগে ১১ জন লোকৰ মৃত্যু হয়। তথ্য অনুসৰি ‘ৰেমাল’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত

বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি।

আজিৰে পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।পৰীক্ষাৰ বাবে বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি। জিলাখনৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শালমাৰাৰ ডি পি মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত

হামাছৰ আক্ৰমণৰ পোতক ললে ইজৰাইলে! জ্বলাই দিলে শৰণাৰ্থীৰ শিবিৰ। ৩৫ জনৰ সৈতে ভয়ংকৰ ঘটনা।

গাজাত আক্ৰমণ নকৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আদালতে নিৰ্দেশ দিয়াৰ পিছতো চৰিত্ৰ সলনি হোৱা নাই ইজৰাইলৰ। এইবাৰ দক্ষিণ গাজাৰ ৰাফাৰ এটা শৰণাৰ্থী শিবিৰ জ্বলাই দিলে ইজৰাইলে। শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰষ্ট্ৰাইকত ৩৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিক

IPLত কোন দলে কিমান কোটি টকা লাভ কৰিলে? বিজয়ী দলে কিমান পালে ধন?  

কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আজুৰি নিলে IPLৰ খিতাপ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত কেকেআৰে ১০.৩ অভাৰতে ২টা উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। চেন্নাইত অনুষ্ঠিত

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি এই কাম নকৰিব! ৰাজ্যত ভয়ংকৰ ঘটনা।

উৎকট গৰমৰ মাজতে মহানগৰীত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুজন যুৱক! নিখোজ যুৱক দুজন ক্ৰমে নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক আৰু অৰ্জুন নাথ বুলি জানিব পৰা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ নিখোজ যুৱক দুজনৰ

টি-২০ ক্ৰিকেটত বাবৰে ৰচিলে ইতিহাস; ভংগ কোহলী আৰু ৰোহিত শৰ্মাৰ অভিলেখ

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত পুনৰবাৰ আন এক কৃতিত্ব গঢ়িবলৈ সক্ষম হ’ল পাকিস্তানৰ বাবৰ আজম। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দিব্তীয় স্থানত উপনীত হ’ল পাকিস্তানৰ অধিনায়কগৰাকী। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ

নীৰজ চোপ্ৰাৰ এটা প’ষ্টে চিন্তাত পেলাইছে অনুৰাগীক

পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে টকিঅ’ অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাৰ এটা ইনষ্টাগ্ৰাম ষ্টৰীয়ে চিন্তা বঢ়াইছে ভাৰতীয় অনুৰাগীৰ। জানিব পৰা অনুসৰি, টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দুসপ্তাহ পূৰ্বে

বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে আমেৰিকালৈ ৰাওনা নহ’ল বিৰাট কোহলী!

অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দলটোৰ একাংশ সদস্য শনিবাৰে আমেৰিকালৈ ৰাওনা হয়। মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহকে ধৰি আন কেইবাগৰাকীও ক্ৰিকেটাৰক আমেৰিকালৈ ৰাওনা হোৱা দেখা

ধাবাৰ সন্মুখত ৰৈ থকা বাছক প্ৰচণ্ড খুন্দা ডাম্পাৰৰ; ১১ গৰাকী ভক্তৰ মৃত্যু, ২৫ আহত

উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰত শনিবাৰে গভীৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়। পথ দুৰ্ঘটনাৰ বলি হোৱা এই আটাইকেইজন সীতাপুৰ জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি,