ISHAN NEWS – Always One Step Ahead of Time…

উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA-ৰ ম্যাদ

অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে উজনি অসমৰ চাৰিখন জিলাক পুনৰ ৬ মাহৰ বাবে 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰিছে।  উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত চলি থকা উদ্বেগৰ প্ৰতি সহাৰি জনাই শসস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ ৰ ধাৰা-৩ ৰ অধীনত

ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন; এটা পৰিয়ালৰে চাৰিজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ মোৰাদাবাদত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত এটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য দুজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। আহত লোকসকলক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা অনুসৰি, আজি ৰাতিপুৱা তীব্ৰবেগত

ধুমুহা গতিৰ বলেৰে চমক; অভিষেক মেচতেই জিলিকি উঠিল এইগৰাকী ভাৰতীয় বলাৰ

নিশাৰ ভিতৰতে তাৰকাত পৰিণত হ’ল ধুমুহা গতিৰ বলেৰে প্ৰতিপক্ষৰ বেটছমেনক শলঠেকত পেলোৱা এগৰাকী ভাৰতীয় বলাৰ। আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলা এইগৰাকী বলাৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ভৱিষ্যতৰ ছুপাৰষ্টাৰ আখ্যা দিছে বহু ক্ৰিকেট

মৰ্মান্তিক ঘটনা; শ্বৰ্ট চাৰ্কিটৰ ফলত ঘৰত জুই, ৪ জন লোকৰ মৃত্যু

গুজৰাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দ্বাৰকা নিবাসী এটা পৰিয়ালৰ ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত চাৰিজন সদস্যৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছে এগৰাকী বৃদ্ধা, স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সাতমহীয়া কন্যা সন্তান। পুৱতি নিশা প্ৰায়

ধনৰ অভাৱ! টিকট বিচৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ৫০ হাজাৰকৈ বিচাৰিছে কংগ্ৰেছে

আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা ধন বিচাৰিছে ওড়িশা কংগ্ৰেছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শৰৎ পাটনায়কে দলীয় কাম-কাজত ব্যৱহাৰ কৰিবলৈ প্ৰতিগৰাকী দলীয় টিকট বিচৰা নেতাৰ পৰা ৫০ হাজাৰকৈ টকা

নদীত বাগৰিল যাত্ৰীবাহী বাহন; ৫ জন লোকৰ মৃত্যু, এগৰাকী সন্ধানহীন

নেপালৰ চিটৱন জিলাত এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, শনিবাৰে পুৱা এখন টেক্সি খাৱৈত পৰি যোৱাৰ ফলত দুগৰাকী মহিলাসহ কমেও পাঁচজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ মতে, পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই

৫ গৰাকী মনীষীলৈ ভাৰতৰত্ন সন্মান ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ

আজি দেশৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰীচৰণ সিং আৰু পি ভি নৰসিংহ ৰাও, কৃষি বিজ্ঞানী এম এছ স্বামীনাথন, বিহাৰৰ

মানুহৰ ছালেৰে বন্ধোৱা এখন কিতাপ; বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হাৰ্ভাৰ্ডৰ

হাৰ্ভাৰ্ডত দেখিবলৈ পোৱা গ’ল এক আজৱ কাণ্ড। মানুহৰ গাৰ ছালেৰে বন্ধোৱা আছিল এখন কিতাপ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এই অস্বাভাৱিক বাইণ্ডিংটো কেনেকৈ আঁতৰাব সেয়া সদৰী কৰিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে নিজৰ পুথিভঁৰালত ৰখা ১৯ শতিকাৰ এখন কিতাপৰ

চাহ বনোৱাৰ সময়তে বিস্ফোৰণ ঘটিল চিলিণ্ডাৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ দেওৰিয়াত শনিবাৰে পুৱা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত আছে তিনিটা শিশু। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। খবৰ অনুসৰি

পাকিস্তানৰ বাবে দেৱদূত ভাৰতীয় সেনা! ২৩ পাকিস্তানীৰ জীৱন বচালে ভাৰতে

পুনৰ এবাৰ পাকিস্তানৰ বাবে দেৱদূত হৈ আহিল ভাৰতীয় সেনা। ২৩ গৰাকী পাকিস্তানী নাগৰিকৰ জীৱন ৰক্ষা কৰি মানৱীয়তাৰ পৰিচয় দিলে ভাৰতে। ছোমালিয়াত জলদুস্যৰ পৰা ভাৰতীয় সেনাই বচালে ২৩ গৰাকী পাকিস্তানী নাগৰিকৰ জীৱন। যোৱা শুক্ৰবাৰে সন্ধিয়া