ISHAN NEWS – Always One Step Ahead of Time…

টেষ্ট ক্ৰিকেটত কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া বিশ্বৰ প্ৰথমজন বেটছমেন

বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকাৰ বেটছমেন কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৭ নম্বৰ বা তাতকৈ নিম্ন স্থানত বেটিং কৰি টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন হিচাপে

প্ৰতি ঘৰ মানুহৰে একোখনকৈ উৰাজাহাজ থকা এখন গাঁও, ক’ত আছে এইখন গাঁও?

উৰাজাহাজত উঠি প্ৰথমবাৰ ভ্ৰমণ কৰাৰ কথা আপোনাৰ বাৰু মনত আছেনে? উৰাজাহাজত উঠি এবাৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ সকলোৰে হেঁপাহ থাকে। আজি কালি এয়া সহজ হৈ উঠিছে। কিন্তু আপুনি কেতিয়াবা এখন উৰাজাহাজ কিনাৰ কথা কল্পনা কৰিছে নেকি? সপোনৰ অগোচৰ যেন

মাছ ধৰিবলৈ গৈ চাৰি মাছমৰীয়া সন্ধানহীন; উদ্ধাৰ অভিযান অব্যাহত

দেশজুৰি হোলীৰ আনন্দ উল্লাসৰ মাজতে ত্ৰিপুৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। শনিবাৰে নিশা হঠাতে অহা প্ৰচণ্ড ধুমুহাৰ বাবে ৰাজ্যখনৰ ডাম্বুৰ জলাশয়ত চাৰিজন মাছমৰীয়া নিৰুদ্দেশ হোৱাৰ খবৰ আহিছে। স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি, ত্ৰিপুৰাৰ ধলাই জিলাৰ

জেইলৰ ভিতৰৰ পৰাই দিল্লী জল বিভাগৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অৰবিন্দ কেজৰিৱালৰ

প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে জেইলৰ ভিতৰৰ পৰাই জল বিভাগৰ বাবে জাৰি কৰিছে প্ৰথম চৰকাৰী নিৰ্দেশনা। এই নিৰ্দেশ দিল্লীৰ জলমন্ত্ৰী আতিশীয়ে সংবাদমেলযোগে পাঠ কৰে। জেইলৰ ভিতৰত

পাৰস্পৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! ডাম্পাৰেৰে খুন্দিয়াই প্ৰাণ ল’লে ৫ জন লোকৰ

ৰাজস্থানৰ ঝালাৱাৰ জিলাত ব্যক্তিগত সংঘাতৰ ভয়ংকৰ পৰিণতি। দুই পক্ষৰ মাজত চলা সংঘাতৰ বাবেই প্ৰাণ হেৰুৱালে পাঁচজনকৈ লোকে। মৃত পাঁচজন লোকৰ ভিতৰত আছিল দুই ভাই-ককায়েক। প্ৰাপ্ত খবৰ অনুসৰি, দুই পক্ষৰ মাজত চলা সংঘাতৰ পিছত এটা পক্ষই আনটো পক্ষৰ

বিষাক্ত সুৰা সেৱন কৰি এই পৰ্যন্ত ২১ জনৰ মৃত্যু; বিশেষ তদন্তকাৰী দল গঠন

পঞ্জাৱৰ সংৰুৰত বিষাক্ত সুৰায়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। বিষাক্ত সুৰা সেৱনৰ ফলত এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু হৈছে। আনহাতে একাংশ লোক এতিয়াও চিকিৎসাধীন হৈ আছে। এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত

ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ৫ গৰাকী শ্ৰমিকৰ মৃত্যু

শনিবাৰে ৰাজস্থানৰ জয়পুৰৰ বচ্ছি অঞ্চলৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত ৫ জন শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা

২৬ মাৰ্চত গুৱাহাটীত ভাৰত-আফগানিস্তানৰ মেচ

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া বিশ্বকাপ ফুটবল কোৱালিফায়িং মেচৰ বাবে শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰতীয় পুৰুষ ফুটবল দলটো। অহা ২৬ মাৰ্চ অৰ্থাত মঙলবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ মাওবাদীৰ মৃত্যু

ছত্তীশগড়ৰ বিজাপুৰৰ নক্সাল অধ্যুষিত পীডিয়া বনাঞ্চলত আৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হোৱাৰ খবৰ আহিছে। আৰক্ষী বিভাগৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিজাপুৰ আৰু দন্তেৱাড়া সীমান্তৱৰ্তী অঞ্চলত মাওবাদীৰ বিৰুদ্ধে এক বৃহৎ

বিষক্ৰিয়া হৈ প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ মৃত্যু

মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই। তাৰ প্ৰমাণ দেখুৱালে পলাশবাৰীৰ লোকে। দিনক দিনে এই জীৱ শ্ৰেষ্ঠৰ বাবেই বিলুপ্তৰ দিশত প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ। https://fb.watch/q_racha6q9/ জানিব পৰা মতে, পলাশবাৰীৰ জজি গণকপাৰাৰ পথাৰত মৃত গৰু ভক্ষণ কৰাৰ