ISHAN NEWS – Always One Step Ahead of Time…

Train Accident : ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ ইটোৰ পিচত সিটো ৰে'ল দুৰ্ঘটনাই জোঁকাৰি গৈছে দেশ । প্ৰাণ হেৰুৱাইছে বহু লোকে, আহত হৈছে বহু লোক । সঘনাই সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ । শনিবাৰেও তামিলনাডুত ৰে'লৰ

গাঁত খান্দি থাকোতেই কমেও ৫ শ্ৰমিকৰ মৃত্যু, আহত কেবাজনো

নিউজ ডেস্ক, ১২ অক্টোবৰঃ শনিবাৰে গুজৰাটত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । গাঁত খান্দি থকাৰ অৱস্থাতে মাটি খহি মৃত্যু হ'ল কমেও পাঁচজন শ্ৰমিকৰ । তদুপৰি আহত হৈছে আন কেবাগৰাকীও শ্ৰমিক ।শনিবাৰে গুজৰাটৰ মেহছানা জিলাত সংঘটিত হয় এই ঘটনা । জিলা সদৰৰ পৰা

কন্যাৰ বাবে পতা জালত নিজেই ভৰি দিলে মাতৃয়ে

নিউজ ডেস্ক, ১২ অক্টোবৰঃ নিজ কন্যাক হত্যাৰ বাবে মাতৃ কাষ চাপিল ছুপাৰি কিলাৰৰ । কন্যা প্ৰেমৰ সম্পৰ্কত থকাৰ বাবেই মাতৃয়ে গ্ৰহণ কৰিছিল এই কঠোৰ সিদ্ধান্ত । কিন্তু ঘটনাই অন্য মোৰ লৈ হত্যাৰ বলি হ'ল মাতৃগৰাকীৰহে ।ঘটনা অনুসৰি ১৭ বছৰীয়া কন্যাগৰাকীৰ

AR Rahman: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আৰ ৰহমানৰ কি ভূমিকা ?

নিউজ ডেস্ক, ১২ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কমলা হাৰিছলৈ সমৰ্থন আগবঢ়াইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতজ্ঞ এ আৰ ৰহমানে । ভাৰতীয় মূলৰ প্ৰতিদ্বন্দ্বী কমলা হাৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ' প্ৰস্তুত

পূজাৰ আনন্দৰ মাজতেই অঘটন। পুনৰ ৰে’ল দুৰ্ঘটনা। 3টা ডবাত অগ্নিকাণ্ড।

দুৰ্গা পূজাৰ আনন্দৰ মাজতে ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। লাইনচ্যুত 12টাকৈ ডবা আৰু আহত 19জনৰো অধিক লোকৰ। জানিব পৰা মতে, যাত্ৰীবাহী ৰে'ল আৰু মালবাহী ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দেশ কপাঁই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হয়। যাৰ

Tata Trusts Chairman : নোৱেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাবে নিযুক্তি

নিউজ ডেস্ক, ১১ অক্টোবৰঃ ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ষষ্ঠ অধ্যক্ষ হিচাবে নিযুক্ত দিয়া হৈছে নোৱেল টাটাক । আনহাতে নোৱেল টাটা হল ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ ১১ সংখ্যক অধ্যক্ষ । শুকুৰবাৰে এই নিযুক্তি প্ৰদান কৰা হয় সদ্যপ্ৰয়াত ৰতন টাটাৰ ৬৭ বছৰীয়া

Crown gifted by PM Modi : চোৰে লৈ গ’ল প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ

নিউজ ডেস্ক, ১১ অক্টোবৰঃ চোৰে লৈ গ'ল বাংলাদেশৰ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ । বৃহস্পতিবাৰে দেশখনৰ যশোৰেশ্বৰী মন্দিৰত চলিল চোৰৰ অভিযান । সেই অভিযানতে চোৰে উঠাই লৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ হিচাবে দিয়া কালী দেৱীৰ

Teachers Dress Code: শিক্ষকে পিন্ধি যাব নোৱাৰিব জিন্স-টি ছাৰ্ট, বিদ্যালয় চৌহদত নহ’ব উদ্দাম…

নিউজ ডেস্ক, ১০ অক্টোবৰঃ এতিয়াৰে পৰা বিদ্যালয়লৈ জিন্স আৰু টি-ছাৰ্ট পৰিধান কৰি আহিব নোৱাৰিব শিক্ষক-শিক্ষয়িত্ৰীয়ে । শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা । কেৱল শিক্ষকেই নহয়, অন্য কৰ্মচাৰীয়েও এই এনেধৰণৰ পোচাক বিদ্যালয়ত থকাৰ সময়ত

University Rankings: প্ৰকাশ পালে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫

নিউজ ডেস্ক, ১০ অক্টোবৰঃ টাইমছ হায়াৰ ইডুকেশ্যনে প্ৰকাশ কৰিলে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫ । য'ত স্থান লাভ কৰিছে বিশ্বৰ ২০০০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে । শিক্ষণ পৰিৱেশ, গৱেষণাৰ পৰিৱেশ, গৱেষণাৰ মানদণ্ড, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু

Ratan Tata Death : বিদায় মোৰ বন্ধু…, অভিনেত্ৰী ছিমি গেৰেৱালৰ বিশেষ পোষ্ট

নিউজ ডেস্ক, ১০ অক্টোবৰঃ ভালপোৱাজন হঠাৎ নোহোৱা হৈ যোৱাটো কিমান কষ্টকৰ হ'ব পাৰে সেয়া কাকো জনাবলগীয়া নহয় । প্ৰেমৰ সম্পৰ্কই সামাজিক স্বীকৃতি নাপালেও মনটোৱে চিৰদিনৰ বাবে স্বীকৃতি প্ৰদান কৰে । পিচলৈ যিয়েই নহওক, বিশেষজন থাকি যায় বিশেষ হৈ ।