ISHAN NEWS – Always One Step Ahead of Time…

ৰাঁচী টেষ্টৰ পূৰ্বে ৰোহিত শৰ্মা-বেন ষ্টোকছক ধমক খালিস্তানী উগ্ৰপন্থীৰ

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ডৰ মাজৰ চতুৰ্থখন টেষ্টৰ পূৰ্বে আলহী দল ইংলেণ্ডক নিজ দেশলৈ ঘূৰি যাবলৈ ধমক প্ৰদান কৰিছে খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনে। এই সন্দৰ্ভত উগ্ৰপন্থীগৰাকীয়ে মাওবাদীসকলক উচটনি দি

আসন হেৰুৱালে বিজেপিয়ে; AAP-ৰ কুলদীপ কুমাৰক চণ্ডীগড়ৰ মেয়ৰ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ

বিজেপিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা আহিছে আন এক বেয়া খবৰ। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন বিতৰ্ক সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিজেপিৰ প্ৰাৰ্থী মনোজ সোনকৰৰ বিপৰীতে আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ কুমাৰক

টি-২০ ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে হাছাৰাংগাই; ভংগ হ’ল মালিংগাৰ অভিলেখ

শ্ৰীলংকাৰ আগশাৰীৰ স্পিন বলাৰ ৱানিন্দু হাছাৰাংগাই নিজৰ টি-২০ কেৰিয়াৰত এক বিশেষ মাইলৰ খুঁটিত উপনীত হৈছে। টি-২০ত ১০০টা উইকেট দখল কৰা দ্বিতীয় শ্ৰীলংকাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় হাছাৰাংগা। পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১০০ উইকেট দখল কৰা

ৰাহুল গান্ধীৰ লগতে কেইবাজনো কংগ্ৰেছৰ নেতাক অসম আৰক্ষীৰ চমন

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)এ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত চি আই ডিয়ে ৰাহুল গান্ধীৰ লগতে আন কংগ্ৰেছ নেতালৈ চমন জাৰি কৰিছে।

হৃদৰোগত আক্ৰান্ত হৈ অভিনেতা ৰিতুৰাজ সিঙৰ মৃত্যু

টেলিভিশ্বন শ্ব’ৰ জনপ্ৰিয় অভিনেতা ৰিতুৰাজ সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ ৫৯ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী। কালি বেছি দুৰ্বল হোৱাত ততাতৈয়াকৈ চিকিত্সালয়লৈ লৈ যোৱা হয় যদিও পেনক্ৰিয়াচৰ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে