ISHAN NEWS – Always One Step Ahead of Time…

গাখীৰৰ টেংকাৰে মহতিয়ালে বহু লোকক; ৩ জনৰ মৃত্যু, ৩০ৰো অধিক আহত । ISHAN NEWS

শনিবাৰে ছিকিমৰ ৰাণীপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ৩০ জন লোক গুৰুতৰভাৱে আহত হৈছে। অঞ্চলটোৰ টাটা মৈদানত অনুষ্ঠিত মেলাত সমবেত হোৱা শ-শ লোকে টাম্বোলা (স্থানীয় খেল) খেলি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত

ইউক্ৰেইনৰ বৃহৎ চহৰত ড্ৰোণ আক্ৰমণ; তিনি শিশুসহ ৭ জনৰ মৃত্যু

প্ৰায় দুবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ পৰা আহিছে আন এক ডাঙৰ খবৰ। ইউক্ৰেইনৰ অন্যতম ডাঙৰ চহৰ খাৰকিভত ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত তিনিগৰাকী শিশুসহ মুঠ সাতজন লোকৰ মৃত্যু হৈছে। খাৰ্কিভৰ এগৰাকী প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া

ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা জীপৰ; চাৰিজনৰ মৃত্যু, আহত ৬ জন

মধ্য প্ৰদেশৰ মণ্ডলা জিলাৰ বিচিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঔৰই গাঁৱৰ সমীপত শুকুৰবাৰে নিশা এখন জীপে ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন আহত হয়। বিচিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ সিং ধূৰ্ভেই

গুৱাহাটী বিশ্ববিদ্যালয়ত সপ্তম AINET আন্তঃৰাষ্ট্ৰীয় ই এল টি সন্মিলন

ভাৰতৰ দৰে সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যপূৰ্ণ দেশত মানুহে একাধিক ভাষা ব্যৱহাৰ কৰে কিন্তু ইংৰাজী ভাষা হৈছে সকলো মানুহক একত্ৰিত কৰা ভাষা। গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ ইংৰাজী ভাষা পাঠদান বিভাগৰ সহযোগত আয়োজিত সপ্তম AINET

তিনিখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; কোনে কোনে পালে স্থান? ISHAN NEWS…

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ বাকী থকা তিনিখন টেষ্টৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। প্ৰথম দুখন টেষ্টৰ দৰে অন্তিম তিনিখন টেষ্টৰ বাবেও দলত উপলব্ধ নাথাকিব বিৰাট কোহলী। ব্যক্তিগত কাৰণৰ বাবে টেষ্ট শৃংখলাটোৰ বাকী থকা তিনিখন মেচৰ