ISHAN NEWS – Always One Step Ahead of Time…

Google Mapৰ পৰা নোহোৱা হ’ল যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

Googleয়ে সলালে বিধ্বস্ত পথৰ পথ নিৰ্দেশনা। Google Mapৰ পৰা নোহোৱা হ’ল যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।ৰঙা চিহ্নৰে চিহ্নিত কৰিলে যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা।যোৰহাটৰ পৰা জাঁজীলৈ যদি কোনোৱে যাব

প্ৰথমে পতন, পিছত উত্থান অৱশেষত সলনি হ’ল ষ্টক মাৰ্কেটৰ গতিবিধি ।

শুকুৰবাৰৰ দিনটোত পুনৰ স্তব্ধ হৈ পৰিল শ্বেয়াৰ মাৰ্কেট। প্ৰথমে পতন, পিছত উত্থানে সলনি কৰিলে বজাৰৰ গতিবিধি। ৪ অক্টোবৰৰ দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ অস্থিৰতা দেখিবলৈ পোৱা গ’ল। ৩ অক্টোবৰত SENSEX- 1769.19 পইন্ট যাৰ বজাৰ মূল্য 82,497.10

শ্বেয়াৰ মাৰ্কেটৰ উত্থান-পতন!

মাহটোৰ শেষত অৰ্থাৎ 30/09/2024ত পুৱাৰে পৰা দ্ৰুতগতিত নিম্নগামীৰ দিশে গতি কৰিছে ষ্টক মাৰ্কেটে। সোমবাৰৰ দিনটোত বিনিয়োগকাৰীৰ প্ৰায় 5 লাখ কোটি টকাৰ লোকচান হয় । SENSEX 1272.07(1.49%) পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে NIFTY-50 368.10(1.41%) পইণ্টলৈ

চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব, নিয়ম ভংগ কৰিলেই লগে লগে ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।

এইবাৰৰ পৰা ই-ৰিক্সাৰ সোঁ ফাল সম্পূৰ্ণ থাকিব বন্ধ। চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব আৰু ইচ্ছা কৰিলে য’তে ত'তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন। ই-ৰিক্সাৰ চালকৰ বাবে কঠোৰ নিৰ্দেশনা । যাত্ৰীয়েও মানিব লাগিব কেতবোৰ নিৰ্দেশনা । নিয়ম

শিশুৰ অশ্লীল ভিডিঅ’ চোৱাটো অপৰাধ হয় নে নহয়? কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

অশ্লীল কন্টেন্ট চোৱা বা ডাউনলোড কৰা কোনো অপৰাধ নহয়? যেতিয়ালৈ চাওতাই সেই ভিডিঅ’ সম্প্ৰচাৰিত নকৰে তেতিয়ালৈ POCSO আইন বা IT আইনৰ অধীনত কোনো অপৰাধ বুলি গণ্য কৰা নহ’ব? মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

dumping groundলৈ পৰিণত গুৱাহাটীৰ ভৰলু !

ধ্বংসৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ ভৰলু। ভৰলু এতিয়া ভৰলু হৈ থকা নাই হৈ পৰিছে এক dumping groundলৈকিয়নো একাংশ ব্যৱসায়ী-দোকানসমূহে ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে মৰা ভৰলু নদী‌খনক । বেতকুছিৰ NEF LAW COLLEGEৰ কাষতে ব্যৱসায়ী-দোকানী সকলে ডাষ্ঠ বিনৰ

এফালে উপহাৰত পোৱা ট্ৰেক্টৰ ঘূৰাই লাগে গ্ৰাহকক আনফালে ডিলাৰক ঘূৰাই নালাগে ট্ৰেক্টৰ… ঘটনাটো কি???

উপহাৰৰ নামত ৰাইজে পালে ৰামঠগন। কোনে দিলে এই ৰামঠগন? উপহাৰ কুপন খেলৰ উদ্বোধনীত বিচাৰিলে ৪খন ট্ৰেক্টৰ, ট্ৰেক্টৰ ক্ৰয় কৰাৰ নামত কৰা হ’ল এগ্ৰীমেন্ট। টিকট বিক্ৰি সম্পূৰ্ণ হোৱাৰ পাছত ১০/১২ দিন পিছত পুনৰ ডিলাৰক ঘূৰাই দিয়া হ’ল ট্ৰেক্টৰখন।

শিক্ষক দিৱসৰ দিনাই পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অঘটন

শিক্ষক দিৱসৰ দিনাই অঘটন। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত এই অঘটন। শিক্ষানুষ্ঠানখনৰ ৩ মহলীয়া অট্টালিকাৰ পৰা জপিয়ালে এজন ছাত্ৰই। বহু সময় ধৰি ছাত্ৰজনে জপিয়াবলৈ চেষ্টা কৰি থকা প্ৰত্যেক্ষ কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।

মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। এখন জাননীযোগে এই কথা সদৰি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।

কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে?

২০২৪ চনত কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে ! এই সন্দৰ্ভত ফৰ্চুন ইণ্ডিয়াই তথ্য প্ৰকাশ কৰিলে কেতবোৰ তথ্য। কোটি কোটি জনতাৰ মন জয় কৰা দেশৰ বহুল সমাদৃত তাৰকাসকলেও কোটি টকা উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি থকাই নহয় বৰঞ্চ দেশৰ ৰাজকোষলৈও আগবঢ়াঙইছে কৰ