ISHAN NEWS – Always One Step Ahead of Time…

’12th Fail’ লৈ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা; বিক্ৰান্ত মেছী,মেধা শংকৰ, জাহ্নৱী কাপুৰ আৰু…

ঘোষণা হ'ল ২০২৪ চনৰ ফিল্মফেয়াৰ বঁটা।বহু চেলিব্ৰিটীয়ে খোজ দিলে ফিল্মফেয়াৰৰ ৰঙা কাৰ্পেটত,বহুতেই লাভ কৰিলে বঁটা। দেওবাৰে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হৈছিল ফিল্মফেয়াৰ বঁটা। অনুষ্ঠান পৰিবেশন কৰে কৰীণা কাপুৰ,কৰিশ্মা কাপুৰ,চাৰা আলি খান, ৰণবীৰ

ডাঙৰ অঘটন! গাব্বা টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ৱেষ্ট ইণ্ডিজে

ৱেষ্ট ইণ্ডিজ দলে অষ্ট্ৰেলিয়াৰ গাব্বাত এনে এক কৃতিত্ব গঢ়িলে, যিটো কেৰিবিয়ান ক্ৰিকেটৰ ইতিহাসত বছৰ বছৰ ধৰি স্মৰণীয় হৈ থাকিব। দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়া দলক ৮ ৰানত পৰাস্ত কৰি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। এদিন পূৰ্বে

ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু চাৰি বিদেশীৰ

হাৰিয়ানাৰ শোণিপটত এখন তীব্ৰবেগী বাহনে তিনিজন চাইকেল আৰোহী আৰু এখন স্কুটাৰত খুন্দা মৰাৰ ফলত চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি। দুৰ্ঘটনাটোত নিহত লোকসকল নেপালৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো

বিৰোধীৰ আশা ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। জেডিইউৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি পদত্যাগ

গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰ মণিপুৰ; অস্ত্ৰধাৰীৰ আক্ৰমণত এজনৰ মৃত্যু, চাৰিজন আহত

মণিপুৰৰ কাংপোকপি জিলাত শনিবাৰে পুৱা দুটা সশস্ত্ৰ সংগঠনৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়। এখন পাহাৰীয়া কুকি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি বন্দুক আৰু বোমাৰে আক্ৰমণ চলোৱা বুলি

ইৰাণত ৯ গৰাকী পাকিস্তানীক গুলীয়াই হত্যা। এয়াৰষ্ট্ৰাইকৰ ১২ দিনৰ পাছতেই ভয়ংকৰ ঘটনা

ইৰাণত ৯ গৰাকী পাকিস্তানীক গুলীয়াই হত্যা। পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰাইকৰ ১২ দিনৰ পাছতেই এই ঘটনা। প্ৰকাশিত খবৰ মতে, নিহত লোককেইজন বাহন মেৰামতি কৰা এটি প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল। আনহাতে, এই ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হয়। ইৰাণৰ চাৰৱান চহৰৰ

হায়দৰাবাদৰ তন্ময় আগৰৱালে গঢ়িলে কেইবাটাও বিশ্ব অভিলেখ

হায়দৰাবাদৰ প্ৰতিভাৱান বেটছমেন তন্ময় আগৰৱালে শনিবাৰে নিজৰ নামত গঢ়িলে আন এক বিশ্ব অভিলেখ। শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী প্লেট গ্ৰুপৰ খেলখনত মাত্ৰ ১৪৭টা বলত ত্ৰিশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল তন্ময়ে। শুকুৰবাৰে ১৬০টা বলত

পুনৰ বিশ্ব অভিলেখ বোপান্নাৰ; গ্ৰেণ্ড শ্লেম জয়ী হোৱা বিশ্বৰ আটাইতকৈ বয়স্ক খেলুৱৈ

ৰোহন বোপান্নাৰ বিশ্ব অভিলেখ। টেনিছৰ ইতিহাসত গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৪৩ বছৰীয়া ৰোহন বোপান্না। শনিবাৰে সতীৰ্থ মেথিউ এবডেনৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ ট্ৰফী লাভ কৰে। ফাইনেলত ছিমন বলেলি

বিজেপি নেতা আৰু পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড; অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ

মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা অঞ্চলটোৰ এগৰাকী স্থানীয় বিজেপি নেতাৰ ঘৰত অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে প্ৰৱেশ কৰি নেতা আৰু তেওঁৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। উজ্জয়িনীৰ দেৱাছ পথত

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস; দুজন ছাত্ৰৰ মৃত্যু

আমেৰিকাত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। শেহতীয়াকৈ চিকাগোৰ এখন বিদ্যালয়ৰ বাহিৰত অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত দুজন ছাত্ৰৰ মৃত্যু হোৱাৰ খবৰ আহিছে। স্থানীয় সময় অনুসৰি, শুকুৰবাৰে দুপৰীয়া ১২.২৫ বজাত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে।