ISHAN NEWS – Always One Step Ahead of Time…

সংকটত INDIA  মিত্ৰজোঁট! লোকসভা নিৰ্বাচন অকলেই খেলিব মমতাই ISHAN NEWS…

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাঙিব পাৰে INDIA মিত্ৰজোঁট! নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা সময়তে বিৰোধী মৰ্চাত জোকাৰণি। সমাগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে। কংগ্ৰেছে টিএমচিৰ প্ৰস্তাৱ গ্ৰহণ

৬ গৰাকী সতীৰ্থৰ ওপৰত গুলীচালনা অসম ৰাইফলছৰ জোৱানৰ

হিংসাজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। অসম ৰাইফলছৰ এজন জোৱানে নিজৰ সতীৰ্থৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰাৰ পিছত নিজেই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ খবৰ আহিছে। এই ঘটনাত ৬ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। অৱশ্যে এই ঘটনাক

ৰাম মন্দিৰ নিৰ্মাণক লৈ ৫৭ খন মুছলমান দেশৰ ক্ষোভ!

ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই এতিয়া ৰামভক্তিত লীন দেশবাসী। অযোধ্যাৰ ৰাম মন্দিৰৰ স্থাপনক লৈ গৌৰাৱান্বিত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে ৰাম মন্দিৰ নিৰ্মাণক ভাৰতক সমালোচনা কৰিছে Organisation of Islamic Cooperation-এ। পাকিস্তানৰ পাছত এইবাৰ ৰাম

ৰাম মন্দিৰ শোভাযাত্ৰাৰ সময়ত হিংসা; অঞ্চলটোত চলিল বুলড’জাৰ ISHAN NEWS

উত্তৰ প্ৰদেশ, অসমৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত উচ্ছেদৰ বাবে ব্যৱহাৰ কৰা হ’ল বুলড’জাৰ। ৰাজ্যখনৰ মুম্বাইৰ মীৰা ৰোড অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ আদি ভাঙি পেলোৱাৰ বাবে প্ৰশাসনে ব্যৱহাৰ কৰিছে বুলড’জাৰ। সোমবাৰৰ পৰা অঞ্চলটোত উত্তেজনা বৃদ্ধি

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা ICC-ৰ; ভাৰতৰ মাত্ৰ দুগৰাকী খেলুৱৈৰ স্থান লাভ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। টি-২০ৰ দৰে আই

এয়া অৰ্থহীন, ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ নোপোৱাত ক্ষুভিত ইলন মাস্ক ishan…

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতে দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই সফলতা। ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কে। টেছলা আৰু এক্সৰ স্বত্বাধিকাৰী ইলন

হামাছৰ ভয়ংকৰ আক্ৰমণত ইজৰাইলৰ ২১ গৰাকী সেনাৰ মৃত্যু ISHAN NEWS…

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ ২১ গৰাকী সৈন্য নিহত হোৱা বুলি জানিব পৰা গৈছে। দুয়ো পক্ষৰ মাজত চলি থকা যুদ্ধৰ মাজতে হোৱা এটা প্ৰচণ্ড বিস্ফোৰণত এই সেনাসকলে প্ৰাণ হেৰুৱায়। বিস্ফোৰণটো