ISHAN NEWS – Always One Step Ahead of Time…

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠালৈ শুভেচ্ছা,অমিতাভক দেখি কিয় থমকি ৰৈ গ’ল মোদী? ISHAN NEWS…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন কৰা হয়। তেওঁ আছিল অনুষ্ঠানটোৰ মূল আয়োজক।মোহন ভাগত,যোগী আদিত্যনাথ আদিয়ে তেওঁক সহযোগ কৰিছিল। মন্দিৰ চৌহদত ১১ দিনীয়া উপবাস ভংগ কৰিলে প্ৰধানমন্ত্ৰীয়ে।ইয়াৰ

মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ ১৮৪ গৰাকী সেনাক নিজ দেশলৈ প্ৰেৰণ

ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সন্মিলিত জোঁট ব্ৰাডাৰহুড এলায়েন্সৰ সৈতে যুদ্ধত তিষ্ঠিব নোৱাৰি সীমান্ত পাৰ হৈ মিজোৰামলৈ পলাই অহা জুণ্টা চৰকাৰৰ ১৮৪ গৰাকী সৈন্যক পুনৰ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে। মঙলবাৰে এজন অসম ৰাইফলছৰ বিষয়াই এই কথা জানিব দিয়ে।

আমলখি, আঙুৰ খালেও হ’ব পাৰে বিপদ? কেতিয়া, ক’ত জানি থওঁক। ishan news

সুস্থ হৈ থাকিবলৈ ফল-মূল খোৱাটো অতি প্ৰয়োজন। যিকোনো ঋতুতে ফিট হৈ থাকিবলৈ ফল-মূল খাব লাগে। শীতকালত বিভিন্ন সংক্ৰমণৰ আশংকা বেছি। ইয়াৰ পৰা হাত সাৰিবলৈ ছাইট্ৰাছ জাতীয় ফল খোৱাটো গুৰুত্বপূৰ্ণ।ইয়াত ভিটামিন চি থাকে যিয়ে যিকোনো ধৰণৰ

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলত মোক্ষম আঘাত

ভাৰতৰ বিৰুদ্ধে ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৫খন টেষ্ট মেচৰ শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলটোৱে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইংলেণ্ডৰ তাৰকা বেটছমেন হেৰী ব্ৰুক ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অংশ নহ’ব। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে এক

অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা; মৃত্যু অসমৰ তিনিজন লোকৰ

অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত অসমৰ তিনিজন লোকৰ কৰুণ মৃত্যু হৈছে। যুৱক তিনিজনে শনিবাৰে AS23AD7360 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে অৰুণাচললৈ গৈ থকা অৱস্থাত আঞ্জাওৰ সমীপৰ হাৱাইত পথ দুৰ্ঘটনাত পতিত হয়।

ভাৰতৰে শত্ৰুতা ৰাষ্ট্ৰপতিৰ! প্ৰাণ গ’ল এটি ১৪ বছৰীয়া নিষ্পাপ শিশুৰ

ভাৰতৰ সৈতে চলি থকা বিবাদৰ মাজতে মালদ্বীপৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ৰাষ্ট্ৰপতি মুইজ্জুৰ হঠকাৰীতাৰ বাবে এটা শিশুৰ মৃত্যু হৈছে। মালদ্বীপৰ সংবাদ মাধ্যমে

গাড়ীৰ ভিতৰতে ৮টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য বোকাখাতত ISHAN NEWS…

বোকাখাতৰ বিহৰা গৰু বজাৰত ৮টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গৰু কেইটা এখন গাড়ীৰে বজাৰলৈ আনি থকা অৱস্থাতে মৃত্যু হোৱা বুলি জনাইছে বজাৰ কৰ্তৃপক্ষই। বজাৰ কৰ্তৃপক্ষৰ গা এৰা মন্তব্যৰ বিপৰীতে গাড়ীৰ বহন ক্ষমতাতকৈ

তীব্ৰ বেগী ট্ৰাকৰ সংহাৰ! স্বামী-স্ত্ৰীসহ পাঁচগৰাকী লোকে হেৰুৱালে প্ৰাণ

মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত তিনিটা পৃথক পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে। কামগৰ নগৰত প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হয়। দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় বিহিৰগাঁৱত, য’ত দুজন লোকৰ মৃত্যু হয়। আনহাতে,