ISHAN NEWS – Always One Step Ahead of Time…

জম্মুত লেণ্ডমাইন বিস্ফোৰণত এজন জোৱানৰ মৃত্যু, দুজন আহত

জম্মু সংমণ্ডলৰ ৰাজৌৰি জিলাৰ নৌশ্বেৰাত ভাৰত-পাকিস্তান নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ফৰৱাৰ্ড এলেকাত সংঘটিত এটা লেণ্ডমাইন বিস্ফোৰণত এজন জোৱানৰ মৃত্যু হোৱাৰ লগতে দুজন জোৱান আহত হয়। ফৰৱাৰ্ড এলেকাত টহল দি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হয়। তথ্য

কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত; ২২ জানুৱাৰীত দুপৰীয়া ২.৩০ বজালৈ বন্ধ থাকিব সকলো কাৰ্যালয়

অহা ২২ জানুৱাৰী অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত সমগ্ৰ দেশতে অৰ্ধ ছুটীৰ ঘোষণা কৰিছে। পুৱাৰে পৰা দুপৰীয়া ২.৩০ বজালৈ সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থাকিব। দেশৰ জনসাধাৰণে ৰাম লালাৰ অভিষেকৰ লাইভ

নিবনুৱাৰ বাবে ভাল খবৰ! চৰকাৰী চাকৰি আবেদনৰ বয়স ৫ বছৰলৈ বৃদ্ধি

ছত্তীশগড়ত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। দৰাচলতে বুধবাৰে ছত্তীশগড় চৰকাৰে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা ৰাজ্যবাসীৰ সৰ্বোচ্চ বয়সৰ সীমাত পাঁচ বছৰৰ শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই

প্ৰতিদিনে গা ধুলে হ’ব পাৰে গুৰুতৰ ক্ষতি !

পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ দিনটোত বহুবাৰ গা ধোৱে নেকি? শীতকালতো বহু লোকে এদিনত বহুবাৰ গা ধোৱে। আপুনি পৰিষ্কাৰ হৈ থকাৰ বাবে বেমাৰবোৰ ওচৰলৈ নাহে বুলি ভাবিছে নেকি? এই ধাৰণা ভুল প্ৰমাণিত কৰি ছালৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে গা নোধোৱা মানে

আমেৰিকা-ব্ৰিটেইনৰ যুদ্ধ আৰম্ভ! হুথীৰ কেইবাটাও শিবিৰত চলিছে আক্ৰমণ

য়েমেনত আমেৰিকা আৰু ব্ৰিটেইনৰ যুটীয়াভাৱে আক্ৰমণ। উত্তৰ য়েমেনৰ হুথীৰ কেইবাটাও শিবিৰত আক্ৰমণ চলাইছে আমেৰিকা আৰু ব্ৰিটেইনে। প্ৰকাশিত তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠনটোৰ দ্বাৰা নিয়ন্ত্ৰিত লোহিত সাগৰৰ মুখ্য বন্দৰ হোদেইদাহকে ধৰি পাঁচখন প্ৰদেশৰ

ক্ৰিকেটৰ বাবে এৰিছিল ছিকিউৰিটি গাৰ্ডৰ চাকৰি; অভিষেক মেচতে দৃষ্টি কাঢ়িলে এইগৰাকী ক্ৰিকেটাৰে

মানুহৰ প্ৰবল ইচ্ছাশক্তিৰ আগত কোনো ধৰণৰ বাধাই তিষ্ঠি থাকিব নোৱাৰে৷ চেষ্টাৰ ত্ৰুটী নহ’লে কোনো প্ৰচেষ্টাই সমাদৰ নেহেৰুৱায়৷ মানুহৰ আনন্দ সাফল্যত নহয়, প্ৰচেষ্টাতহে৷ এই কথাকেই প্ৰমাণ কৰি দেখুৱালে ৱেষ্ট ইণ্ডিজৰ এজন ক্ৰিকেটাৰে। অষ্ট্ৰেলিয়াৰ

মণিপুৰত বন্দুকধাৰীৰ আক্ৰমণত BSF-ৰ তিনিজন জোৱান আহত, সান্ধ্য আইন জাৰি

অশান্তজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত বি এছ এফৰ কমেও তিনিজন জোৱান আহত হয়। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দি কয় যে, বুধবাৰে নিশা একাংশ লোকে থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ড

মৰিগাঁৱত কাৰ্বিং আংলঙৰ ২৫ বছৰীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড

অসমত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা। কাৰ্বি আংলং জিলাৰ এজন ২৫ বছৰীয়া যুৱকক গৰু সৰবৰাহৰ সন্দেহত একাংশ উত্তেজিত লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জানিব দিয়া মতে, বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। মৰিগাঁৱৰ

পুনৰ অশান্ত মণিপুৰ! বিদ্ৰোহীৰ আক্ৰমণত IRB জোৱানৰ মৃ্ত্যু; সহায় বিচাৰি কেন্দ্ৰলৈ পত্ৰ

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। নিৰাপত্তাত নিয়োজিত এজন আই আৰ বি জোৱানক উগ্ৰপন্থীয়ে হত্যা কৰাক লৈ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যখনত। জানিব পৰা মতে, টেংনৌপাল জিলাৰ ম’ৰে চহৰত নিৰাপত্তাত নিয়োজিত এটা দলৰ ওপৰত

ধোনীৰ বিৰুদ্ধে ব্যৱসায়িক বন্ধুৱে দিলে মানহানিৰ গোচৰ; ১৮ জানুৱাৰীত শুনানি

এম এছ ধোনিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। এই গোচৰটো হৈছে মানহানি সন্দৰ্ভত, যিটো তেওঁৰ বন্ধু তথা প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দিবাকৰে দিছে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই গোচৰৰ শুনানি হ’ব ১৮ জানুৱাৰীত। শুনানি গ্ৰহণ কৰা হ’ব