ISHAN NEWS – Always One Step Ahead of Time…

বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি যাত্ৰী! তাৰ পাছত….

এইবাৰ বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি এগৰাকী যাত্ৰী!বিমানত যে আৰু কি কি নহয়! SpiceJetৰ SpiceJet ৰ SG-268 নম্বৰ বিমানত সংঘটিত হল এক আজৱ ঘটনা। বিমানখনৰ এজন যাত্ৰীয়ে শৌচাগাৰৰ চিটত বহিয়েই পালেহি গন্তব্য স্থান বেংগালোৰ।

শ্বপিংমলত কাপোৰ চুৰ কৰি ধৰা পৰিল মহিলা সাংসদ! অৱশেষত পদত্যাগ

শ্বপিংমলত কাপোৰ চুৰ কৰি ধৰা পৰিল মহিলা সাংসদ! চুৰি কৰাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই পদত্যাগ কৰিবলৈ বাধ্য হল সাংসদগৰাকী। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে নিউজিলেণ্ডত। দোকানত চুৰি কৰাৰ অভিযোগত গ্ৰীণ পাৰ্টিৰ সদস্য অভিযোগত গোলৰিজ ঘাহৰামানে পদত্যাগ

শিহৰণকাৰী পথ দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল অটোৰিক্সা, ৬জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ যৱতমাল জিলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক দুৰ্ঘটনা। মঙলবাৰে পুৱা এখন অটোৰিক্সা নলাত পৰি যোৱাৰ ফলত ৬গৰাকী লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। পুছাদ (গ্ৰাম্য) আৰক্ষী থানাৰ পৰিদৰ্শক

ৰামক ভক্তি কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। ৰামমন্দিৰলৈ পদযাত্ৰা ওছমান আলী আৰু প্ৰিন্স শৰ্মাৰ।

‘ভগৱান শ্ৰী ৰাম সকলোৰে, মই এজন মুছলমান হিচাপে গৌৰৱান্বিত। শ্ৰী ৰামক উপাসনা কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। ব্যক্তিজনৰ হৃদয় পৰিষ্কাৰ হোৱাটোৱে গুৰুত্বপূৰ্ণ। ৰামজী কেৱল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ।‘ এই মন্তব্য ওছমান আলী নামৰ এজন ৰামভক্তৰ।

বিস্ময়কৰ! শব্দতকৈ অধিক বেগেৰে যাত্ৰা কৰিব পৰা বিমান মুকলি নাছাৰ

শুকুৰবাৰে আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু লকহিড মাৰ্টিনে আনুষ্ঠানিকভাৱে মুকলি কৰে ‘এক্স-৫৯ কুৱেষ্ট ছুপাৰছ’নিক বিমান’। এই মহাকাশযানখন অতি নিখুঁতভাৱে ডিজাইন কৰা হৈছে। নাছাৰ মতে এই নতুন বিমানখন শব্দতকৈ অধিক বেগী অৰ্থাৎ আতিশাব্দিক হ’ব।

তালাকৰ বাবে আদালতলৈ যাব নালাগে, মুখৰেই তালাক বুলি কোৱাটোৱেই যথেষ্ঠ। উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়

তালাকৰ বাবে আদালতলৈ যাব নালাগে, মুখৰেই তালাক বুলি কোৱাটোৱেই যথেষ্ঠ। মুছলমান মহিলাসকলক লৈ কেৰালা উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। উচ্চ ন্যায়ালয়ে কৈছে যে পাৰ্ছনেল ল’ৰ অধীনত বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলা এগৰাকীক তালাকৰ বাবে আদালতলৈ লৈ

ইতিহাস ৰচাৰ সোণালী সুযোগ; বিৰাট কোহলীক প্ৰয়োজন মাত্ৰ ৬ ৰানৰ

ভাৰত আৰু আফগানিস্তানৰ মাজত চলি থকা টি-২০ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাৰ প্ৰথম দুখন মেচ জয়ী হৈ ইতিমধ্যেই শৃংখলা দখল কৰিছে ভাৰতে। টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ এইটোৱে

ছিম ইণ্টাৰনেট অবিহনে চাব পাৰিব পছন্দৰ ভিডিঅ’!  ১৯ চহৰত চলিব ট্ৰায়েল

মোবাইলত ভিডিঅ', চিনেমা বা টিভি চেনেল চাবলৈ, ছিম কাৰ্ড আৰু ইণ্টাৰনেট দুয়োটাৰে প্ৰয়োজন। পিছে শীঘ্ৰেই ইণ্টাৰনেট বা ছিম নথকাকৈ ভিডিঅ চোৱাৰ সুবিধা লাভ কৰিব আপুনি। শীঘ্ৰেই দেশৰ কেইবাখনো চহৰত বাস্তৱত পৰিণত হ'ব Direct-to-Mobile (D2M) technology,

পাকিস্তানত ইৰাণৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। পাকিস্তান আৰু ইৰাণৰ মন্ত্ৰীৰ বৈঠকৰ মাজতে আক্ৰমণ

পাকিস্তানত ইৰাণৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। পাকিস্তানত থকা সন্ত্ৰাসবাদী সংগঠন জৈঈছ অল অদলৰ ঘাটিত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। এই আক্ৰমণত ২ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৬ জন লোক। আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ।

পেৰেডলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী বিষয়াৰ

বুধবাৰে পুৱা জলপাইগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, আৰক্ষী বিষয়াজনে বাইকেৰে গৈ থকা অৱস্থাত তেওঁৰ সন্মুখত অহা এটা কুকুৰক বচাবলৈ চেষ্টা কৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।