ISHAN NEWS – Always One Step Ahead of Time…

গণতন্ত্ৰ দিৱসৰ দিনাই পঞ্জাৱৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ ভাবুকি পান্নুৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক মৃত্যুৰ ভাবুকি। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে শিখ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে। মুখ্যমন্ত্ৰী মানৰ লগতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱকো মৃত্যুৰ ভাবুকি প্ৰদান

পুনৰবাৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছি; সুনীল ছেত্ৰীৰো ভোটদান

দুভৰিৰ যাদুৰে বিশ্ববাসীক মোহাচ্ছন্ন কৰি ৰখা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে বিগত চাৰি বছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ফিফাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ ফুটবলাৰৰ খিতাপ অৰ্জন কৰিছে। ১৫ বছৰত মেছিৰ এয়া অষ্টমটো খিতাপ। পেৰিছ ছেইণ্ট জাৰ্মান ক্লাব

সুমিত নাগালে ৰচিলে ইতিহাস; বিশ্বৰ ২৭ নম্বৰৰ খেলুৱৈক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

বিশ্ব টেনিছ ৰেংকিঙৰ ২৭ নম্বৰৰ খেলুৱৈক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালে। কাজাখস্তানৰ খেলুৱৈ আলেকজেণ্ডাৰ বুবলিকক পোটপটীয়া ছেটত পৰাস্ত নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিলে

২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীৰ পাণবজাৰত চলি থকা ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ বাবে অহা ২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও উন্নয়নমূলক আঁচনিৰ

মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি! হামাছ-ইজৰাইলৰ যুদ্ধৰ মাজতে ইৰাকত ইৰাণৰ আক্ৰমণ!  

হামাছ-ইছৰাইলৰ যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত আন এখন যুদ্ধৰ উকমুকনি। এইবাৰ ছিৰিয়া আৰু ইৰাকত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। ইৰাকৰ স্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলত একাধিক স্থানত মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে। ইৰাণৰ

ভাৰত সীমান্তৰ গুৰুত্বপূৰ্ণ চহৰ দখল বিদ্ৰোহী গোটৰ; উত্তৰ-পূবলৈ শৰণাৰ্থীৰ সোঁত বোৱাৰ আশংকা

ভাৰতীয় সীমান্তৰ সমীপৰ ম্যানমাৰৰ গুৰুত্বপূৰ্ণ নদী বন্দৰ পালেটাৱা দখল কৰিছে বিদ্ৰোহী জোঁটে। ৰাখাইন প্ৰদেশৰ কলাদান নদীৰ পাৰৰ এই চহৰখনে ভাৰত আৰু বাংলাদেশৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিদ্ৰোহীৰ অধিগ্ৰহণৰ

পৰ্যটকৰ ভিৰ চম্ভালিবলৈ লক্ষদ্বীপ কিমান সাজু? এই প্ৰশ্নৰ উপৰি লক্ষদ্বীপত আছে বহু বাধা…

লক্ষদ্বীপ হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰব সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। ৩২ বৰ্গকিলোমিটাৰ মাটিকালিৰে লক্ষদ্বীপ হৈছে ভাৰতৰ সবাটোকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। কাগজে কলমে ইয়াত মুঠ ৩৬টা দ্বীপ আছে।

পেলেষ্টাইনী প্ৰাধীকৰণ বা পেলেষ্টাইনী সংসদ নহয়, PLO হে ৰাষ্ট্ৰসংঘৰ মান্যতাপ্ৰাপ্ত পেলেষ্টাইনী…

ড৹ মামুন ইমদাদুল হক চৌধুৰী ফোন নং - ৯৮৫৪৫৮০৭৫৭ যোৱা ৭ অক্টোবৰ,২০২৩ ৰ পৰা হামাছ- ইজৰাইল যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেলেষ্টাইন প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে। বিগত ৩ মাহৰ যুদ্ধত এতিয়ালৈকে প্ৰায় ২৪ হাজাৰ পেলেষ্টাইনী লোকৰ

দিল্লীলৈ যাবলগীয়া বিমান গৈ পালে মুম্বাই। যাত্ৰীৰ মাজত হাহাকাৰ

দিল্লী অভিমুখী এখন যাত্ৰীবাহী বিমান গৈ পালে মুম্বাই। ঘন কুঁৱলীৰ বাবে মাজ আকাশত অথন্তৰ। দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। কুঁৱলীৰ ডাঁঠ আচ্ছাদনৰ বাবে বিমান উৰণত দেখা দিছে সমস্যাই। এইবাৰ ঘন কুঁৱলীৰ বাবে সমস্যাৰ সন্মুখীন হল গোৱাৰ

যুদ্ধৰ অন্তত পেলেষ্টাইনীয়েই শাসন কৰিব গাজাত। ইজৰাইলৰ মন্ত্ৰীৰ ঘোষণা

ইজৰাইল-হামাছৰ যুদ্ধত ধ্বংসস্তুপত পৰিণত হোৱা গাজাৰ কি হব ভৱিষ্যত্?  ইজৰাইলে দখল কৰিব নেকি গাজা?  এনেবোৰ প্ৰশ্নৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ডাঙৰ মন্তব্য। হামাছ-ইজৰাইলৰ যুদ্ধৰ অন্তত গাজাত পেলেষ্টাইনীয়েই শাসন কৰিব বুলি প্ৰকাশ কৰিছে