ISHAN NEWS – Always One Step Ahead of Time…

১২টা কণীৰ দাম ৪০০ টকা (PKR), এক কেজি মাংসৰ দাম ৬১৫ টকা (PKR)! পাকিস্তানত এমুঠি খাদ্যৰ বাবে হাহাকাৰ ।

সমুখত নিৰ্বাচন, অথচ এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পাকিস্তানৰ নাগৰিকে। মাছ-মাংসতো দূৰেই কথা, চাউল দাউল, শাকপাচলিৰ দৰে নিত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈও এতিয়া মূৰে কপালে হাতদিবলগীয়া অৱস্থা দেশখনৰ নাগৰিকৰ। ভয়ংকৰ অৰ্থনৈতিক সংকটত

কাজিৰঙাত উত্তপ্ত পৰিস্থিতি; ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ । ISHAN NEWS…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মাছ মাৰিবলৈ অহা এজন স্থানীয় লোকক বন বিভাগে প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় লোকে। ক্ষোভিত লোকে নহৰুবস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি

ৰাজধানীত চাঞ্চল্যকৰ ঘটনা; দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু । ISHAN NEWS

ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা ঘৰত উদ্ধাৰ হৈছে চাৰিজন লোকৰ মৃতদেহ। প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ ভিতৰত জ্বলাইছিল জুই। কিন্তু ওৰে নিশা জুই জ্বলি থকাত কোঠাটো ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে পৰিয়ালটোৰ চাৰিজন সদস্যৰ

আজি মণিপুৰৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

আজি ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ ৰাজধানী ইম্ফলৰ সমীপৰ থোবালৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত সমাপ্ত হ’ব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই

ৰাজপথৰ ওপৰত খহি পৰিল পাহাৰ; ৩৪ গৰাকী লোকে সাৱটিলে মৃত্যুক

দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত ভূমিস্খলনৰ ফলত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কলম্বিয়াৰ এটা পাহাৰীয়া অঞ্চলৰ কুডিবো আৰু মেডেলিন চহৰক সংযোগ কৰা ব্যস্ত পথত এখন পাহাৰ খহি পৰাৰ ফলত এই ঘটনাটো সংঘটিত হয়। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ছাত্ৰীৰ; আন এগৰাকীৰ অৱস্থা সংকটজনক

উত্তৰ প্ৰদেশৰ কোটৱালি ওৰাইত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। কোচিঙৰ বাবে যোৱা দুগৰাকী ছাত্ৰীয়ে ৰে’ল লাইন পাৰ হ’ব লওতেই ৰে’লে খুন্দিওৱাৰ ফলত এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এগৰাকী গুৰুতৰভাৱে আহত হয়। ঘন কুঁৱলীৰ বাবে ছাত্ৰী দুগৰাকীয়ে