ISHAN NEWS – Always One Step Ahead of Time…

বিয়া পতাই অপৰাধ! বিয়া পাতি সমাজৰ পৰা এঘৰীয়া এটি পৰিয়াল

মানুহৰ বাবে সমাজ নে সমাজৰ বাবে মানুহ। একবিংশ শতিকাত বৰ্ণ বৈষম্যৰ বলি এটি পৰিয়াল। যি সময়ত মানুহে চন্দ্ৰত মাটি কিনাৰ কথা চিন্তা চৰ্চা কৰিছে তেনে সময়ত কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ বাবে সমাজৰ পৰা এঘৰীয়া হবলগীয়া হল মাজুলীৰ এটা

কেদাৰনাথৰ গৌৰীকুণ্ডত ভয়ংকৰ ভূমিস্খলন, ৩ জনৰ মৃত্যু আহত ৮জনকৈ লোক

উত্তৰাখণ্ডৰ কেদাৰনাথত গৌৰীকুণ্ডত দেওবাৰে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। ভূমিস্খনৰ ফলত ৩গৰাকী ভক্তৰ মৃত্যু হয় আৰু ৮গৰাকীকৈ ভক্ত আহত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত NDRF, SDRF, DDR দলকে ধৰি স্থানীয় প্ৰশাসন উপস্থিত হয়।

চাকৰিত সংৰক্ষণক কেন্দ্ৰ কৰি ছাত্ৰ বিদ্ৰোহ। ৰাজপথত প্ৰাণ হেৰুৱালে ৬ জনে

চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ছাত্ৰসমাজৰ ভয়ংকৰ প্ৰতিবাদ। হাজাৰ হাজাৰ ছাত্ৰৰ প্ৰতিবাদত কঁপিছে বাংলাদেশ। সংৰক্ষণৰ নীতি প্ৰত্যাহাৰ কৰাৰ দাবীৰে ৰাজপথত নামিছে ছাত্ৰসকল। একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে বিস্ফোৰকেৰে বাছত অগ্নিসংযোগ কৰাৰ লগতে

মাজ সাগৰত ডুবিল তেলৰ টেংকাৰ। ১৩ ভাৰতীয়সহ ১৬ জন সন্ধাহীন

মাজ সাগৰত অঘটন। তেল কঢ়িওৱা টেংকাৰ ডুবি সন্ধানহীন ১৩ ভাৰতীয়সহ ১৬ জন লোক। ওমানৰ উপকূলত এই ভয়ংকৰ ঘটনা। তেলৰ টেংকাৰখন য়েমেনৰ বন্দৰ চহৰ এডেনৰ ফালে গৈ থকা সময়তে এই অঘটন। ডুকম বন্দৰৰ ওচৰত ৰাছ মাদ্ৰাকাৰ পৰা দক্ষিণ-পূবত কোমোৰোছ পতাকাযুক্ত তেলৰ

নলবাৰীৰ কৈঠালকুছিত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা  আৰম্ভ

   সংস্কৃত ভাষাৰ উন্নয়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সৌজন্যত  আজিৰে পৰা  নলবাৰী জিলাৰ কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনত  দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক

ঐতিহাসিক বুঢ়াবুঢ়ী থান ৰক্ষাৰ বাবে চলিছে পূজা অৰ্চনা।

ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াৰ কৱলত। ইতিমধ্যে খহনীয়াৰ কবলত পৰি নৈত বিলীন হৈছে বুঢ়াবুঢ়ীত প্ৰৱেশ কৰা মূল পথ।ইতিহাস প্ৰসিদ্ধ এই ঠাইখনৰ লগত হাজাৰ হাজাৰ ৰাইজৰ আবেগ জড়িত

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আজি প্ৰকাশ পালে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰমসমূহ । অন্যহাতে অসমত এইবাৰ মুঠ ১১ লাখ পৰীক্ষাৰ্থীক লৈ

জুৰীয়াত ওলাইছে বাঘ, মুক্ত বিচৰণ বাঘৰ।

জুৰীয়াত ওলাইছে বাঘ, মুক্ত বিচৰণ বাঘৰ। আব্দুল ৰেজ্জাক নামৰ এজন কৃষকক বাঘে চলালে আক্ৰমণ। বৰ্তমানলৈ চাৰিজনকৈ লোকক আক্ৰমণ কৰিছে বাঘটোৱে। https://fb.watch/tjbp9o9MKE জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিত আব্দুল ৰেজ্জাক নামৰ এজন

দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পলৈ গুলীচালনা দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প।শনিবাৰে নিশা পেনেছিলভেনিয়াৰ বাটলাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাষণ দি

সাৱধান! কলিয়াবৰত এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ISHAN NEWS

https://fb.watch/tj3P3HGjng কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ। বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ