ISHAN NEWS – Always One Step Ahead of Time…

১০ দিনতে মোহভংগ! হঠাৎ ৰাজনীতি এৰাৰ সিদ্ধান্ত প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ

১০ দিনৰ ভিতৰতে ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ। শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল ৱাই এছ আৰ চি পি ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অলপতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী,

মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ আন এক ইতিহাস

মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতে সৃষ্টি কৰিলে আন এক ইতিহাস । ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ভাৰতে সূৰ্য অভিমুখে প্ৰেৰণ কৰা ‘আদিত্য এল ১’ আজি চূড়ান্ত কক্ষপথত সফলতাৰে উপনীত হয়। ১৫ লাখ কিলোমিটাৰ দূৰত্বত উপস্থিত হয়

উচ্ছেদৰ প্ৰভাৱ! ৪০ বছৰৰ পিছত বুঢ়াচাপৰি অভয়াৰণ্যলৈ উভতিল গঁড়

বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যত ৪০ বছৰৰ পাছত দেখা পোৱা গৈছে অসমৰ সম্পদ এটা খৰ্গযুক্ত গঁড়ৰ উপস্থিতি। বন বিষয়াসকলে এই তথ্য জানিবলৈ দি কয় যে যোৱা বছৰ ৰাজ্য চৰকাৰে চলোৱা সফল উচ্ছেদ অভিযানৰ বাবেই এনে হৈছে। এটা খৰ্গযুক্ত গঁড়ৰ ৰম্যভূমি

সাংবাদিক সকল কিয় মন্দিৰৰ ঘণ্টা হৈ পৰে ?

সুশীল পাটোৱাৰী ফোন নং- ৭০০২১১৮৬৭৩ ৰাজ্যত সাংবাদিকক আক্ৰমণৰ ঘটনা এতিয়া তেনেই সাধাৰণ হৈ পৰিছে। সাধাৰণ জনতাৰ পৰা প্ৰশাসনিক বিষয়ালৈ মন্দিৰৰ ঘণ্টাৰ দৰে সকলোৱে সাংবাদিকক ব্যৱহাৰ কৰে। ৰাজনৈতিক নেতাই তুচ্ছ-তাচ্ছিল্য কৰি সমাজত বহুৱা সাজে

‘ৰোজা’ত ২৫ হাজাৰ ‘স্লামডগ মিলিয়নাৰ’ত অস্কাৰ

ভাৰতৰ সংগীত জগততেই নহয় বিশ্বৰ অগণন সংগীত প্ৰেমীৰো এখন চিনাকি মুখ এ আৰ ৰহমান । অস্কাৰ আৰু গ্ৰেমী বিজয়ী ভাৰতৰ বিখ্যাত গায়ক, সুৰকাৰ এ আৰ ৰহমানেও জীৱনৰ এটা সময়ত এটকা উপাৰ্জনৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। এসময়ত এটা গীতৰ বাবে

‘চুঙা পিঠা’ৰ সোৱাদ ছাত্ৰ ছাত্ৰীৰ, লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত চিনাকি। ishan…

লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত চিনাকি হ'ল মাজুলীৰ একাংশ ছাত্র-ছাত্ৰী। । পাঠদানৰ সমন্তৰালভাৱে শিক্ষকে পৰিচয় কৰাইছে অসমীয়াৰ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বিষয়ে। মাজুলীৰ বিদ্যালয়ত 'চুঙা পিঠা' উৎসৱ পালন, 'চুঙা পিঠা'ৰ সোৱাদ ল'লে

নাভূত-নাশ্ৰুত ঘটনা! ৰঞ্জী ট্ৰফীৰ মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল, জানক সমগ্ৰ ঘটনা

বিহাৰৰ ৰাজধানী পাটনাস্থিত মঈন-উল-হক ষ্টেডিয়ামত সংঘটিত হয় এক নাভূত-নাশ্ৰুত ঘটনা। ৰঞ্জী ট্ৰফীৰ এখন মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল। দুয়োটা দলেই ৰঞ্জী ট্ৰফীৰ বাবে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ দাবী। এই অদ্ভুট ঘটনাৰ বাবে চাৰি ঘণ্টা

টি-২০ বিশ্বকাপ; ৯ জুনত নিউয়ৰ্কত মুখামুখি হ’ব ভাৰত-পাকিস্তান

চলিত বৰ্ষৰ ১ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টুৱেণ্টী২০ বিশ্বকাপ। আমেৰিকা আৰু কানাডাৰ মাজত হ’বলগীয়া মেচখনেৰে আৰম্ভ হ’ব প্ৰতিযোগিতাখন। যৌথভাৱে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগীয়া ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ২৯ জুনত অনুষ্ঠিত

ইকবাল আনছাৰীক ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানলৈ আমন্ত্ৰণ

বাবৰি মছজিদ-ৰাম জনমভূমি গোচৰৰ অন্যতম প্ৰতিনিধি ইকবাল আনছাৰীক অযোধ্যাৰ ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে ।‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে মুছলমান পক্ষৰ অন্যতম মূল বিবাদী ইকবাল আনছাৰীক ২২ জানুৱাৰীত

নিৰ্বাচনী হিংসা! ৰে’লত অগ্নিসংযোগ দুৰ্বৃত্তৰ; দুটি শিশুসহ ৪ জনৰ মৃত্যু

সাধাৰণ নিৰ্বাচনক লৈ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। শুকুৰবাৰে দেশখনৰ ৰাজধানী ঢাকাত এখন যাত্ৰীবাহী ৰে’লত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত দুটি শিশুসহ চাৰিগৰাকী লোকৰ মৃত্যু হয়। ভয়ংকৰ অগ্নিসংযোগৰ ঘটনাত আন বহু লোক আহত হৈছে। ৰে’লখন ভাৰতীয়