ISHAN NEWS – Always One Step Ahead of Time…

নৱবৰ্ষৰ বিয়লি দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ আধাৰশিলা… ishan news

২০২৪ বৰ্ষৰ পহিলা দিনটোৰ বিয়লি ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিব গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ ।  মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি এফচিআইলৈ নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুখনৰ দৈৰ্ঘ্য হ’ব ৫ কিলোমিটাৰৰো

বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা ishan news…

বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে ।এই কথা সদৰী কৰে প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতিয়ে । প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি

গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন দুই ভাতৃৰ।

দেৰগাঁৱৰ ঢেকীয়ালৰ দুই ভাতৃয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন। দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী অৰ্পন আৰু অংকুৰ । https://fb.watch/pi7-6eu3fB/ দেৰগাঁৱৰ সমীপৱৰ্তী ঢেকীয়াল চেতিয়া গাঁৱৰ দুই  শিক্ষিত ভাতৃ অৰ্পনজ্যোতি শৰ্মা আৰু

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰ, নিষিদ্ধ তেহৰিক-ই-হুৰিয়াত । ISHAN NEWS…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ইউ এ পি এ আইনৰ অধীনত জম্মু-কাশ্মীৰ তেহৰিক-ই-হুৰিয়াটক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই এই কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰক

হাতে হাতে পল লৈ এখন বিলত নামিছে ডেকা, বৃদ্ধ সকলোৱে… ISHAN NEWS

কাৰোবাৰ পলত সোমাইছে বৰালি আকৌ কাৰোবাৰ পলহত সোমাইছে মিৰিকা, ৰৌ-বাহু। চৰাইদেউৰ মাহমৰাত পোন প্ৰথমবাৰৰ বাবে পল মৰা প্ৰতিযোগিতা। একেলগে হাতে হাতে পল লৈ এখন বিলত নামিছে শতাধিক লোক। ডেকা, বৃদ্ধ সকলোৱে পল মাৰিছে। কাৰোবাৰ পলত সোমাইছে বৰালি

ভয়ংকৰ বোমা বিস্ফোৰণ; দুটি শিশুৰ কৰুণ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন থানাত লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। বিষয়াসকলে জনোৱা মতে, এই কাণ্ড শনিবাৰে প্ৰদেশখনৰ বোলান জিলাৰ মাচ অঞ্চলত সংঘটিত হয়। এজন জ্যেষ্ঠ আৰক্ষী

অস্ত্ৰ-শস্ত্ৰ লৈ ভাৰতত প্ৰৱেশ ম্যানমাৰৰ ১৫১ গৰাকী সেনা জোৱান । ISHAN NEWS…

ম্যানমাৰত "আৰাকান" নামৰ এটা সশস্ত্ৰ সংগঠনৰ আক্ৰমণৰ পিছত ১৫১ গৰাকী সেনা জোৱানে প্ৰাণ ৰক্ষাৰ বাবে ভাৰতলৈ পলায়ন কৰিছে। আৰাকানে ম্যানমাৰৰ সামৰিক শিবিৰসমূহ দখল কৰাৰ পিছতে এই সৈন্যসকলে নিজৰ দেশ এৰি মিজোৰামৰ লাংটলাই জিলাত উপস্থিত হয়। ভাৰতলৈ

নামঘৰ অথবা মন্দিৰত নহয়, এইবাৰ ইছলামধৰ্মী লোকৰ ভাগৱত পাঠৰ আয়োজন। ISHAN NEWS…

এইবাৰ ভাগৱত পাঠ নামঘৰ অথবা মন্দিৰত নহয়, এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাঁও পঞ্চায়তত আয়োজন কৰা হ'ল ভাগৱত পাঠ। https://fb.watch/pgQPhllpa4/ এইবাৰ এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাওঁপঞ্চায়তত আয়োজন কৰিলে দুদিনীয়া ভাগৱত

কি খাব পোৰা গাহৰি নে, পোৰা মূৰ্গী? আহক ‘দিহিংচাং খাদ্য মেলা-২০২৩’ লৈ…

টিংখাঙত তিনিদিনীয়া কাৰ্যসূচীৰে  আৰম্ভ হৈছে 'দিহিংচাং খাদ্য মেলা-২০২৩' । যাৰ বাবে এতিয়া টিংখাঙৰ   পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি দিহিংচাং বহুমুখী মৎস্য পালন কেন্দ্ৰত নৱবৰ্ষৰ প্ৰাকক্ষণত এক  উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।