ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ACCIDENT

দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; ৭ গৰাকীৰ মৃত্যু, আহত ৮ জন

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বুজথালান তাৎমুল্লা অঞ্চলত বুধবাৰে এখন যাত্ৰীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি উৰিলৈ গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ

নিৰ্বাচনী ৰেলীত ভয়ংকৰ বিস্ফোৰণ; প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চাৰি দলীয় সমৰ্থক নিহত । ISHAN NEWS…

নিৰ্বাচনমুখী পাকিস্তানত ভয়ংকৰ ঘটনা। প্ৰচাৰ অভিযানৰ বাবে আয়োজন কৰা এখন নিৰ্বাচনী ৰেলীত ঘটিল ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান নেতৃত্বাধীন পি টি আই দলৰ চাৰিজন সদস্য নিহত হোৱাৰ লগতে পাঁচজন লোক আহত হয়।

সংঘৰ্ষৰ পিছতে জ্বলি উঠিল দুখন বাহন; ২০ জনৰ মৃত্যু, ১৬ জন আহত । ISHAN NEWS…

মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত দেশখনৰ চিনালোয়া ৰাজ্যৰ ১৫ডি ঘাইপথত এখন বাছ আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষত কমেও ২০ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰি এই দুৰ্ঘটনাত ১৬ জনকৈ লোক আহত হৈছে।

ভয়ংকৰ পথ দুৰ্ঘটনা; ডেৰ বছৰীয়া শিশু, স্কুলীয়া ছাত্ৰসহ তিনিজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ বদৌন জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে উঝানি কোতৱালি অঞ্চলৰ বাৰেলী-মথুৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ডেৰ বছৰীয়া শিশু, এগৰাকী শিক্ষাৰ্থীসহ তিনিজনৰ মৃত্যু হয়। জানিব পৰা মতে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী লৈ যোৱা এখন

ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু চাৰি বিদেশীৰ

হাৰিয়ানাৰ শোণিপটত এখন তীব্ৰবেগী বাহনে তিনিজন চাইকেল আৰোহী আৰু এখন স্কুটাৰত খুন্দা মৰাৰ ফলত চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি। দুৰ্ঘটনাটোত নিহত লোকসকল নেপালৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো

ট্ৰাকৰ প্ৰচণ্ড খুন্দাত জ্বলি উঠিল চাৰিচকীয়া বাহন; অগ্নিদগ্ধ হৈ চাৰিজনৰ মৃত্যু

পঞ্জাৱৰ হোছিয়াৰপুৰৰ দছুহাৰ উঞ্চি বচ্ছি গাঁৱৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ পিছত চাৰিচকীয়া বাহনখন জ্বলি উঠে আৰু গাড়ীখনৰ দুৱাৰ খুলিব নোৱাৰাৰ

বিমান দুৰ্ঘটনা; দুগৰাকী যাত্ৰীয়ে হেৰুৱালে প্ৰাণ

ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ এখন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ছিনহুয়া সংবাদ সংস্থাৰ বাতৰি অনুসৰি, পিটি-ডিকেএ নামেৰে পঞ্জীয়নভুক্ত পাইপাৰ কমাঞ্চ বিমানখনে

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাজ্যিক মন্ত্ৰীসহ তিনিগৰাকীৰ মৃত্যু

শ্ৰীলংকাত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা দুৰ্ঘটনাটোত দেশখনৰ ৰাজ্যিক মন্ত্ৰী সনাথ নিচান্থ আৰু তেওঁৰ নিৰাপত্তা দলৰ এজন কনিষ্টবলৰ লগতে চালকজনৰ মৃত্যু হয়। শ্ৰীলংকা আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, ৪৮ বছৰীয়া জল

সোণৰ খনিত ভয়ংকৰ ভূমিস্খলন; ৭০ ৰো অধিক শ্ৰমিক নিহত ishan news…

মালিত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। সংবাদ সংস্থা এফ পিৰ এক প্ৰতিবেদন অনুসৰি সোণৰ খনিত হোৱা ভূমিস্খলনৰ ফলত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বুধবাৰে সংঘটিত হয় এই ঘটনা। মালি বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ। এই দেশখন আফ্ৰিকাৰ অন্যতম প্ৰধান সোণ

শ্ৰমিক কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত; ৬ জন লোকে সাৱটিলে মৃত্যুক

কানাডাৰ উত্তৰ-পশ্চিম অঞ্চলৰ ফ’ৰ্ট স্মিথৰ সমীপত শ্ৰমিক কঢ়িয়াই নিয়া এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ছয়জন লোকৰ মৃত্যু হয়। বিমানখন খনন কোম্পানী ৰিঅ’ টিণ্টোৰ ডিয়াভিক হীৰা খনিৰ দিশে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। সংবাদ সংস্থা