Browsing Category
ACCIDENT
ভয়ংকৰ পথ দুৰ্ঘটনাত ২ আৰক্ষী পৰিদৰ্শকৰ মৃত্যু
সোমবাৰে নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন আৰক্ষী পৰিদৰ্শকৰ মৃত্যু হয়। হাৰিয়ানাৰ চোনিপটত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দিল্লী আৰক্ষীৰ পৰিদৰ্শক দীনেশ বেনিৱাল আৰু আদৰ্শ নগৰ থানাত কৰ্মৰত এ, টি, অ’ পৰিদৰ্শক ৰণবীৰৰ থিতাতে মৃত্যু হয় । জানিব!-->…
কাৰ ভুলৰ বাবে দেৰগাঁৱৰ বালিজানত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বনভোজ খাবলৈ গৈ নিঃশেষ হৈ গল দুটা পৰিয়াল। দেৰগাঁৱৰ বালিজানত আজি পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত বনভোজ খাবলৈ যোৱা এটা দলৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হয় আৰু ইয়াৰে কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক!-->…
দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ PM মোদীৰ দুখপ্ৰকাশ।মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আহতলৈ ৫০হাজাৰ টকা ঘোষণা
দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। সামাজিক মাধ্যম Xৰ এটি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে!-->…
ৰাণৱেত জ্বলি উঠিল বিমান, কথমপি প্ৰাণৰক্ষা ৩৭৯ গৰাকী যাত্ৰীৰ
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৩৭৯ গৰাকী যাত্ৰী। জাপানৰ ৰাজধানী টকিঅৰ হনেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা। লেণ্ডিঙৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা। ইয়াৰ পাছতেই দপদপাই জ্বলি উঠিল এখন বিমান। এই ঘটনাৰ পাছতেই বিমানবন্দৰত সৃষ্টি হয় আতংকময়!-->…
ভয়ংকৰ বোমা বিস্ফোৰণ; দুটি শিশুৰ কৰুণ মৃত্যু
পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন থানাত লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
বিষয়াসকলে জনোৱা মতে, এই কাণ্ড শনিবাৰে প্ৰদেশখনৰ বোলান জিলাৰ মাচ অঞ্চলত সংঘটিত হয়। এজন জ্যেষ্ঠ আৰক্ষী!-->!-->!-->…
গহপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; এজন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত পত্নী
গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। টকৌবাৰী, চান্দমাৰী, মিছামাৰী, হেলেম, ঘাহিগাঁও, বৰঙাবাৰীকে আদি কৰি বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ ফলত!-->…
পাইলটৰ ভুলৰ ভয়ংকৰ পৰিণতিত ৭২ জনৰ মৃত্যু । কি ভুল কৰিলে পাইলটে ?
২০২৩ বৰ্ষৰ ১৫ জানুৱাৰীত নেপালৰ পোখাৰাত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ।য়েটি এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৭২ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় এবছৰৰ পাছত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ পোহৰলৈ আহিছে!-->…
ভয়ংকৰ পথ দুৰ্ঘটনা; ৭ গৰাকী লোকে হেৰুৱালে প্ৰাণ, অৰ্ধশতাধিকৰো অধিক আহত
তামিলনাডু আৰু মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলাসহ পাঁচগৰাকী লোকৰ মৃত্যু হয়।
আনহাতে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মানগাঁও থানা এলেকাত সংঘটিত আন এক দুৰ্ঘটনাত!-->!-->!-->…
টিউচনৰ পৰা উভতাৰ পথত ৰে’লৰ খুন্দাত মৃত্যু দশম শ্ৰেণীৰ দুই ছাত্ৰীৰ
মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। নতুন ৰে’লৱে ট্ৰেকৰ টেষ্টিঙৰ বাবে চলোৱা ৰে’লৰ খুন্দাত দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে।
বৃহস্পতিবাৰে সন্ধিয়া দুয়োগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত এই কৰুণ!-->!-->!-->…
ভয়ংকৰ দুৰ্ঘটনা; ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিল বাছ, ১৩ যাত্ৰীৰ মৃত্যু
মধ্যপ্ৰদেশৰ গুনা জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে, ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিছিল বাছখন। যাৰ ফলত অগ্নিদগ্ধ হৈ!-->!-->!-->…