ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ACCIDENT

ভাঙি পৰিল ৫ মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, আৱদ্ধ বহু লোক

পাঁচমহলীয়া নিৰ্মাণৰত অট্টালিকা ভাঙি প্ৰাণ গ’ল দুজন লোকৰ। দেওবাৰে নিশা পশ্চিমবংগত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। কলকাতাৰ জনবহুল গাৰ্ডেন ৰিচ অঞ্চলস্থিত অট্টালিকাটো ভাঙি পৰাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু লোক আহত হয়। বৰ্তমানলৈ ২০

ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা; তিনিজন যাত্ৰীয়ে সাৱটিলে কৰুণ মৃত্যুক

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। আজি পুৱা কাছাৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰসিংপুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত তিনিজন লোকৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা

কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা; ৭ জন শ্ৰমিকৰ কৰুণ মৃত্যু

উত্তৰ চীনৰ ছানচি প্ৰদেশৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু হৈছে ৭ জন শ্ৰমিকৰ। শুকুৰবাৰে স্থানীয় বিষয়াসকলে এই তথ্য প্ৰদান কৰে। কাউন্টি চৰকাৰৰ উদ্ধৃতিৰে ছিনহুয়াৰ সংবাদ সংস্থাই জনোৱা মতে, শুকুৰবাৰে পুৱা ৬:২৩ বজাত অন্তিমটো মৃতদেহ খনিৰ

ডিভাইডাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ; দুজন MBBS ছাত্ৰৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ফতেহগঞ্জ পশ্চিমত বুধবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৰাজশ্ৰী কলেজত অধ্যয়ণৰত এম বি বি এছ অন্তিম বৰ্ষৰ দুজন ছাত্ৰৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আন দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক

ৰে’লৰ চালকে মগ্ন হৈ আছিল ফোনত খেল চোৱাত। অন্ধ্ৰপ্ৰদেশৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ প্ৰকাশ…

ৰে’লৰ চালকৰ অমনোযোগিতাৰ কাৰণে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। ২০২৩ চনৰ ২৯ অক্টোবৰত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ কাৰণ স্পষ্টভাৱে উল্লেখ কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা যাত্ৰীবাহী ৰেল দুখনৰ চালক আৰু সহকাৰী

চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; তিনিজনৰ মৃত্যু, চাৰিজন আহত

ৰাজধানী দিল্লীৰ বদৰপুৰ অঞ্চলত শনিবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৩ জন লোকৰ কৰুণ মৃত্যু হয়। দুৰ্ঘটনাটোত আহত হোৱা চাৰিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক হৈ আছে। আটাইকেইজন আহত আৰু নিহত লোক ফৰিদাবাদত

দ’ খাৱৈত বাগৰিল চাৰিচকীয়া বাহন; এখন গাঁৱৰে ৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ পৰা আহিছে এক মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ। ডেৰাডুনৰ টুইনিত সংঘটিত এই দুৰ্ঘটনাটোত হিমাচল প্ৰদেশৰ ৬ গৰাকী লোক নিহত হোৱাৰ লগতে এজন আহত হয়। হিমাচল প্ৰদেশৰ এখন গাঁৱৰ পৰা অহা লোক কেইজনৰ গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৬ জন লোকৰ

ভয়ংকৰ; দলঙৰ পৰা নদীত বাগৰিল বাছ, প্ৰাণ হেৰুৱালে ৩১ গৰাকীয়ে

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৩১ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে। দেশখনৰ পৰিবহন মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি, মঙলবাৰে মালিৰ পশ্চিম দিশৰ চহৰ কেনিবাৰ সমীপৰ

গংগা স্নান কৰিবলৈ যোৱা ট্ৰেক্টৰ বাগৰিল পুখুৰীত; ৭ শিশুসহ ২০ গৰাকীৰ মৃত্যু 

উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গংগা স্নানৰ বাবে গৈ থকা ভক্তৰে ভৰা এখন ট্ৰেক্টৰ পুখুৰীত বাগিৰ পৰাৰ ফলত ৭ টা শিশুসহ মুঠ ২০ জন লোকৰ মৃত্যু হয়। অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা

ডিভাইডাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ; তিনিজন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছ ৱেত শুকুৰবাৰে পুৱা সংঘটিত এক দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয়। মৃত আটাইকেইজন লোকে গাড়ীৰে লক্ষ্ণৌৰ পৰা বিহাৰলৈ গৈ আছিল। জানিব পৰা মতে, গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দিওৱাৰ