ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

নাম তাইৰ গংগোত্ৰী হাজৰিকা, যুৱতীগৰাকীৰ কৰ্মই এতিয়া সহস্ৰজনক দিছে প্ৰেৰণা… ISHAN NEWS

নগাঁৱৰ এগৰাকী যুৱতীৰ কঠোৰ জীৱন সংগ্ৰাম। গংগোত্ৰীয়ে এতিয়া নিজৰ সপোন নেওচি আগবঢ়ায় নিছে নিজৰ জীৱন সংগ্ৰাম। ঘৰ চলাবলৈ যুৱতীগৰাকীয়ে বাচি ল'লে ব্যতিক্ৰমী পন্থা। যুৱতীগৰাকী এতিয়া হৈ পৰিছে সহস্ৰজনৰ প্ৰেৰণা।

‘কফ চিৰাপ’ বেছিকৈ সেৱন কৰে নেকি? জানি থওঁক চিৰাপৰ ‘অ’ভাৰড’জ’ৰ…

শীতকালত চৰ্দি আৰু ধাৰাবাহিক কাহৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপৰ ওপৰত নিৰ্ভৰ কৰে।শীতত ডিঙিত হোৱা অস্বস্তিৰ উপশম দিয়ে চিৰাপে।কফ জমা হ'লে কাহ বেছি হয়। ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয়।কাহৰ চিৰাপে এই সকলোবোৰ সমস্যাৰ অন্ত পেলায়। কিন্তু

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ দিবই নালাগিছিল কংগ্ৰেছক : কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

২২ জানুৱাৰীত অযোধ্যা চহৰত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি শাসকীয় বিজেপিৰ আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ। সমালোচনাৰ সন্মুখীন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছক কটাক্ষ

ম’বাইল চাই চাই এখনৰ পিছত আন এখন ছবি অংকন ১৩ বছৰীয়া কিশোৰ জ্যোতিৰ্ময় কলিতাৰ, লাভ কৰিছে ৰাইজৰ…

গোৰেশ্বৰৰ মহৰিপাৰাৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া কিশোৰে লাভ কৰিছে ৰাইজৰ সমাদৰ । https://fb.watch/pq6CHT7pZd/ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ নাথকুছিৰ জ্যোতিৰ্ময় কলিতা নামৰ ১৩ বছৰীয়া কিশোৰজনে কাঠ পেঞ্চিল আৰু ৰং তুলিকাৰে

নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ এজন আৰক্ষী জোৱান । ISHAN NEWS…

দক্ষিণ শালমৰা মানকাচৰ জিলাত শনিবাৰে পুৱা সংঘটিত হয় এক অঘটন। নাৱৰ পৰা পৰি এজন জোৱান ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা

শীতৰ বাবে ১২ জানুৱাৰিলৈকে বন্ধ থাকিব বিদ্যালয় । ishan news…

দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগন্তুক পাঁচ দিনলৈ পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ ৮ জানুৱাৰি সোমবাৰৰ পৰা ১২ জানুৱাৰি শুকুৰবাৰলৈ বিদ্যালয়ৰ ছুটী বৃদ্ধি কৰা হৈছে। শীতল ঢৌৰ প্ৰতি

উচ্ছেদৰ প্ৰভাৱ! ৪০ বছৰৰ পিছত বুঢ়াচাপৰি অভয়াৰণ্যলৈ উভতিল গঁড়

বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যত ৪০ বছৰৰ পাছত দেখা পোৱা গৈছে অসমৰ সম্পদ এটা খৰ্গযুক্ত গঁড়ৰ উপস্থিতি। বন বিষয়াসকলে এই তথ্য জানিবলৈ দি কয় যে যোৱা বছৰ ৰাজ্য চৰকাৰে চলোৱা সফল উচ্ছেদ অভিযানৰ বাবেই এনে হৈছে। এটা খৰ্গযুক্ত গঁড়ৰ ৰম্যভূমি

‘চুঙা পিঠা’ৰ সোৱাদ ছাত্ৰ ছাত্ৰীৰ, লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত চিনাকি। ishan…

লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত চিনাকি হ'ল মাজুলীৰ একাংশ ছাত্র-ছাত্ৰী। । পাঠদানৰ সমন্তৰালভাৱে শিক্ষকে পৰিচয় কৰাইছে অসমীয়াৰ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বিষয়ে। মাজুলীৰ বিদ্যালয়ত 'চুঙা পিঠা' উৎসৱ পালন, 'চুঙা পিঠা'ৰ সোৱাদ ল'লে

প্ৰবীণ সাংবাদিক যদু কাকতিৰ দেহাৱসান

নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন শুকুৰবাৰে ৰাজ্যৰ প্ৰবীণ সাংবাদিক যদু কাকতিয়ে GMCH ত শেষ নিশ্বাস ত্যাগ কৰে । বাৰ্দ্ধক্যজনিত অসুস্থতাৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা GMCH ত চিকিতসাধীন হৈ থকা যদু কাকতিৰ মৃত্যুৰ সময়ত বয়স

গাড়ী চালকৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতিত স্তব্ধ পৰিবহণ ব্যৱস্থা

ডিব্ৰুগড়ত বন্ধ নমনা চালকক ৰাজপথত আঁঠু কঢ়ালে প্ৰতিবাদকাৰীয়ে অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ৰ কৰ্মবিৰতিৰ ফলত আজি স্তব্ধ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। অসম আৰু উত্তৰ-পূবত ৪৮ ঘণ্টাৰ বাবে এই কৰ্মবিৰতি