ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

বহুপ্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ; চুক্তিত কি আছে আৰু ইয়াক লৈ কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে?

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত আজি আলফাৰে স্বাক্ষৰিত হ’ল বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব

১৪ বছৰে কেৱল ৰুটি আৰু নিমখ, জলকীয়া খাই জীয়াই থকা এগৰাকী যুৱতী… ishan news

অসমৰ এগৰাকী যুৱতী নাম তাইৰ মাৰীয়ম। বছৰ বছৰ ধৰি বহিঃৰাজ্যত নানা অকথ্য নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল। facebook.com/602768131977958 অৱশেষত ১৪ বছৰ সুদীৰ্ঘ কালৰ অন্তত পঞ্চাৱৰ জলন্ধৰৰ পৰা উদ্ধাৰ কৰা হ'ল অসমৰ যুৱতী মাৰীয়মক। যোৱা ২২

জুবিনৰ সংগীতানুষ্ঠানৰ মাজতেই শোকাৱহ পথ দুৰ্ঘটনা; ৫ জন যুৱকে হেৰুৱালে প্ৰাণ

শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়তে সংঘটিত হৈছে কৰুণ ঘটনা। সংগীত পৰিৱেশন কৰি থকাৰ মাজতে নিশা বালিপৰাৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুৱায়। পথ দুৰ্ঘটনাত

নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কামপুৰবাসীৰ, আগবঢ়ালে বন্যহস্তীলৈ ভোগ … ishan news

বৰ্তমানেও অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। তাৰ পাছতো কিন্তু ৰঙীয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে ভোগ । https://fb.watch/pbvm8yMuZL/ শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাকটোৰ আতংকত বিনিদ্ৰ ৰজনী

নগেন দাসক লাগে সহায়ৰ হাত… ishan news

দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা। পশ্চিম নলবাৰীৰ বৰ কৈহাটীৰ নগেন দাস এক অচিন ৰোগত আক্ৰান্ত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নগেন দাস। ই-ৰিক্সা চলাই পৰিয়ালটো পোহ পাল দি আছিল নগেন দাসে। কিন্তু আজি দুমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ বিছনাতে

বোকাখাতত অনুষ্ঠিত হ’ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪ ISHAN NEWS…

৯ আৰু ১০ জানুৱাৰীত বোকাখাতত অনুষ্ঠিত হ'ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত ৯ জানুৱাৰীৰ বিয়লি এই পক্ষী সংৰক্ষণ উৎসৱ আৰু জলচৰ পক্ষী গণনাৰ শুভাৰম্ভ কৰিব বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।

দাম কমিল চিলিণ্ডাৰৰ। ক’ত কিমান দাম? ishan news

নৱবৰ্ষৰ পূৰ্বে সাধৰণ জনতালৈ মোদী চৰকাৰৰ উপহাৰ৷ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷ আজিৰে পৰা ৩৯.৫০ টকাকৈ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷ নৱেম্বৰত ৫৭ টকাকৈ

পেলনীয়া বাঁহ-বেতৰ সামগ্ৰীৰে ঘৰতে সাজি উলিয়ালে দমকল। ishan news…

শাৰীৰিকভাৱে বিশেষ অক্ষম যুৱক দ্বীপজ্যোতি নাথৰ হাতৰ চমক। দ্বীপজ্যোতি নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ ঘৰুৱা সামগ্ৰী। দ্বীপজ্যোতি নাথৰ শোৱনী কোঠাত ভৰি পৰিছে ইটোৰ পিছত সিটো প্ৰয়োজনীয় সামগ্ৰী। https://fb.watch/p4Mc4_qTUS/

৫০ টকাতে ১৮লাখ টকীয়া Mahindra XUV 700 (MX MT5) বাহনৰ গৰাকী হ’ল এজন ই-ৰিক্সা চালক । কিন্তু…

ৰাজু সাহা নামৰ এজন ই-ৰিক্সা চালকে লাভ কৰিলে ১৮লাখ টকীয়া Mahindra XUV 700 (MX MT5) facebook.com/1104674347650076 বৰপেটাৰোড ৰাস-মন্দিৰ উন্নয়ণকল্পে আয়োজিত উপহাৰ পত্ৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে বৰপেটাৰোডৰ বাবুপাৰাৰ ই-ৰিক্সা

জোনাইত আৱৰ্জনা প্লাষ্টিকেৰে ভৰি পৰিছে বিভিন্ন ঠাই। ISHAN NEWS…

জোনাইৰ চৰকাৰী কাৰ্যালয়, একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা শিশু উদ্যানৰ সন্মুখ প্লাষ্টিক জাতীয় সামগ্ৰীৰে ভৰি পৰিছে। কিছু লোকৰ প্লাষ্টিক জাতীয় সামগ্ৰী যধে-মধে পেলোৱাৰ ফলত সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ