Browsing Category
ASSAM
পাহৰি গ’ল নেতা-পালিনেতাই দিয়া প্ৰতিশ্ৰুতি… সপোন সপোনেই হৈ ৰ’ল জাঁজীমুখৰ…
প্ৰসংগ-জাঁজীমুখৰ পাৰঘাটত স্থায়ী দলঙৰ । ক্ষোভিত জাঁজীমুখবাসী ।
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ২০২২ চনৰ ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ব । উক্ত বৈঠকত গ্ৰহণ কৰা!-->!-->!-->!-->!-->!-->!-->…
দশম, দ্বাদশ শ্ৰেণী উত্তীণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব আৱেদন
দশম, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিৱনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৩ হাজাৰ খাদী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল!-->…
‘অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল’ : কপিল ছিবালক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানিৰ সময়ত অসমক ম্যানমাৰৰ অংশ বুলি অদ্ভুত মন্তব্য কৰা কপিল ছিবালক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বুধবাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিৰ সময়ত কপিল!-->!-->!-->…
এপ বিক্ৰী কৰি অসমৰ যুৱকে পালে ৪১৬ কোটি টকা। অসমৰ যুৱকে প্ৰস্তুত কৰা এপ বিক্ৰী হ’ল ৪১৬ কোটি…
https://fb.watch/o2X3zuhsz-/
দুৰ্দমনীয় ৰিয়ান; প্ৰশংসা কৰিবলৈ গৈ অসম আৰু অসমীয়াক চূড়ান্ত অপমান ধাৰাভাষ্যকাৰৰ
এদিনীয়া বিশ্বকাপৰ সমান্তৰালকৈ চলি আছে দেশৰ অন্যতম সন্মানীয় ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট ছৈয়দ মুস্তাক আলী ট্ৰফী। প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱা টুৰ্ণামেণ্টখন সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
!-->!-->!-->…
NCERTৰ কিতাপত সলনি ‘India’ ৰ নাম । সমিতিৰ পৰামৰ্শ ‘ হিন্দু ৰজাৰ বিজয়ৰ কথা পঢ়ুৱাওক পৰাজয় নহয়’ ।
NCERT-য়ে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰিবলৈ গঠন কৰা সমিতিয়ে দিয়া সিদ্ধান্ত মৰ্মে প্ৰাথমিকৰ পৰা উচ্চ বিদ্যালয়লৈ পাঠ্যপুথিত দেশৰ নাম ইণ্ডিয়াৰ সলনি হ’ব ভাৰত। বিদ্যালয়ৰ কিতাপবোৰত "হিন্দু ৰজাসকলৰ পৰাজয়"ৰ কম বিৱৰণ থাকিব লাগিব বুলিও পৰামৰ্শ!-->…
তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা; অসমৰ ৫গৰাকী শ্ৰমিকসহ ৭জনৰ কৰুণ মৃত্যু
সোমবাৰে তামিলনাডুৰ তিৰুৱন্নমলাই জিলাৰ চেংগাম চহৰৰ সমীপত এখন এছ ইউ ভি আৰু এখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৭ জন লোক।
আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজনেই হছুৰৰ সমীপৰ এটা কাৰখানাৰ শ্ৰমিক। আয়ুধ পূজা উপলক্ষ্যে পুডুচেৰীৰ পৰা উভতি অহাৰ!-->!-->!-->…
ভাৰতে পাকিস্তানক পৰাস্ত কৰাৰ পিছতো ‘প্ৰেমৰ দোকান’ৰ পৰা নোলাল এটা শব্দ : ৰাহুল গান্ধীক কটাক্ষ হিমন্ত…
ক্ৰিকেট বিশ্বকাপত ভাৰতে চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰা দেখা যায়।
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ধাৰা অব্যাহত ৰখা ভাৰতীয় দলক অভিনন্দন!-->!-->!-->…
হামাছক সমৰ্থন কৰা লোকসকল সন্ত্ৰাসবাদৰ সমৰ্থক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বিগত এসপ্তাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইজৰাইলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱা হামাছৰ সমৰ্থনত মন্তব্য কৰি অহা লোকসকলে প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদক!-->…
দুটা পৃথক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু দুজন যুৱকৰ
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বৰুৱাপাৰা মকৰাপাৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাইকত অহা এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
নিহত বাইক চালকজন শশাৰগাঁৱৰ নিবাসী প্ৰনৱ জ্যোতি নাথ(১৯) বুলি চিনাক্ত কৰিছে।
দুৰ্ঘটনাৰ প্ৰকৃত!-->!-->!-->!-->!-->…