ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ DNA-ত আছে : কিয় হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে?

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বিভীষিকাময় পৰিৱেশ। পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধত এতিয়া দিশহাৰা সাধাৰণ লোক। ইজৰাইল-পেলেষ্টাইনৰ ভূমিত এতিয়া কেৱল মৃতদেহৰ দ’ম। দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত মৃত্যু

মন্ত্ৰী সঞ্জয় কিষাণৰ গাড়ীৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ

লখিমপুৰ জিলাৰ লালুকত মন্ত্ৰী সঞ্জয় কিষাণৰ বাহন আৰু এখন বাইকৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। দুৰ্ঘটনাটোত বাইক আৰোহী যুৱকজন গুৰুতৰভাৱে আহত হয়। লালুকৰ দৈনিক বজাৰত বাইক আৰু মন্ত্ৰীৰ বাহনৰ মাজত এই দুৰ্ঘটনাটো ঘটে। সংঘৰ্ষৰ ফলত মন্ত্ৰীৰ বাহনখন

অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ; এই পৰ্যন্ত ১০৩৯গৰাকী গ্ৰেপ্তাৰ

২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান। সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত এতিয়ালৈকে মুঠ ১০৩৯ গৰাকী অবৈধ স্বামী

গান্ধী জয়ন্তী উপলক্ষ্যে বিদ্যালয় সমূহৰ বাবে বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী স্কুল সমূহৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২ অক্টোবৰ অৰ্থাত গান্ধী জয়ন্তীৰ দিনটোত খোলা থাকিব ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিদ্যালয়। শনিবাৰে অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।গান্ধী জয়ন্তীক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা

অৱশেষত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে চূড়ান্ত ভোটাৰ তালিকাত। পঞ্চায়ত পুনঃগঠনৰ পূৰ্বে প্ৰকাশ পোৱা এই চূড়ান্ত তালিকাত ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।

বনৰীয়া হাতী খেদিবলৈ গৈ মৃত্যু এজন বনকৰ্মীৰ; তিনিজন আহত

শুকুৰবাৰে পুৱতি নিশা তিতাবৰৰ বিজয় নগৰত বনৰীয়া হাতী খেদিবলৈ গৈ এগৰাকী বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। তিতাবৰৰ বিজয় নগৰত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা বনকৰ্মী জনক অতুল কলিতা(৫১)বুলি চিনাক্ত কৰা হৈছে।

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি সকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলে অনলাইনৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র । ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থী সকলে অনলাইনত

দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।

মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে। দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত