ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

নলবাৰীৰ কৈঠালকুছিত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা  আৰম্ভ

   সংস্কৃত ভাষাৰ উন্নয়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সৌজন্যত  আজিৰে পৰা  নলবাৰী জিলাৰ কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনত  দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক

ঐতিহাসিক বুঢ়াবুঢ়ী থান ৰক্ষাৰ বাবে চলিছে পূজা অৰ্চনা।

ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াৰ কৱলত। ইতিমধ্যে খহনীয়াৰ কবলত পৰি নৈত বিলীন হৈছে বুঢ়াবুঢ়ীত প্ৰৱেশ কৰা মূল পথ।ইতিহাস প্ৰসিদ্ধ এই ঠাইখনৰ লগত হাজাৰ হাজাৰ ৰাইজৰ আবেগ জড়িত

জুৰীয়াত ওলাইছে বাঘ, মুক্ত বিচৰণ বাঘৰ।

জুৰীয়াত ওলাইছে বাঘ, মুক্ত বিচৰণ বাঘৰ। আব্দুল ৰেজ্জাক নামৰ এজন কৃষকক বাঘে চলালে আক্ৰমণ। বৰ্তমানলৈ চাৰিজনকৈ লোকক আক্ৰমণ কৰিছে বাঘটোৱে। https://fb.watch/tjbp9o9MKE জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিত আব্দুল ৰেজ্জাক নামৰ এজন

সাৱধান! কলিয়াবৰত এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ISHAN NEWS

https://fb.watch/tj3P3HGjng কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ। বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ

নলবাৰীৰ বগুৰীহাটীত ৬০ লাখ টকাৰ উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

নৱগঠিত টিহু সমষ্টিৰ বগুৰিহাটীত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুটাকৈ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰে ৷ ২৩-২৪ বৰ্ষৰ আনটাইট ফাণ্ডৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বাগুৰীহাটী

অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস পালন ।

বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিবস পালন । ইয়াৰ উপলক্ষে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভা কক্ষত জিলা সমিতিৰ সংবাদ মেল সম্বোধন কৰি  চৰকাৰক

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সজাগতা সভা।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ও মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সহযোগত আজি ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি আজি মৈৰাবাৰী প্ৰেছ ক্লাব প্রেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।মাতৃ আৰু শিশুৰ সুস্থতাৰ বাবে গৰ্ভধাৰণৰ সঠিক

নাজিৰাত চৰকাৰী যোগান বিভাগৰ  সুলভ মূল্যৰ বিপনীৰ (কন্ট্ৰ’ল ) এজেন্টৰ সংবাদমেল সম্বোধন।‌

নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আওঁতাত অহা ৭ খন‌ সমবায়ৰ অধীনত সৰ্বমুঠ ৩৫৩খন বিপনীয়ে নাজিৰা, শিমলুগুৰি,লাকুৱা, গেলেকী,নামতি,নমাটি, গড়গাঁও,চূণপোৰাকে আদি কৰি সমগ্ৰ অঞ্চলৰ ৰাইজক সামগ্ৰী আদায় দি আহিছে। কিন্তু, অতি দুখৰ

ৰাজ্যত আৰু ভয়াবহ হ’ব বান পৰিস্থিতি!

বৰ্তমানেও ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি।বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ।শিশু,বৃদ্ধ সহ প্ৰাণ গ’ল বহুজনৰ।পশুধন,শস্যৰো বিস্তৰ ক্ষতি সাধন।তাৰ মাজতে পুনৰ ৰাজ্যত বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা।আগন্তুক ২৪ ঘণ্টাত অসম তথা মেঘালয়ত

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত ‘সম্পূৰ্ণতা অভিযান’

বাক্সা জিলা প্ৰশাসনে আজি জিলা সদৰ মুছলপুৰত 'সম্পূৰ্ণতা অভিযান'ৰ শুভাৰম্ভণি কৰে। দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত বাক্সা জিলাওঁ অন্যতম। সেয়েহে বাক্সাতো আৰম্ভ কৰা হৈছে এই অভিযান । অহা ৩০ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই সম্পূৰ্ণতা