Browsing Category
ASSAM
এচামৰ পৰা ফুৰিবলৈ ও শান্তি নাই অসমৰ এগৰাকী বিধায়কৰ! ISHAN NEWS
https://fb.watch/t8PC_mpV8_
ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি। বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বেদনাদায়ক ঘটনা। আনহাতে বানপানীৰ আওতা লৈ ৰাজনীতিৰ পথাৰতো শাসক, বিৰোধীৰ মাজত চলিছে সমালোচনাৰ ফেৰ। তাৰ মাজতে ছ'চিয়েল মিডিয়াত চৰ্চাত আহিল বিধায়ক!-->!-->!-->…
বিপদত আছাদুদ্দিন ওৱেছি! হেৰুৱাব পাৰে সাংসদ পদ
বিপদত হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাউদ্দিন ওৱেছি! সাংসদগৰাকীয়ে হেৰুৱাব পাৰে সাংসদ পদ। যোৱা মঙলবাৰে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত "জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন‘ শ্লোগান দিছিল সাংসদগৰাকীয়ে। জয় পেলেষ্টাইন!-->…
কোকৰাঝাৰত ড্ৰাগছ আসক্ত পুত্ৰই মাতৃৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোকৰাঝাৰ চহৰৰ হাথিমাথাত ড্ৰাগছ আসক্ত পুত্ৰই নিজ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে।
জানিবপৰা অনুসৰি, ড্ৰাগছ ল’বলৈ টকা!-->!-->!-->…
সাৱধান !এই কেইটা নিয়ম অমান্য নকৰিব।
ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ নিৰ্দেশনা।শিক্ষাসেতু এপক লৈ এই নিৰ্দেশনা শিক্ষা বিভাগৰ!শিক্ষকসকল আৰু কৰ্মচাৰী সকলৰ উপস্থিতিক লৈ দিয়া হৈছে নতুন নিৰ্দেশনা।বিদ্যালয়লৈ অহা আৰু যোৱাৰ সময় আপলোড কৰিব লাগিব শিক্ষাসেতু এপত ।শিক্ষক,কৰ্মচাৰী সকলোৰে!-->…
সৰ্বানন্দ সোণাৱাল, পীয়ুষ গোৱেল, মাঝি….. কোন কোন সাংসদলৈ আহিল ফোন?
নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে বিজেপিৰ সহযোগী দলসমূহৰ সাংসদসকলক মন্ত্ৰী পদ দিয়াৰ বাবে যোগাযোগ আৰম্ভ কৰিছে। টিডিপি, এলজেপি (আৰ) আৰু জেডিইউৰ দৰে দলৰ সাংসদলৈ মন্ত্ৰী পদৰ বাবে ফোন আহিছে বুলি জানিব পৰা গৈছে।
টিডিপিৰ সাংসদ ড০ চন্দ্ৰশেখৰ!-->!-->!-->…
লোকসভা নিৰ্বাচন ২০২৪ : অসমৰ চাৰিটা সমষ্টিত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি
সাতটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰিব ভাৰতৰ নিৰ্বাচন আয়োগৰ। পুৱা ৮ বজাৰ পৰা চলি আছে দেশৰ সকলো সমষ্টিৰ ভোট গণনা।
দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ১৪টা সমষ্টিৰ ভোট গণনা যথেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে।!-->!-->!-->…
নিৰ্বাচন শেষ! বাঢ়িল টোল টেক্স। বাহনখন ৰাজপথলৈ ওলাই নিলেই ভৰিব লাগিব অধিক ধন
নিৰ্বাচন শেষ! কাইলৈ অৰ্থাত্ ৪ জুনত প্ৰকাশ পাব নিৰ্বাচনী ফলাফল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে ৰাইজৰ ওপৰত মাধমাৰ। ৩ৰ পৰা ৫ শতাংশ পৰ্যন্ত বাঢ়িল টোলগে’টৰ মাছুল। বাহনখন ৰাজপথলৈ ওলাই নিলেই এতিয়াৰে অধিক ধন ভৰিব লাগিব জনতাই।
ৰাষ্ট্ৰীয়!-->!-->!-->…
৭২টকাকৈ কমিল ৰন্ধন গেছৰ দাম। অসমৰ কোন জিলাত LPG-ৰ কিমান দাম?
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে গ্ৰাহকলৈ সকাহ। পহিলা জুনতে হ্ৰাস পালে ৰন্ধন গেছৰ দাম। ৭২ টকা পৰ্যন্ত হ্ৰাস হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম ৬৯.৫০ টকা , কলকাতাত ৭২ টকা, মুম্বাইত ৬৯.৫০ টকা আৰু চেন্নাইত ৭০.৫০!-->…
বৰপেটাত কৰুণ ঘটনা! মছজিদৰ কাষৰ গাঁতত পৰি দুই শিশুৰ মৃত্যু
বৰপেটাৰোডৰ বালাভিঠা গাঁৱত সংঘটিত হৈছে এটা অতি শোকাৱহ ঘটনা। মছজিদৰ কাষত খন্দা এটা গাঁতত পৰি দুটি শিশুৱে কৰুণ মৃত্যুক সাৱটি লৈছে।
মৃত শিশু দুটি ৰহমান আলী নামৰ লোকজনৰ ৫ বছৰীয়া পুত্ৰ আব্দুল হাবিব আৰু জীয়াৰুল ইছলামৰ ৬ বছৰীয়া পুত্ৰ আবুল হক!-->!-->!-->…
পুনৰবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা ছেত্ৰীৰ
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। প্ৰতিভাৱান ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেটৰ তিনিওটা ফৰ্মেট অৰ্থাত এদিনীয়া, টি-২০ আৰু টেষ্ট দলত স্থান লাভ কৰিছে।
মুম্বাইত!-->!-->!-->…