Browsing Category
ASSAM
বাতৰি কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা খোজক : ৰামদেৱক পুনৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰ ককৰ্থনাৰ সন্মুখীন হ’ল যোগগুৰু বাবা ৰামদেৱ। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ৰোষত পৰা ৰামদেৱক পুনৰ ধমক দিয়ে আদালতে।
আজি হোৱা শুনানিৰ সময়ত আদালতে ৰামদেৱক পতঞ্জলিৰ!-->!-->!-->…
মৰাণৰ ঝলমত শোকাৱহ পথ দুৰ্ঘটনা; প্ৰাণ গ’ল মাতৃ আৰু কন্যাৰ
মৃত্যু চাগে এনেকৈয়ে আহে। মৰাণৰ ঝলমত আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটি ল’লে মাতৃ আৰু কন্যাই। ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাড়া কৰি!-->!-->!-->…
ৰুতুৰাজ গাইকোৱাদ আৰু কে এল ৰাহুলক জৰিমনা; জানক ইয়াৰ কাৰণ
চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।
শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে!-->!-->!-->…
গেৰুৱা ৰঙলৈ সলনি দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং; অসন্তুষ্ট বিৰোধী
ভাৰতীয় আৱেগ জৰিত হৈ থকা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। আজি ডিডি নিউজৰ তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে নতুন ল’গ’টো মুকলি কৰে।
টুইটটোত কোৱা হৈছে, ‘অৱশ্যে আমাৰ!-->!-->!-->…
NPS ইণ্টাৰনেশ্যনেল স্কুলে উৎসাহেৰে উদযাপন কৰে নাঙল বিহু ।
NPS ইণ্টাৰনেশ্যনেল স্কুলে ৰঙালী বিহু উপলক্ষে কৃষি সঁজুলিৰ প্ৰতি লক্ষ্য ৰাখি ৫ বহাগ তাৰিখে আনন্দ আৰু সাংস্কৃতিক উদ্যমেৰে উদযাপন কৰে নাঙল বিহু ।ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানসমুহত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ চৌহদত!-->…
প্ৰধানমন্ত্ৰী ভ্ৰমণক লৈ বন্ধ থাকিব গুৱাহাটীৰ পথ
আজি সন্ধিয়া অসমত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া হৈছে প্ৰশাসন ।
ইতিমধ্য বিশেষ পথ নির্দেশনা জাৰি কৰিছে!-->!-->!-->…
গুৱাহাটীত নতুনকৈ নিৰ্মিত উৰণ সেতুত পথ দুৰ্ঘটনা; এজন ৬০ বছৰীয়া লোকৰ মৃত্যু
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ নিৰ্মিত বেহাৰবাৰী উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক দুৰ্ঘটনাত ষাঠি বছৰীয়া এজন বৃদ্ধৰ মৃত্যু হয়।
৬৫ বছৰ বয়সৰ লোকজন কোকৰাঝাৰ জিলাৰ বাসিন্দা নুৰ বাহাদুৰ ভাণ্ডাৰী বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ!-->!-->!-->!-->!-->…
উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA-ৰ ম্যাদ
অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে উজনি অসমৰ চাৰিখন জিলাক পুনৰ ৬ মাহৰ বাবে 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰিছে।
উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত চলি থকা উদ্বেগৰ প্ৰতি সহাৰি জনাই শসস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ ৰ ধাৰা-৩ ৰ অধীনত!-->!-->!-->…
তিনিখন ৰাজ্যৰ ষ্টাৰ প্ৰচাৰকৰ তালিকা প্ৰকাশ বিজেপিৰ; তালিকাত হিমন্ত বিশ্ব শৰ্মা
লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দলসমূহে সভা-সমিতি আয়োজন কৰাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।
একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল!-->!-->!-->…
আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে আজিৰ সমগ্ৰ আকাশ…
আজি ৰঙৰ উৎসৱ ফাকুৱা । আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে সমগ্ৰ আকাশ-বতাহ। হোলী বা ফাকুৱা উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে ইয়াৰ সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰক অন্তনিৰ্হিত হৈ থাকে ।
হোলীয়ে মানুহৰ মাজত সমন্বয়!-->!-->!-->…