ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

বিষক্ৰিয়া হৈ প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ মৃত্যু

মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই। তাৰ প্ৰমাণ দেখুৱালে পলাশবাৰীৰ লোকে। দিনক দিনে এই জীৱ শ্ৰেষ্ঠৰ বাবেই বিলুপ্তৰ দিশত প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ। https://fb.watch/q_racha6q9/ জানিব পৰা মতে, পলাশবাৰীৰ জজি গণকপাৰাৰ পথাৰত মৃত গৰু ভক্ষণ কৰাৰ

SBI ত কম্পিউটাৰৰ বিপৰীতে পাছবুকত জমা ধন লিখি বঙাইগাঁৱত লুটিলে ২.৫ কোটি

বেংকৰ সহজ-সৰল গ্ৰাহকসকল মূল লক্ষ্য! বঙাইগাঁৱৰ লেংটিছিঙাৰ SBI ৰ CSP ত ব্যাপক লুণ্ঠন। লেংটিছিঙাৰ CSP পৰিচালক কুশবাৰী নিৱাসী হানিফ আলীয়ে গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে প্ৰায় ২-২.৫ কোটি টকা লুণ্ঠনৰ অভিযোগ।অভিযোগ অনুসৰি আয়নাল,আবুল,স্বাহনাজ আৰু বহু

সন্মুখত নিৰ্বাচন, মৰিয়নীত বিস্কুটৰ পেকেটত উদ্ধাৰ লাখে লাখে টকা

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ এই প্ৰাকক্ষণত মৰিয়নীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। মৰিয়নীৰ N.S.T তিনিআলিত ফ্লাইং স্বোৱাডৰ দলে জব্দ কৰিবলৈ সক্ষম হয় এই লক্ষাধিক টকা । উল্লেখ্য যে নিৰ্বাচনী বিধি উলংঘা কৰি নাগালেণ্ডৰ পৰা

ৰাজ্যত একেদিনাই গ্ৰেপ্তাৰ ১২ টা মাটিৰ দালাল

সাৰি নাযাব মাটিৰ দালাল । ৰাজ্যত পুনৰ দালালৰ বিৰুদ্ধে অভিযান । একে দিনাই ১২ টাকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যত নাথাকিব এজনো দালাল। তাৰ পাছতে অসম

অন্য ধৰ্মৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি! ৰাজ্য চৰকাৰৰ নিৰ্দেশ

এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব। ৩ মাহৰ বাবে ভিন্নধৰ্মী লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। ৰাজহ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অনাগত ৩ মাহৰ বাবে ভিন্ন ধৰ্মৰ লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ

অসম তথা উত্তৰ-পূবৰ প্ৰথমজন মুছলমান বিজেপি বিধায়কে যোগ দিলে কংগ্ৰেছ দলত

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি তেওঁ অসমৰ প্ৰথমজন মুছলমান বিজেপি বিধায়ক হোৱাৰ নজিৰ গঢ়ি তুলিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই প্ৰাক্তন বিধায়কগৰাকীয়ে যোগ দিলে কংগ্ৰেছ দলত। বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা এইগৰাকী

মুখ্যমন্ত্ৰীৰ ভাতৃ SP সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ ভাৰতৰ নিৰ্বাচন আয়োগৰ

অসমত নিৰপেক্ষ লোকসভা নিৰ্বাচন সুনিশ্চিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। তাৎপৰ্যপূৰ্ণভাৱে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত

যাত্ৰীভৰ্তি বাছৰ পৰা চালকৰ জাঁপ…. তাৰ পাছত?

নিশা প্ৰায় ৪০ গৰাকী যাত্ৰীক লৈ তেজপুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। চলন্ত বাছৰ পৰা হঠাত্ ট্ৰাকৰ সমুখত জঁপিয়ালে বাছৰ চালকে। ইয়াৰ পাছতেই তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে চালকজনক। এই ঘটনাত প্ৰদীপ শৰ্মা নামৰ বাছচালকজনৰ মৃত্যু হয়। সাংস্কৃতিক

‘এক দেশ এক নিৰ্বাচন’ৰ সপক্ষে আৰু বিপক্ষে কোন? কি আছে প্ৰতিবেদনত…

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক প্ৰদান কৰিলে প্ৰতিবেদন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত হোৱা চাৰিজনীয়া সদস্যৰ সমিতিখনে বৃহস্পতিবাৰে এই প্ৰতিবেদন প্ৰদান কৰে। ১৮৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনত কোৱা হৈছে

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ  ঘোষণা।

বহাগ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ এই উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে