Browsing Category
ASSAM
টিকটৰ পৰা বঞ্চিত হ’ল অসমৰ পাঁচগৰাকী সাংসদ
বহু জল্পনা-কল্পনাৰ অন্তত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে ঘোষণা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট এই তালিকাত বৰ্তমানৰ বহু সাংসদে হেৰুৱালে প্ৰাৰ্থিত্ব।
বিশেষকৈ অসমৰ ১১ টা!-->!-->!-->…
‘শান্তি-শৃংখলা বিঘ্নিত নকৰি উচ্চতম ন্যায়ালয়লৈ যাওক’, কাক এইদৰে ক’লে মুখ্যমন্ত্ৰীয়ে?
লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে সমগ্ৰ দেশতে কা’ৰ নিয়মাৱলী বলৱৎ কৰা হ’ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পাছতে সৰৱ হৈ পৰিছে অসমৰ দল-সংগঠন।
কা’ বলৱৎ হ’লে অসমত তীব্ৰতৰ ৰূপত আন্দোলন গঢ়ি তোলা হ’ব বুলি দল-সংগঠনে হুংকাৰ প্ৰদান!-->!-->!-->…
কাৰ্বি আংলঙত নিশা আৰক্ষীৰ অভিযান; অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ তিনিজন
কাৰ্বি আংলং জিলাত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে এই কথা প্ৰকাশ কৰে আৰক্ষীয়ে।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডিফুত শনিবাৰে নিশা অতিৰিক্ত আৰক্ষী!-->!-->!-->…
মৰ্মান্তিক ঘটনা; বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু মটৰ চাইকেলেৰে অহা দম্পতী
উজনি-নামনি সৰ্বত্ৰ হাতী-মানুহৰ সংঘাত প্ৰতিদিনেই ঘটি আছে। সম্প্ৰতি ৰাজ্যত এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত। হাতীৰ আক্ৰমণ ঘটা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হৈছে আবাল-বৃদ্ধা-বনিতা।
শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আহিছে এক মৰ্মান্তিক!-->!-->!-->…
বেলতলাত ভয়ংকৰ অগ্নিকাণ্ড; চাৰিচকীয়া বাহনৰ লগতে বহু সামগ্ৰী ভষ্মীভূত
গুৱাহাটীৰ বেলতলাৰ অশোক পথত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অশোক পথৰ কল্যাণ ভাগৱতী নামৰ এজন লোকৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে।
অগ্নিকাণ্ডত এখন ৱেগনাৰ গাড়ীৰ লগতে এটা চিলিণ্ডাৰ আৰু বহু সামগ্ৰী জুইত জাহ যায়৷
ভাগৱতীৰ!-->!-->!-->!-->!-->…
ৰাহুল গান্ধীৰ লগতে কেইবাজনো কংগ্ৰেছৰ নেতাক অসম আৰক্ষীৰ চমন
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)এ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত চি আই ডিয়ে ৰাহুল গান্ধীৰ লগতে আন কংগ্ৰেছ নেতালৈ চমন জাৰি কৰিছে।
!-->!-->!-->…
ডিব্ৰুগড়ৰ জেইলত চাঞ্চল্যকৰ ঘটনা; খালিস্তানী নেতা অমৃতপাল সিঙৰ কুঠৰীৰ পৰা উদ্ধাৰ বহু আপত্তিজনক…
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে নিৰাপত্তা ব্যৱস্থাৰ এক গুৰুতৰ ত্ৰুটিৰ ঘটনা। খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে আন ৯জন সহযোগী বন্দী হৈ থকা জেইলখনৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী।
অমৃত পাল!-->!-->!-->…
কলকাতাত উজলিল অসমৰ নৃত্যশিল্পী ঊষাৰাণী বৈশ্য
হাতীগাঁও কীৰ্তন কলা কেন্দ্ৰৰ পৰিচালক তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা এগৰাকী বিশিষ্ট নৃত্যশিল্পী ঊষাৰাণী বৈশ্যক ২০২৪ বৰ্ষৰ সুধা দত্ত বঁটা প্ৰদান কৰা হয়।
শেহতীয়াকৈ কলকাতাৰ সমীৰ ব্ৰহ্মচাৰী বিশ্ব সেৱা আশ্ৰমত কেন্দ্ৰীয় কেবিনেট!-->!-->!-->…
বিজেপি-কংগ্ৰেছক আৰ্থিকভাৱে কোনে সহায় কৰে? এতিয়া জানিব পাৰিব সকলো…
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব তাক লৈ এতিয়া অৱতাৰণা হৈছে প্ৰশ্নৰ।
এই!-->!-->!-->…
গুৱাহাটী বিশ্ববিদ্যালয়ত সপ্তম AINET আন্তঃৰাষ্ট্ৰীয় ই এল টি সন্মিলন
ভাৰতৰ দৰে সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যপূৰ্ণ দেশত মানুহে একাধিক ভাষা ব্যৱহাৰ কৰে কিন্তু ইংৰাজী ভাষা হৈছে সকলো মানুহক একত্ৰিত কৰা ভাষা। গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ ইংৰাজী ভাষা পাঠদান বিভাগৰ সহযোগত আয়োজিত সপ্তম AINET!-->…