ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

তাজিম উদ্দিনৰ প্ৰকৃতিপ্ৰেম।

প্ৰকৃতিৰ প্ৰেমিক তাজিম উদ্দিনৰ কৰ্মই সকলোকে কৰিছে আকৰ্ষণ। যাৰ বাবে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহৰ আগমন ঘটে সোণতলীৰ ছমৰীয়াপামলৈ। পুৱা-গধূলি কেৱল শুনিব ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ মাত। কাউৰীৰ চিঞৰ-বাখৰে শুনিবনে

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা ICC-ৰ; ভাৰতৰ মাত্ৰ দুগৰাকী খেলুৱৈৰ স্থান লাভ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। টি-২০ৰ দৰে আই

অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা; মৃত্যু অসমৰ তিনিজন লোকৰ

অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত অসমৰ তিনিজন লোকৰ কৰুণ মৃত্যু হৈছে। যুৱক তিনিজনে শনিবাৰে AS23AD7360 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে অৰুণাচললৈ গৈ থকা অৱস্থাত আঞ্জাওৰ সমীপৰ হাৱাইত পথ দুৰ্ঘটনাত পতিত হয়।

গাড়ীৰ ভিতৰতে ৮টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য বোকাখাতত ISHAN NEWS…

বোকাখাতৰ বিহৰা গৰু বজাৰত ৮টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গৰু কেইটা এখন গাড়ীৰে বজাৰলৈ আনি থকা অৱস্থাতে মৃত্যু হোৱা বুলি জনাইছে বজাৰ কৰ্তৃপক্ষই। বজাৰ কৰ্তৃপক্ষৰ গা এৰা মন্তব্যৰ বিপৰীতে গাড়ীৰ বহন ক্ষমতাতকৈ

নিবনুৱাৰ বাবে ভাল খবৰ! চৰকাৰী চাকৰি আবেদনৰ বয়স ৫ বছৰলৈ বৃদ্ধি

ছত্তীশগড়ত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। দৰাচলতে বুধবাৰে ছত্তীশগড় চৰকাৰে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা ৰাজ্যবাসীৰ সৰ্বোচ্চ বয়সৰ সীমাত পাঁচ বছৰৰ শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই

মৰিগাঁৱত কাৰ্বিং আংলঙৰ ২৫ বছৰীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড

অসমত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা। কাৰ্বি আংলং জিলাৰ এজন ২৫ বছৰীয়া যুৱকক গৰু সৰবৰাহৰ সন্দেহত একাংশ উত্তেজিত লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জানিব দিয়া মতে, বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। মৰিগাঁৱৰ

কাজিৰঙাত উত্তপ্ত পৰিস্থিতি; ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ । ISHAN NEWS…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মাছ মাৰিবলৈ অহা এজন স্থানীয় লোকক বন বিভাগে প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় লোকে। ক্ষোভিত লোকে নহৰুবস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি

ভোগালী বিহু বুলি পৰিয়াল তথা আত্মীয়ৰ লগত এসাঁজ মাছ-মাংসৰে জুতি লগাই খাব… ISHAN NEWS

কাইলৈ হেঁপাহৰ উৰুকা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া ব্যাপক প্ৰস্তুতি ভোগালীক আদৰাৰ। চুঙা পিঠা, দৈ, চুৰা, বিভিন্ন বিধ পিঠা আৰু লাৰুৰ কথাই মনলে আহে প্ৰতিজন অসমীয়াৰ । https://fb.watch/pxKS57AgE7/ ভোগালী বিহু বুলি কোৱাৰ লগে লগেই

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় সেঁতু। ISHAN NEWS…

শুকুৰবাৰে বিয়লি ‘মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক’  মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা দক্ষিণ মুম্বাইৰ পৰা নৱী মুম্বাই সংযোগী সাগৰীয় সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায়

‘পুলিচে মাৰপিট কৰাৰ পিছত সকলো ইচ্ছা নোহোৱা হৈ গ’ল’-কি ঘটনাই জীৱন সলনি কৰিলে পংকজ…

বৰ্তমান বলিউডৰ অন্যতম নিপুণ অভিনেতা পংকজ ত্ৰিপাঠী।আৰু কিছুদিন পিছত মুক্তি পাব অভিনেতাগৰাকীৰ নতুন ছবি 'মে অটল হ্যো' । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হিচাপে তেওঁৰ ৰূপ ইতিমধ্যে প্ৰকাশ পাইছে।১৯ জানুৱাৰীত মুক্তি পাব ছবিখন।ফলত