ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

দৈনিক ৪৯টাকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! দিল্লীৰ প্ৰদূষণ পাইছেগৈ এই পৰ্যায়

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰঃ দৈনিক ৪৯খনকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! সৰ্বাধিক প্ৰদূষিত চহৰ ঢাকাতকৈ ৫গুনে অধিক বিষাক্ত হৈ পৰিছে দিল্লী। যাৰ ফলত গেছ চেম্বাৰলৈ পৰিণত হৈছে । কোৱা হৈছে যে এই পৰিৱেশ দিল্লীৰ প্ৰতিগৰাকী লোকে দৈনিক ৪৯ টা

বিশাল-চুমী-দীপাংকৰেই নহয়, ১০০ কোটিৰ প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ আন এজনো

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ১০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী কৰি দিল্লীত গ্ৰেপ্তাৰ হ’ল ফাং চেনজিন । ৪৩.৫ লাখ টকা বিনিয়োগ কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় চীনৰ নাগৰিকগৰাকীক । দিল্লীৰ উপ-আৰক্ষী

৯০ মিনিট স্তব্ধ হৈ থাকিল হৃদপিণ্ড, তাৰ পিছত…

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ডেৰঘণ্টা স্তব্ধ হৈ পৰিছিল হৃদপিণ্ড । তাৰ পিছতো বিশেষজ্ঞ চিকিৎসকৰ দলে জীয়াই তুলিছে ভাৰতীয় সেনাৰ জোৱানগৰাকীক । এই সফলতা ওড়িশাৰ এইমছ ভূৱনেশ্বৰৰ । eCPRৰ জৰিয়তে এই সফলতা লাভ কৰি ওড়িশাৰ চিকিৎসা

মহিলা নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য ! সাংসদৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ এক বিতৰ্কিত শব্দই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি । গোচৰ ৰুজু কৰা হৈছে শিৱসেনা(উদ্ধৱ থাকৰে)ৰ সাংসদৰ বিৰুদ্ধে । উল্লেখ্য যে শিৱসেনা পাৰ্টীয়ে শুকুৰবাৰে সাংসদ অৰবিন্দ সাৱন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নাগাপাদা থানাত

অক্টোবৰ মাহত সংগ্ৰহ ১.৮৭ লাখ কোটি টকা জি এছ টি

নিউজ ডেস্ক, ১ নৱেম্বৰ : ৮.৯ শতাংশ বৃদ্ধি পাই অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (GST collections) কৰা হ'ল ১.৮৭ লাখ কোটি টকা । এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰণালয়ে (Finance ministry)। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুঠ জি এছ টি

বাচি নাথাকিল কোঠাটোৰ এজনো, জীৱন্তে অগ্নিদগ্ধ চাৰিজন

নিউজ ডেস্ক, ২৬ অক্টোবৰঃ অগ্নিকাণ্ডত মৃত্যু হল একেটা ঘৰতে থকা চাৰিগৰাকী । হাৰিয়ানাৰ গুৰুগ্ৰামৰ সৰস্বতী এনক্লেভত সংঘটিত হৈছে এই ঘটনা । শনিবাৰে পুৱা প্ৰায় ১২:১৫ বজাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগেলগে আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হয় ।

দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক । তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন

ইউটিউব ভিডিঅ’ চায়েই ৱাই কেটেগৰীৰ নিৰাপত্তা ভেদি গুলীচালনা !

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউটিউবত এতিয়া প্ৰায়বোৰেই উপলব্দ । উপলব্ধ গুলীচালনাৰ প্ৰশিক্ষণো । ইউটিউবৰ ভিডিঅ'ৰ পৰা প্ৰশিক্ষণ লৈয়েই হত্যা কৰা হ'ল ৱাই কেটেগৰীৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা এগৰাকী প্ৰভাৱশালী ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰীক ।

পাকিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সুদীৰ্ঘ ৯ বছৰৰ পিচত পাকিস্তানত উপস্থিত হল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী । ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে ইছলামবাদত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰ । শেষবাৰৰ বাবে

ড্ৰাগছ সৰবৰাহ কৰি নেপালত গ্ৰেপ্তাৰ দুই ভাৰতীয়

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ নেপাল আৰক্ষীৰ জালত পৰিছে দুগৰাকী ভাৰতীয় । ড্ৰাগছ সৰবৰাহৰ লগত জড়িতৰ অপৰাধত নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় দুগৰাকীক ।আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নেপালৰ ঝাপা জিলাৰ ভদ্ৰপুৰৰ এখন হোটেলৰ পৰা ১৮ বছৰীয়া পুত্ৰৰ