Browsing Category
BHARAT
টিকটৰ পৰা বঞ্চিত তিনিবাৰৰ সাংসদে নিজৰ লগত কৰিলে ভয়ংকৰ কাণ্ড
টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত বহু নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰা পৰিলক্ষিত হয়। কিন্তু তামিলনাডুত টিকট বঞ্চিত এগৰাকী সাংসদে ল’লে চৰম সিদ্ধান্ত। পাঁচদিন ধৰি চিকিৎসাধীন হৈ থকা ডি এম কেৰ সাংসদ এ গণেশমূৰ্তিয়ে আজি পুৱা হাস্পতালত শেষ!-->…
বিগ বছ বিজয়ী মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ
জনপ্ৰিয় কমেডিয়ান তথা বিগ বছ আৰু লকআপৰ দৰে প্ৰখ্যাত ৰিয়েলিটি শ্ব’ৰ বিজয়ী মুনাৱৰ ফাৰুকীসহ কেইবাজনো লোকক মঙলবাৰে গভীৰ নিশা মুম্বাই আৰক্ষীয়ে আটক কৰে।
মুম্বাই ফ’ৰ্ট এলেকাৰ এখন হুক্কা পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই লোক কেইজনক।!-->!-->!-->…
চলন্ত ৰে’লত জুই; ৰে’লৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা বহু যাত্ৰীৰ
হোলী বিশেষ ট্ৰেইনত কালি নিশা প্ৰায় ১ বজাত সংঘটিত হয় ভয়ংকৰ ঘটনা। হঠাৎ ট্ৰেইনৰ দবাত জুই লগাত চলন্ত ট্ৰেইনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে বহু লোকে।
ট্ৰেইনখনে এটা ষ্টেচন পাৰ হোৱাৰ পিছত ভালদৰে গতিবেগ লোৱাই নাছিল। তেনে সময়তে এটা দবা জুইৰ!-->!-->!-->…
মন্দিৰত চলি আছিল ভস্ম আৰতি। আৰতিৰ মাজতে গৰ্ভগৃহত জুই। তাৰ পাছত..?
মন্দিৰৰ গৰ্ভগৃহত আৰতি চলি থকাৰ মাজতেই অঘটন। ভস্ম আৰতিৰ সময়তে মন্দিৰৰ গৰ্ভগৃহত অগ্নিকাণ্ড। এই ঘটনাত মুখ্য পূজাৰীসহ ১৩ গৰাকী লোক অগ্নিদগ্ধ হয়। হোলীৰ আনন্দৰ মাজতেই মধ্যপ্ৰদেশৰ মহাকাল মন্দিৰত সোমবাৰে পুৱাই সংঘটিত হয় এই ঘটনা। হোলীৰ দিনা!-->…
জেইলৰ ভিতৰৰ পৰাই দিল্লী জল বিভাগৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অৰবিন্দ কেজৰিৱালৰ
প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে জেইলৰ ভিতৰৰ পৰাই জল বিভাগৰ বাবে জাৰি কৰিছে প্ৰথম চৰকাৰী নিৰ্দেশনা।
এই নিৰ্দেশ দিল্লীৰ জলমন্ত্ৰী আতিশীয়ে সংবাদমেলযোগে পাঠ কৰে। জেইলৰ ভিতৰত!-->!-->!-->…
পাৰস্পৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! ডাম্পাৰেৰে খুন্দিয়াই প্ৰাণ ল’লে ৫ জন লোকৰ
ৰাজস্থানৰ ঝালাৱাৰ জিলাত ব্যক্তিগত সংঘাতৰ ভয়ংকৰ পৰিণতি। দুই পক্ষৰ মাজত চলা সংঘাতৰ বাবেই প্ৰাণ হেৰুৱালে পাঁচজনকৈ লোকে। মৃত পাঁচজন লোকৰ ভিতৰত আছিল দুই ভাই-ককায়েক।
প্ৰাপ্ত খবৰ অনুসৰি, দুই পক্ষৰ মাজত চলা সংঘাতৰ পিছত এটা পক্ষই আনটো পক্ষৰ!-->!-->!-->…
বিষাক্ত সুৰা সেৱন কৰি এই পৰ্যন্ত ২১ জনৰ মৃত্যু; বিশেষ তদন্তকাৰী দল গঠন
পঞ্জাৱৰ সংৰুৰত বিষাক্ত সুৰায়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। বিষাক্ত সুৰা সেৱনৰ ফলত এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু হৈছে। আনহাতে একাংশ লোক এতিয়াও চিকিৎসাধীন হৈ আছে।
এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত!-->!-->!-->…
ভয়ংকৰ পথ দুৰ্ঘটনা; পথৰ পৰা ৩০০ মিটাৰ তলত পৰিল বাহন, ৩ জনৰ মৃত্যু
উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত গাড়ীখনত থকা তিনিজন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ!-->!-->!-->…
প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান- ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!-->!-->!-->…
নিজৰ শৰীৰৰ ছাল কাটি মাতৃৰ বাবে চেণ্ডেল বনালে পুত্ৰই! কলিকালৰ শ্ৰৱণ কুমাৰৰ কাহিনী এয়া
পুত্ৰ-কন্যাৰ অৱহেলা, অত্যাচাৰৰ বলি হৈ বৃদ্ধাশ্ৰমত দিন কটাইছে একাংশ পিতৃ-মাতৃয়ে। এনেধৰণৰ খবৰৰ মাজতে পোহৰলৈ আহিছে বুকু কঁপাই এটা ঘটনা।
নিজৰ উৰুৰ ছাল কাটি এজন পুত্ৰই মাতৃৰ বাবে বনালে চৰণ পাদুকা। প্ৰথমে এখন ব্যক্তিগত চিকিৎসালয়ত!-->!-->!-->…