Browsing Category
BHARAT
‘এক দেশ এক নিৰ্বাচন’ৰ সপক্ষে আৰু বিপক্ষে কোন? কি আছে প্ৰতিবেদনত…
এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক প্ৰদান কৰিলে প্ৰতিবেদন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত হোৱা চাৰিজনীয়া সদস্যৰ সমিতিখনে বৃহস্পতিবাৰে এই প্ৰতিবেদন প্ৰদান কৰে।
১৮৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনত কোৱা হৈছে!-->!-->!-->…
দিল্লী কেপিটেলছত মোক্ষম আঘাত; IPL-ৰ পৰা বাহিৰ ৪ কোটি টকীয়া ক্ৰিকেটাৰ
২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৪)। কিন্তু ইয়াৰ পূৰ্বে ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।
৪ কোটি টকা ব্যয় কৰি দিল্লী কেপিটেলছত অন্তৰ্ভুক্ত হোৱা ইংলেণ্ডৰ তাৰকা!-->!-->!-->…
দুদিনীয়া কাৰ্যসূচীৰে ৮ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী
ন ৰূপ দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। কিয়নো কাজিৰঙালৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী। প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা কটাব। প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক আয়োজন চলিছে উদ্যানখনত। অহা ৮ মাৰ্চত কাজিৰঙাতে!-->…
পুত্ৰৰ ভাষণ শুনি কেমেৰাৰ সন্মুখতে কান্দি উঠিল মুকেশ আম্বানী
তিনিদিনীয়াকৈ গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক বিবাহ অনুষ্ঠান। অনুষ্ঠানত অনন্ত আম্বানীয়ে বিৱৰি ক’লে তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কথা।
পিতৃ-মাতৃয়ে তেওঁৰ বাবে কৰা কষ্টৰ কথা বৰ্ণনা কৰিছিল!-->!-->!-->…
ভয়ংকৰ ভূমিস্খলন! ২ মহীয়া কেঁচুৱাসহ চাৰিজনে সাৱটিলে কৰুণ মৃত্যুক
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাহোৰ মহকুমাৰ চাছানা গাঁৱত হোৱা ভূমিস্খলনত ২ মহীয়া কেঁচুৱা, মাতৃ আৰু আন দুটা সন্তানৰ মৃত্যু হয়।
ভূমিস্খলনত ঘৰটো ভাঙি পৰাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনা!-->!-->!-->…
বিৰোধীত আন এক মোক্ষম আঘাত; বিজেপিত যোগ দিলে এইগৰাকী সাংসদে
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদানৰ সোঁত বৈছে বিৰোধীৰ নেতাৰ। এইবাৰ তেলেংগানাত বিৰোধী ৰাজনৈতিক দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ জহিৰাবাদ সমষ্টিৰ ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)ৰ সাংসদ বি বি পাটিলে বিজেপিত যোগদান কৰে।
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী!-->!-->!-->…
অন্তিমখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; উভতিল এইগৰাকী তাৰকা ক্ৰিকেটাৰ
পঞ্চম তথা শৃংখলাৰ অন্তিমখন টেষ্টৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা শৃংখলাৰ অন্তিমখন টেষ্ট মেচ অহা ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’ব।
জ্যেষ্ঠ তথা অভিজ্ঞ বেটছমেন কে এল ৰাহুল পঞ্চম টেষ্টখনতো সুযোগ লাভ কৰা!-->!-->!-->…
আন এক সফলতা; নিৰাপত্তাৰক্ষীৰ গুলীত চাৰিজন মাওবাদীৰ মৃত্যু
মঙলবাৰে চত্তীশগড়ৰ বীজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মাওবাদী নিহত হৈছে। জাংলা আৰক্ষী থানাৰ অন্তৰ্গত এখন জংঘলত সংঘটিত হৈছিল এই সংঘৰ্ষ।
জানিব পৰা মতে, মাও অধ্যুষিত অঞ্চলটোত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চি আৰ পি এফৰ যুটীয়া!-->!-->!-->…
দিল্লীত চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AAP-ৰ
লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা আম আদমি পাৰ্টীয়ে দিল্লীৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতীয়ে, দক্ষিণ দিল্লীৰ পৰা সহী ৰাম পহলৱানে, পূব দিল্লীৰ পৰা কুলদীপ কুমাৰে আৰু পশ্চিম!-->…
উচ্চতম ন্যায়ালয়ৰ ৰোষত পতঞ্জলি; ‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপন প্ৰচাৰত বাধা
সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে বাবা ৰামদেৱ নেতৃত্বাধীন পতঞ্জলি প্ৰতিষ্ঠান। আয়ুৰ্বেদ প্ৰতিষ্ঠানটোৱে কৰা স্বাস্থ্য সম্বন্ধীয় সামগ্ৰীৰ সকলো বিজ্ঞাপনক বিভ্ৰান্তিকৰ আৰু ভুল বুলি মন্তব্য কৰি এই সমূহত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।!-->…