ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

টেষ্ট ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে অশ্বিনে; কুম্বলে আৰু শ্বেন ৱাৰ্নৰ অভিলেখ ভংগ

ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। টেষ্ট ক্ৰিকেটত অশ্বিনে সম্পূৰ্ণ কৰিলে ৫০০ উইকেট। টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰা

‘কৃষকসকল অন্নদাতা, অপৰাধী নহয়’- মধুৰা স্বামীনাথন

কৃষি বিজ্ঞানী প্ৰয়াত এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথনে কৃষকক অপৰাধী বুলি গণ্য কৰিব নোৱাৰি বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মঙলবাৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান পূছাৰ উদ্যোগত পিতৃক ভাৰতৰত্ন প্ৰদানৰ স্মৃতিত অনুস্থিত এক অনুস্থানত

বিমান বন্দৰত নাপালে হুইল চেয়াৰ; ১.৫ কিলোমিটাৰ খোজকঢ়াৰ পিছত মৃত্যু ৮০ বছৰীয়া বৃদ্ধৰ

মুম্বাই বিমান বন্দৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। হুইল চেয়াৰৰ অভাৱৰ বাবেই এয়াৰ ইণ্ডিয়া বিমানত অহা এগৰাকী বৃ্দ্ধ যাত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে আগতীয়াকৈয়ে হুইল চেয়াৰ বুকিং কৰি থৈছিল যদিও সময়ত

এক্সপ্ৰেছ ৱে’ত শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত ৫ জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিকানেৰত ভাৰতমালা এক্সপ্ৰেছ ৱে’ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকে পিছফালৰ পৰা চাৰিচকীয়া বাহন এখনক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয়।সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅ’ বাহনখনত থকা প্ৰতিগৰাকী সদস্যৰ

ৰঙৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ১১ জন শ্ৰমিকৰ মৃত্যু

দিল্লীৰ আলিপুৰত অৱস্থিত এটা ৰং কাৰখানাত বৃহস্পতিবাৰে সন্ধিয়া এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ১১ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ইয়াৰ উপৰি জুইত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা তিনিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা

বিজেপি-কংগ্ৰেছক আৰ্থিকভাৱে কোনে সহায় কৰে? এতিয়া জানিব পাৰিব সকলো…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব তাক লৈ এতিয়া অৱতাৰণা হৈছে প্ৰশ্নৰ। এই

লোকসভা এৰি ৰাজ্যসভালৈ ছোনিয়া গান্ধী; এটা যুগৰ অন্ত নে কংগ্ৰেছৰ নতুন পৰিকল্পনা!

লোকসভাত আৰু দেখা পোৱা নাযাব কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক। ২৫ বছৰৰ পিছত লোকসভা এৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। বিভিন্ন পৰিস্থিতিৰ মাজেৰে ৰাজনীতিত প্ৰৱেশ ঘটা ছোনিয়া গান্ধীয়ে এইবাৰ ৰাজ্যসভাৰ জৰিয়তে সংসদত প্ৰৱেশ

উৎসৱৰ মাজতে অঘটন; চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ৩ জন লোকৰ মৃত্যু, বহু আহত

উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ বুণ্ডেলখণ্ড গৌৰৱ মহোৎসৱত ভয়ংকৰ ঘটনা। মহোৎসৱৰ সময়ত চিত্ৰকূট আন্তঃ মহাবিদ্যালয়ত চলি থকা মেলাত দিয়া এখন অস্থায়ী দোকানত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি তিনিজন লোকৰ মৃত্যু হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ লগে লগে দোকানখনত ভয়ংকৰ

কেতিয়াবা নিজকে সন্ত্ৰাসবাদী বুলি অনুভৱ হয় : পঞ্জাৱত এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ । ISHAN NEWS

পঞ্জাৱৰ খাডুৰ চাহিব সংসদীয় সমষ্টিত ৰাজহুৱা সভাত ভাষণ দি আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে কেতিয়াবা নিজকে তেওঁ এগৰাকী সন্ত্ৰাসবাদী বুলি অনুভৱ কৰে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত জনসভাখনত তেওঁ কয় যে

ৰাম মন্দিৰৰ পিছত আবু ধাবিত হিন্দু মন্দিৰ উদ্বোধন কৰিব মোদীয়ে । ISHAN NEWS…

সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ আবু ধাবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব প্ৰথমটো হিন্দু মন্দিৰ। অহা ১৪ ফেব্ৰুৱাৰীত মোদীয়ে মন্দিৰটোৰ মূল দ্বাৰ উদঘাটন কৰিব। উল্লেখ্য যে, দুবছৰ পূৰ্বে মন্দিৰটোৰ শিলান্যাস কৰিছিল মোদীয়ে। জানিব পৰা মতে,