ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰঃ প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে ইণ্ডিয়া মোবাইল কংগ্ৰেছ-২০২৪ৰ অষ্টম সংস্কৰণ । অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰ হিচাপে আত্মপ্ৰকাশ

ব্যয় হ’ব ৩৪,৫০০ কোটি টকা, আমেৰিকাৰ সৈতে বিশেষ চুক্তি

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমেৰিকাৰ কাষ চপা হৈছে । মঙলবাৰে স্বাক্ষৰিত এক চুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে ক্ৰয় কৰিব ৩১ খন প্ৰিডেটৰ ড্ৰোণ । ৩৪,৫০০ কোটি টকা ব্যয়েৰে এই

Durga Puja 2024: পূজা মণ্ডপত নিৰ্বিচাৰ গুলীচলনা, আহত চাৰিগৰাকী

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ দেওবাৰে পুৱাই দুৰ্গা পূজাৰ মণ্ডপত চলিল নিৰ্বিচাৰ গুলীচালনা । এই গুলীচালনাত আহত হয় চাৰিগৰাকী লোক ।গুলীচালনা ঘটনাত আহতকেইগৰাকী হ'ল- "সুনীল কুমাৰ যাদৱ (২৬), ৰোশন কুমাৰ (২৫) আৰু ছিপাহী কুমাৰ আৰু অৰমান আনছাৰী (১৯) ।

Train Accident : ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ ইটোৰ পিচত সিটো ৰে'ল দুৰ্ঘটনাই জোঁকাৰি গৈছে দেশ । প্ৰাণ হেৰুৱাইছে বহু লোকে, আহত হৈছে বহু লোক । সঘনাই সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ । শনিবাৰেও তামিলনাডুত ৰে'লৰ

গাঁত খান্দি থাকোতেই কমেও ৫ শ্ৰমিকৰ মৃত্যু, আহত কেবাজনো

নিউজ ডেস্ক, ১২ অক্টোবৰঃ শনিবাৰে গুজৰাটত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । গাঁত খান্দি থকাৰ অৱস্থাতে মাটি খহি মৃত্যু হ'ল কমেও পাঁচজন শ্ৰমিকৰ । তদুপৰি আহত হৈছে আন কেবাগৰাকীও শ্ৰমিক ।শনিবাৰে গুজৰাটৰ মেহছানা জিলাত সংঘটিত হয় এই ঘটনা । জিলা সদৰৰ পৰা

কন্যাৰ বাবে পতা জালত নিজেই ভৰি দিলে মাতৃয়ে

নিউজ ডেস্ক, ১২ অক্টোবৰঃ নিজ কন্যাক হত্যাৰ বাবে মাতৃ কাষ চাপিল ছুপাৰি কিলাৰৰ । কন্যা প্ৰেমৰ সম্পৰ্কত থকাৰ বাবেই মাতৃয়ে গ্ৰহণ কৰিছিল এই কঠোৰ সিদ্ধান্ত । কিন্তু ঘটনাই অন্য মোৰ লৈ হত্যাৰ বলি হ'ল মাতৃগৰাকীৰহে ।ঘটনা অনুসৰি ১৭ বছৰীয়া কন্যাগৰাকীৰ

Tata Trusts Chairman : নোৱেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাবে নিযুক্তি

নিউজ ডেস্ক, ১১ অক্টোবৰঃ ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ষষ্ঠ অধ্যক্ষ হিচাবে নিযুক্ত দিয়া হৈছে নোৱেল টাটাক । আনহাতে নোৱেল টাটা হল ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ ১১ সংখ্যক অধ্যক্ষ । শুকুৰবাৰে এই নিযুক্তি প্ৰদান কৰা হয় সদ্যপ্ৰয়াত ৰতন টাটাৰ ৬৭ বছৰীয়া

Teachers Dress Code: শিক্ষকে পিন্ধি যাব নোৱাৰিব জিন্স-টি ছাৰ্ট, বিদ্যালয় চৌহদত নহ’ব উদ্দাম…

নিউজ ডেস্ক, ১০ অক্টোবৰঃ এতিয়াৰে পৰা বিদ্যালয়লৈ জিন্স আৰু টি-ছাৰ্ট পৰিধান কৰি আহিব নোৱাৰিব শিক্ষক-শিক্ষয়িত্ৰীয়ে । শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা । কেৱল শিক্ষকেই নহয়, অন্য কৰ্মচাৰীয়েও এই এনেধৰণৰ পোচাক বিদ্যালয়ত থকাৰ সময়ত

University Rankings: প্ৰকাশ পালে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫

নিউজ ডেস্ক, ১০ অক্টোবৰঃ টাইমছ হায়াৰ ইডুকেশ্যনে প্ৰকাশ কৰিলে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫ । য'ত স্থান লাভ কৰিছে বিশ্বৰ ২০০০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে । শিক্ষণ পৰিৱেশ, গৱেষণাৰ পৰিৱেশ, গৱেষণাৰ মানদণ্ড, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু

Bigg Boss 18 : বিগ বছত গাধক উলিয়াই পেটাৰ ৰোষত ভাইজান

নিউজ ডেস্ক, ৯ অক্টোবৰঃ গধৰাজৰ বাবেই পেটাৰ ৰঙা চকুৰ সন্মুখীন হ'বলগীয়া হৈছে ছলমান খান । জনপ্ৰিয় ৰিয়েলিটী শ্ব' বিগ বছত গধৰাজ নামৰ এটা গাধকো প্ৰতিযোগীৰ আসন দি পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব্ এনিমেলছৰ পত্ৰ লাভ কৰিবলগীয়া হ'ল ভাইজানে (Salman