ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা জীপৰ; চাৰিজনৰ মৃত্যু, আহত ৬ জন

মধ্য প্ৰদেশৰ মণ্ডলা জিলাৰ বিচিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঔৰই গাঁৱৰ সমীপত শুকুৰবাৰে নিশা এখন জীপে ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন আহত হয়। বিচিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ সিং ধূৰ্ভেই

আমাৰ দীৰ্ঘদিনীয়া দাবী আজি পূৰণ হ’ল- কৃষক নেতা ৰাকেশ টিকেইত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিং চৌধুৰীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকেইটে। চৰণ সিঙক ভাৰত ৰত্ন বঁটা প্ৰদান কৰাক লৈ সুখ প্ৰকাশ কৰি কৃষক নেতাগৰাকীয়ে

শিক্ষাৰ্থী কঢ়িওৱা বাহনত প্ৰচণ্ড খুন্দা তীব্ৰ বেগী ট্ৰাকৰ; এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু, ৯জন আহত

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকে শিক্ষাৰ্থী কঢ়িওৱা এখন বাহনক খুন্দিওৱাৰ ফলত এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে আন ৯গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। কানপুৰ জিলাৰ বিলহাউৰৰ আৰউল থানাৰ

জম্মু-কাশ্মীৰত পুনৰ নিৰিহক লক্ষ্য উগ্ৰপন্থীৰ; পঞ্জাৱৰ দুজন লোকৰ মৃত্যু

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বুধবাৰে সন্ধিয়া উগ্ৰপন্থীৰ এটা দলে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুজনকৈ সাধাৰণ লোকে। উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা দুয়োজন লোক অমৃতসৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। শ্ৰীনগৰৰ

লক্ষ্য লোকসভা; ১৫গৰাকী প্ৰাক্তন বিধায়ক, এগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান

তামিলনাডুৰ ১৫ গৰাকী প্ৰাক্তন বিধায়ক আৰু এগৰাকী প্ৰাক্তন সাংসদসহ আন বহু নেতা-কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি দলত যোগদান কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৱে দক্ষিণ ভাৰতৰ তামিলনাডুত

১৩৭ আলোকবৰ্ষ দূৰত্বত আৱিষ্কাৰ পৃথিৱী সদৃশ গ্ৰহ ‘টিঅ’আই-৭১৫ বি’

পৃথিৱীৰ বাহিৰে আন কোনো গ্ৰহত জীৱ আছে নেকি? বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে কোনো গ্ৰহ আছেনে? সাধাৰণ মানুহৰ লগতে জ্যোতিৰ্বিজ্ঞানীসকলৰ মনতো এই প্ৰশ্ন উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে পৃথিৱী সদৃশ গ্ৰহৰ সন্ধান কৰি থকাৰ সময়তে

আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, ৬০ জন আহত

আজি মধ্যপ্ৰদেশৰ হৰদা জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ পিছতেই জুইয়ে আগুৰি ধৰে সমগ্ৰ কাৰখানাটো। এই ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ৬০ জন শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণ ইমানেই প্ৰচণ্ড

পঞ্জাৱৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ পদত্যাগ; হঠাৎ কিয় ল’লে এই সিদ্ধান্ত?

পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক বানৱাৰীলাল পুৰোহিতে শনিবাৰে নিজ পদৰ পৰা পদত্যাগ কৰে। তেওঁ এই পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেওঁ ব্যক্তিগত কাৰণৰ বাবে এই

ৰাজনীতিত প্ৰৱেশ আৰু এগৰাকী অভিনেতাৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিলে দল

দেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল আৰু এগৰাকী অভিনেতাৰ। শুকুৰবাৰে দাক্ষিণাত্য চিনেমাৰ জনপ্ৰিয় অভিনেতা বিজয়ে ঘোষণা কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম। অভিনেতাগৰাকীয়ে দলটোৰ নাম দিছে ‘তামিলাগা ভেত্ৰী কাঝগম’। ভাৰতীয় ৰাজনীতিত ভূমিষ্ঠ হোৱা এই ৰাজনৈতিক

মতানৈক্যৰ পৰিণতি! মালদ্বীপত হ্ৰাস ভাৰতীয় পৰ্যটকৰ সংখ্যা। ISHAN NEWS

ভাৰতৰ সৈতে মতানৈক্য তীব্ৰতৰ হোৱাৰ লগে লগে মালদ্বীপৰ পৰ্যটন শিল্পলৈ নামি আহিছে সংকট। উল্লেখনীয় যে প্ৰতিবছৰে ভাৰতৰ পৰা অধিকসংখ্যক পৰ্যটকে যাত্ৰা কৰে মালদ্বীপলৈ। যোৱা বছৰলৈকে পৰ্যটকৰ সংখ্যাৰে ভাৰত আছিল প্ৰথম স্থানত। কিন্তু চলিত বৰ্ষৰ